Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
TIME8 News
@TIME8News
Real Stories. Real Impact. Real-Time News. Everything happening in Assam, straight to your feed. Follow @TIME8News for the latest updates!
Guwahati
Joined November 2023
5
Following
90
Followers
9.8K
Posts
TIME8 News
@TIME8News
about 2 hours ago
-কাৰ্বি পৰম্পৰাৰে বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ -'DNA টেষ্টত নিজৰ সন্তান বুলি প্ৰমাণিত হলে সকলো খৰচ বহন কৰিব ডাঃ হাবে টেৰণে' -কাৰ্বি কাষ্টমাৰী ল'ৰ অধীনৰ "কাৰ্বি লংৰি ক্ৰেহিনি চাৰ হাবে আমাই"ৰ হাবেৰ মন্তব্য
#assam
TIME8News's tweet video.
TIME8 News
@TIME8News
about 2 hours ago
-ছয়গাঁৱত ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা। ছাত্ৰীক হোমষ্টেললৈ নিয়াৰ অভিযোগত পাঁচজনকৈ যুৱকক গ্ৰেপ্তাৰ।আন এজন অভিযুক্ত বৰ্তমানেও পলাতক।
#assam
TIME8News's tweet video.
TIME8 News
@TIME8News
about 3 hours ago
-কাৰ্বি পৰম্পৰাৰে ডংকামোকামত ডাঃ হাবে টেৰণৰ বিৰুদ্ধে চলি আছিল বিচাৰ প্ৰক্ৰিয়া।উপস্থিত হাবে টেৰণ।
#assam
TIME8News's tweet video.
TIME8 News
@TIME8News
about 3 hours ago
-কাৰ্বি পৰম্পৰাৰে বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ
#assam
TIME8 News
@TIME8News
about 3 hours ago
-মহিলা IAS আমোলাৰ সৈতে ভয়ংকৰ কাণ্ড! -৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ TVKৰ বিধায়ক C. Arul Vigneshক
#tmc
TIME8 News
@TIME8News
about 3 hours ago
-'কোনো কাৰণতে মূল অভিযুক্তই জামিন পাব নোৱাৰিব' -অখিল গগৈৰ নেতৃত্বতত সমৱেত হৈছে শ শ লোক।জুবিন গাৰ্গৰ ন্যায় বিচাৰি বাহিৰ কৰিব মানৱ শৃংখল।
#assam
TIME8News's tweet video.
TIME8 News
@TIME8News
about 4 hours ago
-দৰং জিলাৰ দলগাঁওবাসীৰ বাবে এক সুখবৰ। অতি শীঘ্ৰেই দলগাঁৱত গঠন হ’ব নতুন দলগাঁও পৌৰসভা। নতুন দিল্লীত অনুষ্ঠিত অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।কেবিনেটৰ সিদ্ধান্তত উৎফুল্লিত দলগাঁওবাসী।
#assam
TIME8News's tweet video.
TIME8 News
@TIME8News
about 4 hours ago
-জয় জুবিন দা ধ্বনিৰে উত্তপ্ত সোণাপুৰ।জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে সোণাপুৰৰ জুবিন ক্ষেত্ৰত শ শ লোকৰ প্ৰতিবাদ।
#sonapur
TIME8News's tweet video.
TIME8 News
@TIME8News
about 5 hours ago
-লাখ লাখ মুছলমানৰ বাবে ডাঙৰ খবৰ। প্ৰথমবাৰ হজলৈ যোৱা যাত্ৰীয়ে লাভ কৰিব ৩৫ হাজাৰকৈ টকাৰ সাহাৰ্য।
#Haj
TIME8 News
@TIME8News
about 5 hours ago
-সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানত অংশ ল'বলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমলৈ অসম এদল যুৱতী -নতুন দিল্লীলৈ যুৱতীসকলৰ যাত্ৰাৰ পথত নৃত্য, সুধাকণ্ঠৰ গীতেৰে মুখৰিত হ'ল ৰে'লৰ দবা
#assam
TIME8News's tweet video.
TIME8 News
@TIME8News
about 5 hours ago
-গুজৰাটৰ বডেদৰাত গ্ৰেপ্তাৰ হোৱা অসমৰ ছাহাৰুলক ১৪ দিনৰ ATS জিম্মালৈ প্রেৰণ।
#gujrat
TIME8 News
@TIME8News
about 5 hours ago
-SYSTEM UPDATEৰ জাননী আহিলে ভুলতো নকৰিব এই কাম। অন্যথা মুহূৰ্ততে খালী হ'ব আপোনাৰ বেংক একাউন্ট।
#assam
TIME8 News
@TIME8News
about 5 hours ago
-কাছাৰৰ পাঁচগ্ৰামত পুৱাই ভয়ংকৰ অঘটন।মদিনাতুল উলুম মাদ্ৰাছাত বিস্তৰ ক্ষতি।ঘটনাৰ পাছতে ঘটনাস্থলীত তীব্ৰ উত্তেজনা।অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
#assam
TIME8News's tweet video.
TIME8 News
@TIME8News
about 6 hours ago
-বদৰপুৰ–লামডিং পাহাৰীয়া ৰে'লপথত ভয়ংকৰ দুৰ্ঘটনা। বান্দৰখালৰ সুৰংগত লাইনচ্যুত তেল পৰিবাহী মালবাহী ৰে'লৰ টেংকাৰ। ব্যাহত বৰাক-ব্ৰহ্মপুত্ৰৰ মাজৰ ৰে'ল সেৱা, বাতিল ১৪খন ৰে'ল। যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি।
#assam
TIME8News's tweet video.
TIME8 News
@TIME8News
about 6 hours ago
-ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পাছতে বাতিল ১৪ খনকৈ ৰে'ল...
#assam
TIME8 News
@TIME8News
about 6 hours ago
-কাইলৈ দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব ড০ ভূপেন হাজৰিকা জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান।
#assam
TIME8 News
@TIME8News
about 6 hours ago
-ৰ্ঘটনাৰ পিছতে বাতিল কেইবাখনো ৰে’ল -শিলচৰ–ৰঙিয়া এক্সপ্ৰেছ বাতিল -ছাইৰং–গুৱাহাটী এক্সপ্ৰেছ বাতিল
#assam
TIME8News's tweet video.
TIME8 News
@TIME8News
about 6 hours ago
-আৰক্ষীৰ অভিযানৰ মাজতে ৰাজপথত সুৰাসক্ত চালকৰ দৌৰাত্ম্য! -সুৰাসক্ত অৱস্থাত যাত্ৰী কঢ়িয়াই আৰক্ষীৰ জালত বাছ চালক -মাজনিশা বিবাহ অনুষ্ঠানৰ যাত্ৰী কঢ়িয়াই অনাৰ সময়তে তালাচীত ধৰা পৰে চালক
#assam
TIME8News's tweet video.
TIME8 News
@TIME8News
about 6 hours ago
-পুনৰ ভূমিকম্পৰ জোকাৰণি।
#Earthquake
TIME8 News
@TIME8News
about 6 hours ago
-ৰাজ্যত পুনৰ ভয়ংকৰ ৰে'ল দুৰ্ঘটনা -লামডিং-বদৰপুৰ পাহাৰীয়া লাইনত লাইনচ্যুত মালবাহী ৰে’ল
#assam
Last Seen Users on Sotwe
OLIVER🇺🇲🇺🇲💸💸
Seen from
Mexico
ceren
Seen from
Turkey
ไบแมนๆลับๆ
Seen from
Thailand
manny
Seen from
Turkey
nano
Seen from
Spain
চোদনা আমায়
Seen from
Malaysia
c2 itiraf
Seen from
Turkey
Arab Furry Man
Seen from
Turkey
Old Man Lover
Lesbian Celebs
Seen from
Turkey
Trends for you
1
#GMMTVStarlympics2026
Under 10K tweets
2
Luka
Under 10K tweets
3
Good Saturday
Under 10K tweets
4
Lakers
Under 10K tweets
5
Spurs
Under 10K tweets
6
Tupac
Under 10K tweets
7
Mark Pope
Under 10K tweets
8
LINGORM BORN TO FLY FANCON
Under 10K tweets
9
Afghanistan
Under 10K tweets
10
WLFI
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
239.7M followers
2
Barack Obama
@barackobama
118.6M followers
3
Cristiano Ronaldo
@cristiano
114.3M followers
4
Donald J. Trump
@realdonaldtrump
111.7M followers
5
Narendra Modi
@narendramodi
106.9M followers
6
Rihanna
@rihanna
98.6M followers
7
NASA
@nasa
92.1M followers
8
Justin Bieber
@justinbieber
91.7M followers
9
KATY PERRY
@katyperry
89.9M followers
10
Taylor Swift
@taylorswift13
83.9M followers
11
Lady Gaga
@ladygaga
75.4M followers
12
Virat Kohli
@imvkohli
73.3M followers
13
Kim Kardashian
@kimkardashian
70.8M followers
14
YouTube
@youtube
68.6M followers
15
Neymar Jr
@neymarjr
66.3M followers
16
Bill Gates
@billgates
65.1M followers
17
Selena Gomez
@selenagomez
63M followers
18
The Ellen Show
@theellenshow
62.1M followers
19
CNN
@cnn
61.7M followers
20
X
@x
60.6M followers
Olivia
Online
✨
⭐
💫