Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
দলে'কাই
@ChD_1980
#poliTickle
#COWmedy
#bakwASS
#Gyan
etc... এই টাইমলাইনৰ সকলোবোৰ চৰিত্ৰ, ঘটনা আৰু স্থিতি সম্পূৰ্ণৰূপে কাল্পনিক। ইয়াৰ সৈতে কোনো জীৱিত বা মৃত ব্যক্তিৰ সম্পৰ্ক নাই।
Jonai, India
Joined February 2012
81
Following
5.3K
Followers
25.1K
Posts
Pinned Tweet
দলে'কাই
@ChD_1980
about 4 years ago
Don't worry about what I'm tweeting, worry about why I'm on your mind. Thanks!
দলে'কাই
@ChD_1980
about 23 hours ago
@PranabMahanta0
হিন্দুস্তান ম্যে জব তক চিনেমা হ��যায়, লৌগ চুতিয়া বনতে ৰহেংগে।
দলে'কাই
@ChD_1980
1 day ago
কিছুমান চিনেমা কেৱল চিনেমা নহয়... সমাজৰ বাবে একোখন আইনা হয়।
#FunnyPeople
ChD_1980's tweet video.
দলে'কাই
@ChD_1980
about 23 hours ago
Axl Rose জীয়ে যদি মঞ্চৰ পৰা মাত্ৰ এবাৰ "জয় মা কামাখ্যা" কৈ দিয়ে... আৰুনো জীৱনত লাগিছে কি? বিঃদ্ৰঃ - উদ্যোক্তাসকললৈ বিনম্ৰ অনুৰোধ যে Guns N' Roses ক এবাৰ হ'লেও মা কামাখ্যা মন্দিৰ দৰ্শন কৰাবলৈ লৈ যাব লাগে।
Who to follow
Pankaj Bhattacharjee
@pankajbhatta
Tweets are personal, Retweeting doesn't mean endorsement.
Ananya Saikia
@AnanyaSaikia667
social worker/Trained Sattriya Dancer/Bmuse in Sattriya Dance/Politically inclined/Spokesperson Assam Jatiya Parishad/Love Assam/Jai Aai Axom
Diganta Borah
@Diganta82288504
���। জয় আই অসম ।। জয়তু জননী।। ��্বাভিমানী অসমীয়া ।। জুবিন দাৰ দেশৰ মানুহ ।। Proud Assamese.RT/Likes are not endorsement.
দলে'কাই
@ChD_1980
1 day ago
কিছুমান চিনেমা কেৱল চিনেমা নহয়... সমাজৰ বাবে একোখন আইনা হয়।
#FunnyPeople
ChD_1980's tweet video.
দলে'কাই
@ChD_1980
1 day ago
@mitalee05
গো-মাতা কী জয়।
দলে'কাই
@ChD_1980
3 days ago
মিত্ৰৌঁ, বিদেশৰ পৰা ক'লাধন শীঘ্ৰেই ঘূৰি আহিব আৰু পেট্ৰ'ল-ডিজেলৰ খৰচ জনতাই বহন কৰিব নালাগে... পুৰা ��ৰচ আমাৰ যশস্বী মোদী চৰকাৰে বহন কৰিব।
#আচ্ছে_দি
ন
দলে'কাই
@ChD_1980
1 day ago
@mitalee05
সব নেহৰু কী গলতী হ্যায়... নেহৰুৰ সলনি যদি চৰ্দাৰ পেটেল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হ'লহেঁতেন, তেন্তে আজি আমি এনেকুৱা দিন নেদেখিলোঁহেঁতেন।
দলে'কাই
@ChD_1980
3 days ago
@Raktima4
@abhinabsharma11
... আৰু এনেকৈয়েই আমাৰ অসমখন দেশৰ শীৰ্ষ ৫ খন ৰাজ্যৰ এখন হ'ব।
#বিকাশৰ_মকৰা_জাল
দলে'কাই
@ChD_1980
4 days ago
মা কচম! পেট্ৰ'লৰ দাম মাত্ৰ ১০০ টকা পাৰ হওঁতেই আমাৰ যশস্বী বাহাদুৰ চৰকাৰক তুলাধুনা দি বদনাম কৰিবলৈ উঠিপৰি লগা জৰ্জ ছোৰছৰ চামচাকেইটাই এতিয়া গুৱাহাটীত ন্যুনতম ২,০০০ টকীয়া টিকট কাটি Guns N' Roses ৰ শ্ব' উপভোগ কৰিব... চাল্লা দেশদ্ৰোহী গদ্দাৰ ক'ৰবাৰ কে**।
দলে'কাই
@ChD_1980
3 days ago
@SIANG16
নতুন সংস্কৰণ
দলে'কাই
@ChD_1980
3 days ago
@Himangshu_Raj
আমাৰ দেশখনক সত্তৰ বছৰে লুটি-পুটি খোৱা মিঞা প্ৰেমী কংগ্ৰেছে কোনো দিনেই Guns N' Roses ক অসমলৈ আনিব নোৱাৰিলে... এয়া একমাত্ৰ আমাৰ ডাবোল ইঞ্জিন বিজেপি চৰকাৰৰ বাবেহে সম্ভৱ হৈছে। জয় শ্ৰী ৰাম।
দলে'কাই
@ChD_1980
4 days ago
সত্তৰ বছৰ ম্যে পেহলী বাৰ... আমাৰ অসমৰ গুৱাহাটী মহানগৰীত Guns N' Roses আহি আছে... জয় শ্ৰী ৰাম।
#ThankYouModiJi
দলে'কাই
@ChD_1980
3 days ago
@abhinabsharma11
শুনা মতে টিকটৰ পইছাখিনি গুৱাহাটীৰ কৃত্ৰিম বানপ��নী ৰোধ কৰিবলৈ ব্যয় কৰিব… সঁচাই এক বৰ মহৎ কাম। জয় শ্ৰী ৰাম।
দলে'কাই
@ChD_1980
4 days ago
আজিৰ অমৃত কালত মানুহবোৰে এয়া ভগৱানৰ প্ৰসাদ বুলি নৰ্দমাৰ লেতেৰা পানী পইছা দি খাই আছে... আবে চন, ��োনোবাই মূৰ্খ হ’ব খুজিলে এতিয়া কি মূৰ্খও হ’ব নোৱাৰিব নেকি বে… মূৰ্খ হোৱাৰ অধিকাৰ সকলোৰে আছে কে**।
#FunnyPeopl
e
ChD_1980's tweet video.
দলে'কাই
@ChD_1980
4 days ago
আমি চাগে 'Dhurandhar-56' চিনেমাখন চাইহে গম পামগৈ যে Rajesh Exports য���ে কেৱল দেশহিতৰ বাবে ১৫ লাখ কোটি টকাৰ ভুৱা ৰপ্তানি দেখুৱাইছিল
। #সবকা_সাথ_সবকা_বিক
াশ
দলে'কাই
@ChD_1980
5 days ago
@PranabMahanta0
বিশ্বৰ ১৫৭তম সংবাদ মাধ্যম। 🤭
দলে'কাই
@ChD_1980
5 days ago
হাঃ হাঃ হাঃ... এয়া কেনেধৰণৰ সংবাদ মাধ্যম যে এটা টেকতে দুটামান বাক্যৰ নিউজও ক'ব নোৱাৰে? নিউজ এংকৰ চিত্ৰা ত্ৰিপাঠীৰ এই ভিডিঅ'টো চাই আপুনি নিশ্চয় অনুমান কৰিব পাৰিব যে ভাৰতীয় সংবাদ মাধ্যম কিমান স্ক্ৰিপ্টেড আৰু এডিটেড হয়। ১/২
ChD_1980's tweet video.
দলে'কাই
@ChD_1980
5 days ago
এৰা! আমাৰ দেশৰ সংবাদ মাধ্যমক এনেয়ে "গোদী মিডিয��া" বুলি কোৱা নহয়, তেওঁলোকে এই নাম বৰ নিষ্ঠাৰে অৰ্জন কৰিছে।
#জহনীত_যোৱা_সংবাদ_মাধ্য
ম ২/২
দলে'কাই
@ChD_1980
5 days ago
@PranabMahanta0
@BhagawatiKr
হৰ হৰ মোদী, ঘৰ ঘৰ মোদী... ভাৰত মাতা কী জয়।
দলে'কাই
@ChD_1980
5 days ago
@jayain_raju
এয়াই হৈছে আমাৰ পৰম পিতা য���স্বী প্ৰভু ��শ্বৰ মহাৰাজৰ অসীম মহানুভৱতা। || নমো নমো নমঃ ||
Last Seen Users on Sotwe
pablo mair
Seen from
Germany
ชอบผู้หญิงใส่กางเกงรัดๆ
Seen from
Thailand
İfşa Porno
Seen from
Turkey
KALACHE~
VALERIO 20CM
Seen from
Vietnam
모음이다
Seen from
United States
Bé Bự
Seen from
Vietnam
dreamdolltenika
Seen from
Turkey
Russian Muscle Top
ngọc
Seen from
Thailand
Trends for you
1
olivia
Under 10K tweets
2
#RaisingKanan
Under 10K tweets
3
South Korea
Under 10K tweets
4
Zach
Under 10K tweets
5
#criticalrolespoilers
Under 10K tweets
6
Disclosure Day
Under 10K tweets
7
Melanie
Under 10K tweets
8
#2026BTSFESTA
Under 10K tweets
9
Stupid Song
Under 10K tweets
10
Oracle AI Trade
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
240.2M followers
2
Barack Obama
@barackobama
119.3M followers
3
Donald J. Trump
@realdonaldtrump
111.6M followers
4
Cristiano Ronaldo
@cristiano
109.3M followers
5
Narendra Modi
@narendramodi
106.9M followers
6
Rihanna
@rihanna
97.4M followers
7
NASA
@nasa
92.1M followers
8
Justin Bieber
@justinbieber
90.6M followers
9
KATY PERRY
@katyperry
87M followers
10
Taylor Swift
@taylorswift13
80.8M followers
11
Lady Gaga
@ladygaga
72.4M followers
12
Kim Kardashian
@kimkardashian
69.5M followers
13
Virat Kohli
@imvkohli
68.9M followers
14
YouTube
@youtube
68.6M followers
15
Bill Gates
@billgates
63.5M followers
16
The Ellen Show
@theellenshow
62.5M followers
17
CNN
@cnn
61.9M followers
18
Neymar Jr
@neymarjr
61.5M followers
19
X
@x
60.9M followers
20
Selena Gomez
@selenagomez
60.1M followers
Olivia
Online
✨
⭐
💫