Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Deepjyoti Tamuli
@Deepjyoti_Tamul
জীৱনটো কেৱল দুখ নহয়, জীৱনটোও কেৱল সুখ নহয়; পোহৰ অবিহনে প্ৰেম নাই, আৰু প্ৰেম অবিহনে জীৱন নাই।”
jorhat Assam India
Joined December 2014
18
Following
20
Followers
198
Posts
Deepjyoti_Tamul
retweeted
Santanu Puzari
@SantanuPuzari
about 2 months ago
ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৬ সংখ্যক 'মন কী বাত' আজি টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৮ নং বুথৰ 'নেইমছ' কলেজত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াৰ লগত একেলগে শ্ৰৱণ কৰাৰ সৌভাগ্য হ'ল।
@DilipSaikia4Bjp
See More
Deepjyoti Tamuli
@Deepjyoti_Tamul
about 2 months ago
@SantanuPuzari
@himantabiswa
@CMOfficeAssam
@BJP4Assam
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ 🙏
@himantabiswa
@SantanuPuzari
Deepjyoti_Tamul
retweeted
Santanu Puzari
@SantanuPuzari
about 2 months ago
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যোৰহাট নগৰৰ নিচেই কাষেৰে বৈ যোৱা ভোগদৈ নদীৰ নিকটৱৰ্তী বৰিগাঁৱৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বানপীড়িত ৰাইজৰ সৈতে মত বিনিময় কৰে।
@himantabiswa
@CMOfficeAssam
@BJP4Assam
Deepjyoti_Tamul
retweeted
Santanu Puzari
@SantanuPuzari
about 2 months ago
আজি পুৱাৰ পৰা পুনৰ জিলাখনৰ বিভিন্ন বানপীড়িত অঞ্চলত উপস্থিত হৈ সাহায্য তথা উদ্ধাৰ অভিযানত সহযোগ আগবঢ়াওঁ।
@himantabiswa
@CMOfficeAssam
@PmargheritaBJP
@BJP4Assam
SantanuPuzari's tweet video.
Who to follow
Dhrubajyoti Baishya (Modi Ka Parivar)
@dhrubajyoti44
🇮🇳 BHARAT MATA KI JAY, BANDE MAATARAM
Aimani Sarmah
@aimanisarmah
Vande Mataram
Sourav Jyoti Borah
@SouravJyotiBo10
Social Media In charge BJP Kaliabor District
Deepjyoti Tamuli
@Deepjyoti_Tamul
11 months ago
#JusticeForZubeenGarg
@narendramodi
Deepjyoti Tamuli
@Deepjyoti_Tamul
11 months ago
#JusticeForZubeenGarg
#justiceforzubeenda
Deepjyoti Tamuli
@Deepjyoti_Tamul
11 months ago
#RSS100Years
Deepjyoti Tamuli
@Deepjyoti_Tamul
11 months ago
#RSS100Years
Deepjyoti Tamuli
@Deepjyoti_Tamul
12 months ago
#justiceforzubeenda
Deepjyoti Tamuli
@Deepjyoti_Tamul
12 months ago
প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰ শ্ৰী হিমন্ত বিশ্ব শৰ্মা CMO, Assam সংগীত সম্রাট জুবিন গাৰ্গ দেৱৰ শেষকৃত্য যোৰহাটত আয়োজন আ���ু স্থায়ী সমাধিস্থল নিৰ্মাণৰ বাবে চৰকাৰী ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছো
। @himantabis
w
a @CMOfficeAss
am
Deepjyoti Tamuli
@Deepjyoti_Tamul
12 months ago
জুব��ন গাৰ্গৰ শেষকৃত্য আৰু সমাধিস্থল যোৰহাটত হ’ব লাগে। এয়া সমগ্ৰ যোৰহাটবাসীৰ অনুৰোধ অসম চৰকাৰ আৰু জুবিন গাৰ্গৰ পৰিয়ালৰ প্ৰতি 🙏🙏🙏
@himantabisw
a
@sarbanandsonwa
l
Deepjyoti Tamuli
@Deepjyoti_Tamul
12 months ago
Deepjyoti_Tamul's tweet video.
Deepjyoti Tamuli
@Deepjyoti_Tamul
12 months ago
আমি বাকৰুদ্ধ! আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যু আমাৰ বাবে অসহনীয়, মৰ্মান্তিক আৰু হৃদয়বিদাৰক! কালজয়ী শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।
Deepjyoti Tamuli
@Deepjyoti_Tamul
about 1 year ago
আজি সুধাকণ্ঠ, অসমৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ জন্ম- শতবার্ষিকী জন্ম- শতবার্ষিকীত তেখেতক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। অসম ৰত্ন সংগীত সূর্য ড° ভূপেন হাজৰিকাদেৱৰ শদিয়াত (পূৰ্বৰ নেফা) ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে জন্ম হৈছিল।
#BhupenHazarika100
Deepjyoti Tamuli
@Deepjyoti_Tamul
about 1 year ago
"আগন্তুক উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে এনডিএৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱা মাননীয় শ্ৰীযুত চি.পি. ৰাধাকৃষ্ণন ডাঙৰীয়াক হৃদয়পূৰ্ণ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। দেশৰ গণতান্ত্ৰিক যাত্ৰাত আপোনাৰ অৱদান আৰু নেতৃত্বে নিশ্চয় নতুন দিশা প্ৰদান কৰিব বুলি দৃঢ় বিশ্বাস।"
@CPRGuv
See More
Deepjyoti Tamuli
@Deepjyoti_Tamul
about 1 year ago
@CPRGuv
চি পি ৰাধাকৃষ্ণন ভাৰতৰ পৰৱৰ্তী ভি পি। ২০০৫ চনৰ জানুৱাৰী মাহত কাঞ্চি শংকৰাচাৰ্যক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়ত গ্ৰেপ্তাৰ হোৱাৰ এখন ফটো আগবঢ়ালোঁ। এজন সম্পূৰ্ণ হিন্দু উপ-ৰাষ্ট্ৰপতিৰ চকীত বহিবলৈ ওলাইছে।
Deepjyoti Tamuli
@Deepjyoti_Tamul
about 1 year ago
"বিশ্বজুৰি পুনৰ আগভাগত ভাৰত! 🌏 Morning Consultৰ সমীক্ষাত ৭৫% জনপ্ৰিয়তা সহ বিশ্বৰ আটাইতকৈ বিশ্বাসযোগ্য নেতা হিচাপে পুনৰ শীৰ্ষত নৰেন্দ্ৰ মোদী। 💪🇮🇳
#India
#NarendraModi
#GlobalLeader
Deepjyoti Tamuli
@Deepjyoti_Tamul
about 1 year ago
হেৰাই যোৱাজন ঘূৰি আহিব পাৰে ক��ন্তু সলনি হৈ যোৱাজন কেতিয়াও ঘূৰি নাহে । Good morning ❤️
Deepjyoti Tamuli
@Deepjyoti_Tamul
about 1 year ago
ঘানাৰ সৰ্বোচ���চ অসামৰিক সন্মান লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী জীলৈ আন্তৰিক অভিনন্দন — "দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা।"
🌟 @narendramo
di
Deepjyoti Tamuli
@Deepjyoti_Tamul
about 1 year ago
https://t.co/kwv5RhqiVs এই নৈখনৰ নামনি অংশৰ খান্দিব বাবে লগতে দুপাৰে বিজ্ঞান সন্মত ভাবে মাথাউৰি নিৰ্মাণ কৰি দিবৰ বাবে মুখ্যমন্ত্ৰী
@himantabiswa
ডাঙৰীয়া, জলসম্পদ মন্ত্ৰী
@Pijush_hazarika
ডাঙৰীয়াক আনুৰোধ জনাল🙏 দীৰ্ঘ দিনীয়া এই সমস্যাতো সামাধান কৰি দিলে ৰাইজ উপকৃত হব🙏
Last Seen Users on Sotwe
Lala Shemale New Account
chienne2rebeu
Seen from
France
sex tutkunu
Seen from
Turkey
Busegokhan52
Seen from
Turkey
بغدادي العراقي
امير البحار
Seen from
Egypt
pemburu video viral
Seen from
Malaysia
Robert
Seen from
Argentina
หลงทาง
Seen from
Thailand
Dino J
Seen from
Indonesia
Trends for you
1
Seahawks
Under 10K tweets
2
#AEWDynamite
Under 10K tweets
3
iPhone
Under 10K tweets
4
Samsung
Under 10K tweets
5
#NEvsSEA
Under 10K tweets
6
Mike McCready
Under 10K tweets
7
National Anthem
Under 10K tweets
8
Pearl Jam
Under 10K tweets
9
Darnold
Under 10K tweets
10
Lombard
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.6M followers
2
Barack Obama
@barackobama
119M followers
3
Cristiano Ronaldo
@cristiano
114.2M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.2M followers
6
Rihanna
@rihanna
98.7M followers
7
NASA
@nasa
92.4M followers
8
Justin Bieber
@justinbieber
91.8M followers
9
KATY PERRY
@katyperry
89.9M followers
10
Taylor Swift
@taylorswift13
83.8M followers
11
Lady Gaga
@ladygaga
75.3M followers
12
Virat Kohli
@imvkohli
73.1M followers
13
Kim Kardashian
@kimkardashian
70.8M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
66.2M followers
16
Bill Gates
@billgates
65M followers
17
Selena Gomez
@selenagomez
62.9M followers
18
The Ellen Show
@theellenshow
62.3M followers
19
CNN
@cnn
61.8M followers
20
X
@x
60.7M followers
Olivia
Online
✨
⭐
💫