Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Devasish Sharma Official
@Devasishsharmao
IAS Officer | Former DC, Morigaon | Former Commissioner, GMC | Former Joint Resident Commissioner & Deputy Secretary, Assam Bhawan, Mumbai
Joined August 2026
4
Following
4
Followers
90
Posts
Devasish Sharma Official
@Devasishsharmao
about 2 hours ago
মানুহে মানুহৰ বাবে... সুধাকণ্ঠৰ গীতৰ এই বাণীক সাৰোগত কৰি আমি সদায় সমাজৰ উন্নয়নৰ বাবে কাম কৰিবলৈ চেষ্টা কৰিছোঁ। আগন্তুক দিনতো এই আদৰ্শৰেই ৰাইজৰ হকে কাম কৰি যাম 🙏
@BJP4Assam
Devasishsharmao's tweet video.
Devasish Sharma Official
@Devasishsharmao
about 3 hours ago
জাগীৰোডৰ জনতাৰ সৈতে অতিবাহিত কৰা মধুৰ সময়ৰ কিছু মুহূৰ্ত স্মৃতিৰ পাতত সাঁচি ৰাখিলোঁ🙏 সমূহ ৰাইজৰ আশা নগাঁও লোকসভা সমষ্টিত এইবাৰ ফুলিব পদুম🪷
@Pijush_hazarika
@BJP4Assam
Devasishsharmao's tweet video.
Devasish Sharma Official
@Devasishsharmao
about 4 hours ago
জয় গুৰু শঙ্কৰ 🙏 জুৰীয়াৰ চামধৰা বৰনামঘৰত উপস্থিত হৈ গুৰুজনাক স্মৰণ কৰি সমূহ ৰাইজৰ কুশল-মংগল কামনাৰে প্ৰাৰ্থনা জনাওঁ। 📍জুৰীয়া
@BJP4Assam
@Pijush_hazarika
Devasishsharmao's tweet video.
Devasish Sharma Official
@Devasishsharmao
about 5 hours ago
সুপ্ৰভাত সকলোকে 🌺 ঐতিহাসিক জোনবিল মেলাৰ এটি সুন্দৰ ভিডিঅ'ৰে আজিৰ দিনটোৰ আৰম্ভণি কৰিলোঁ... 📍মৰিগাঁও জিলা
Devasishsharmao's tweet video.
Devasish Sharma Official
@Devasishsharmao
about 15 hours ago
সন্মানীয় নগাঁও-বটদ্ৰৱাসীৰ ওচৰলৈ যাম। সকলোকে লগ পাম। আহিব। এয়া ২৬ ছেপ্টেম্বৰৰ সময়সূচী।
Devasish Sharma Official
@Devasishsharmao
about 17 hours ago
নিৰ্বাচনী প্ৰচাৰৰ পৰা উভতি অহাৰ পথত এদল কণ কণ শিশুক লগ পাই তেওঁলোকৰ মাজত চক'লেট বিতৰণ কৰি কিছু মধুৰ সময় অতিবাহিত কৰোঁ ❤️ কণমানিসকলৰ মৰমে ব্যস্ততাপূৰ্ণ দিনটোক আৰু অধিক আনন্দময় কৰি তুলিলে।
Devasishsharmao's tweet video.
Devasish Sharma Official
@Devasishsharmao
about 22 hours ago
প্ৰচাৰ অভিযানৰ মাজতে কণমানিহঁতৰ সৈতে কিছু আপোন সময় ❤️ কণ কণ শিশুসকলৰ প্ৰাৰ্থনাই মন ভৰাই তুলিলে। এই নিষ্পাপ হাঁহি, মৰম আৰু উচ্ছ্বাস সদায় অব্যাহত থাকক🙏
Devasishsharmao's tweet video.
Devasish Sharma Official
@Devasishsharmao
1 day ago
ধন্য এই সময়🙏 আজি উদমাৰী বালুগুটিয়া বজাৰ আৰু শিঙ্গিয়া সমবায় সমিতিৰ প্ৰেক্ষাগৃহত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ নথৈ আনন্দিত হ'লোঁ। এনে ব্যাপক সঁহাৰিৰ বাবে সকলোলৈ কৃতজ্ঞতা🙏 📍ৰূপহীহাট বিধানসভা সমষ্টি
@BJP4Assam
@Pijush_hazarika
Devasish Sharma Official
@Devasishsharmao
1 day ago
সকলোৰে মুখে মুখে মুখৰিত বিজেপিৰ জয়ধ্বনি ✌️ 📍জাগীৰোড বিধানসভা সমষ্টি
@Pijush_hazarika
Devasishsharmao's tweet video.
Devasish Sharma Official
@Devasishsharmao
1 day ago
নিৰ্বাচনী প্ৰচাৰৰ বাবে আমাৰ দলীয় কাৰ্যকৰ্তা এগৰাকীয়ে প্ৰস্তুত কৰা এটি গীত আপোনালোক লৈ আগবঢ়ালোঁ...
@BJP4Assam
@Pijush_hazarika
Devasishsharmao's tweet video.
Devasish Sharma Official
@Devasishsharmao
1 day ago
সকলোকে লগ পোৱাৰ আশাৰে…আপোনালোকৰ সঁহাৰি পালে ভাল লাগিব। আহিব সকলো।
Devasish Sharma Official
@Devasishsharmao
1 day ago
সুপ্ৰভাত সকলোকে 🌺 অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০
@himantabiswa
ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ নগাঁও জিলাখনে উন্নয়নৰ দিশত দ্রুত গতিত অগ্রসৰ হৈছে। ভাগ্যশ্ৰী বৰাই প্ৰস্তুত কৰা অগ্রগামী নগাঁৱৰ এটি সুন্দৰ ভিডিঅ'ৰে সকলোকে পুৱাৰ সম্ভাষণ জনালোঁ 🙏
Devasishsharmao's tweet video.
Devasish Sharma Official
@Devasishsharmao
1 day ago
ধৰমতুলবাসীয়েও লৈছে দৃঢ় সংকল্প- নগাঁও লোকসভা সমষ্টিত পদুমৰ বিজয় নিশ্চিত🪷 📍জাগীৰোড বিধানসভা সমষ্টি
@BJP4Assam
@Pijush_hazarika
#NagaonByeElection
#NagaonWithDevasish
#BJP4Nagaon
#BJP
#development
Devasishsharmao's tweet video.
Devasish Sharma Official
@Devasishsharmao
1 day ago
জাগীৰোডবাসীৰ সংকল্প- নগাঁও লোকসভা সমষ্টিত এইবাৰ পদুমৰ জয় 🪷 📍জাগীৰোড বিধানসভা সমষ্টি
@BJP4Assam
@Pijush_hazarika
#NagaonByeElection
#NagaonWithDevasish
#BJP4Nagaon
#BJP
#development
Devasishsharmao's tweet video.
Devasish Sharma Official
@Devasishsharmao
2 days ago
ভাৰতীয় জনতা পার্টিক জয়ী কৰিবলৈ ৰাইজ সাজু ✌ 📍জাগীৰোড বিধানসভা সমষ্টি
@BJP4Assam
@Pijush_hazarika
#NagaonByeElection
#NagaonWithDevasish
#BJP4Nagaon
#BJP
#development
Devasishsharmao's tweet video.
Devasish Sharma Official
@Devasishsharmao
2 days ago
আজি মাননীয় মন্ত্ৰী শ্রী
@Pijush_hazarika
ডাঙৰীয়াৰ সৈতে মকৰীয়া পঞ্চখেলীয়া ৰাস মহোৎসৱ ক্ষেত্ৰ, জাগীৰোড শিশু উদ্যান খেলপথাৰ আৰু বাঘজাপ আঞ্চলিক কৃষ্ণ ৰাস মন্দিৰৰ সমীপত আয়োজিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি সমাগত নিৰ্বাচনৰ বাবে ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থন বিচাৰোঁ🙏
See More
Devasish Sharma Official
@Devasishsharmao
2 days ago
আজিৰ দিনটোৰ নিৰ্বাচনী প্ৰচাৰৰ কিছু জিলিঙনি 🎥 ৰাইজৰ অকুণ্ঠ মৰম আৰু সহযোগিতাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ 🙏 📍জাগীৰোড বিধানসভা সমষ্টি
@BJP4Assam
@Pijush_hazarika
Devasishsharmao's tweet video.
Devasish Sharma Official
@Devasishsharmao
2 days ago
আজি মাননীয় মন্ত্রী শ্ৰী
@Pijush_hazarika
ডাঙৰীয়াৰ সৈতে আঁহতগুৰি ডেকাগাঁও বিহু মঞ্চ আৰু দক্ষিণ ধৰমতুলৰ শংকৰদেৱ কলা-কৃষ্টি কেন্দ্রৰ খেলপথাৰত আয়োজিত দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰি আনন্দিত হওঁ। ৰাইজৰ ব্যাপক উৎসাহ-উদ্দীপনাই
@BJP4Assam
ৰ বিজয়ৰ পথ সুনিশ্চিত কৰিছে🙏
See More
Devasish Sharma Official
@Devasishsharmao
2 days ago
পৰিৱৰ্তনৰ বতাহ এতিয়া ধুমুহা লৈ ৰূপান্তৰিত হৈছে.. ৰাইজৰ মৰম, আশিসেই আমাৰ জনসেৱাৰ যাত্ৰাৰ সাহ 🙏 📍নগাঁও লোকসভা সমষ্টি
@DilipSaikia4Bjp
@Pijush_hazarika
Devasishsharmao's tweet video.
Devasish Sharma Official
@Devasishsharmao
2 days ago
আমি জুবিন যুগৰ মানুহ ❤️ কালি নিশা ৰাইজৰ সৈতে একেলগে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত গাই শ্ৰদ্ধাৰ শিল্পীগৰাকীক স্মৰণ কৰোঁ।
#Zubeenforever
Devasishsharmao's tweet video.
Last Seen Users on Sotwe
GoonerLovesDp
Seen from
Turkey
مصـ.ـريه تــ.ـايــهه🔥
Seen from
United Arab Emirates
محمد العنزي ٢٥
Seen from
Saudi Arabia
Süt Sevdalısı
Seen from
Turkey
گپ شپ😍
Seen from
India
Stw Lokal
Seen from
Indonesia
↷ K⁷ ♡ ࿐
Seen from
Chile
Relief
Seen from
Turkey
cari janda yang setia
Seen from
Indonesia
♠Aldatmak İsteyenler♠
Seen from
Turkey
Trends for you
1
Clemson
Under 10K tweets
2
Northwestern
Under 10K tweets
3
#AFLGF
Under 10K tweets
4
#LaGranjaVPMX
Under 10K tweets
5
JOONGDUNK JAIDEE SEOUL SMILES
Under 10K tweets
6
Air Force One
Under 10K tweets
7
Tosh
Under 10K tweets
8
Ashton Hampton
Under 10K tweets
9
#ValentinoSS27
Under 10K tweets
10
Wash
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.7M followers
2
Barack Obama
@barackobama
119M followers
3
Cristiano Ronaldo
@cristiano
114.4M followers
4
Donald J. Trump
@realdonaldtrump
111.9M followers
5
Narendra Modi
@narendramodi
107.2M followers
6
Rihanna
@rihanna
98.7M followers
7
NASA
@nasa
92.4M followers
8
Justin Bieber
@justinbieber
91.8M followers
9
KATY PERRY
@katyperry
90M followers
10
Taylor Swift
@taylorswift13
83.9M followers
11
Lady Gaga
@ladygaga
75.4M followers
12
Virat Kohli
@imvkohli
73.4M followers
13
Kim Kardashian
@kimkardashian
70.9M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
66.4M followers
16
Bill Gates
@billgates
65.2M followers
17
Selena Gomez
@selenagomez
63.1M followers
18
The Ellen Show
@theellenshow
62.3M followers
19
CNN
@cnn
61.8M followers
20
X
@x
60.7M followers
Olivia
Online
✨
⭐
💫