@himantabiswa সন্��ানীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি কৈছিল আলোচনা মাজেৰে আমাৰ সমস্যাৰ সমাধান কৰিব আন্দোলন বেয়া পাই কিন্তু এতিয়া দুই মাহ অতিক্ৰম কৰিলে আলোচনাৰ কোনো ধৰণৰ উত্তৰ পোৱা নাই কৰ্ম বোৰ সঠিক ভাবে চলাই নিয়াত যথেষ্ট কষ্ট হৈছে আজিৰ এই মূল্য বৃদ্ধি দিনত দুই বছৰ ধৰি একেই মাননী বাকী সকলৰ বহুত