Top Tweets for #tmpk
(#TMPK urges #Galocommunity to de-escalate interstate #boundarytension)
The Arunachal Times - https://t.co/EfFWkUBGJL
I am deeply humbled by the continued support from my well-wishers at my residence following my appointment to the #TMPK Central Committee. Adding to this, receiving a revolutionary greetings from the TMPK, MMK, TMMK Kalia Anchalik Samiti, is a tremendous honour.
@TilakDoley72639

মিচিং জনজাতিৰ শক্তিশালী সংগঠন টাকাম মিচিং পৰিণ কেবাঙ (TMPK)ৰ নৱনিৰ্বাচিত সভাপতি মিগাং তিলক দলে ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক মিগাং শান দঃঞি পাংগিঙ ডাঙৰীয়ালৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ।
#ABVP #ABVPAssam
#TMPK

🌿 আমাৰ সংগ্ৰামী বন্ধু মিগাং ধনেশ মিলিক TMPK লোহিত খাবলু আঞ্চলিক সমিতিৰ সহকাৰী সম্পাদক হিচাপে নিৰ্বাচিত হোৱাত আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা। আপোনাৰ নতুন দায়িত্ব সফলতাৰে পালন কৰি সংগঠনক অধিক শক্তিশালী কৰি তোলক। ✊
#TMPK #Majuli #Mising #Congratulations

✨ মৰিয়নীৰ উজ্জ্বল ভৱিষ্যতৰ দিশে এক দৃঢ় খোজ... 🎓✨
যোৱাকালি মৰিয়নীৰ বিভিন্ন প্ৰান্তত যোৰহাট জিলা কুৰ্মী যুৱ-ছাত্ৰ পৰিষদ, জিলা মুণ্ডা যুৱ পৰিষদ, অসম চাহ জনজাতি যুৱ পৰিষদ আৰু টীয়ক আঞ্চলিক টি.এম.পি.কে. (#TMPK) ৰ উদ্যোগত আয়োজিত 'কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা' অনুষ্ঠানসমূহত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ সুযোগ লাভ কৰোঁ।
আমাৰ এই ছাত্ৰ-ছাত্ৰীসকলৰ সফলতাই সমগ্ৰ মৰিয়নীলৈ গৌৰৱ কঢ়িয়াই আনিছে। তোমালোকৰ লক্ষ্য আৰু সপোনবোৰ আগন্তুক দিনত বাস্তৱায়িত হওক, তাৰেই আন্তৰিক শুভকামনা জনালোঁ। 🌟📚
#MeritoriousStudents #Education #FutureOfAssam #Mariani #Assam
@himantabiswa
@DilipSaikia4Bjp
@BJP4Assam
@CMOfficeAssam
🌿 বন বচাও, নদী বচাও — প্ৰকৃতি ৰক্ষা কৰাই ভৱিষ্যৎ ৰক্ষা।
আগন্তুক বিশ্ব পৰিৱেশ দিৱসত TMPK-ৰ উদ্যোগত “Save Forest, Save River” সচেতনতামূলক গীত শীঘ্ৰেই ৰাইজৰ মাজত। 🌍💚
#SaveForestSaveRiver #WorldEnvironmentDay #ProtectNature #TMPK
A delegation of #TMPK (All Missing Students' Union), led by Reedeep Jack Doley, External Affairs Secretary, met the police investigation team at #BihpuriaPoliceStation regarding a fair investigation and immediate justice for #antidrugactivist Gumin Mize, who is currently in judicial custody in #Lakhimpur.

মিচিং জনগোষ্ঠীৰ গৌৰৱ, ঐক্য আৰু অধিকাৰৰ প্ৰতীক টাকাম মিচিং পৰিণ কেবাং #TMPK ৰ প্ৰতিষ্ঠা দিৱসত আন্তৰিক শুভেচ্ছা জনাইছোঁ। মিচিং সমাজৰ স্বাভিমান, ভাষা-সংস্কৃতি সংৰক্ষণ আৰু সামাজিক ন্যায়ৰ ক্ষেত্ৰত #TMPK ৰ অৱদান অসামান্য। এই সংগঠনটি দীৰ্ঘদিন ধৰি মিচিং জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত শক্তিশালী ৰণপথিক ৰূপে মিচিং জাতিৰ বাবে কাম কৰি আহিছে।
এই শুভ দিনটোত #TMPK ৰ সকলো সংগ্ৰামী কৰ্মকৰ্তা আৰু নেতৃত্বক হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকৰ দৃঢ় নেতৃত্বত আৰু সমাজমুখী আদৰ্শেৰে মিচিং জনগোষ্ঠীৰ গৌৰৱ আগলৈও অধিক উজ্জ্বল হ’ব বুলি দৃঢ় বিশ্বাস ।
#TMPK írroi
#Mising régam írroi
#LongliveTMPK
@DilipSaikia4Bjp
@BJP4Assam
@BJP4India
@STMorcha_Assam

Warm wishes to the 𝐓𝐚𝐤𝐚𝐦 𝐌𝐢𝐬𝐢𝐧𝐠 𝐏𝐨𝐫𝐢𝐧 𝐊𝐞𝐛𝐚𝐧𝐠 (#TMPK) on its Foundation Day! Since its inception in 1971, TMPK has stood as a strong voice for the socio-economic and political aspirations of the Mising community.

Inaugurated the final match of the Haren Gogoi Memorial Football Tournament, organized by #TMPK Sisimukh branch with Dhemaji Sports Association and Sisimukh Evergreen Sports Association at Sisimukh Girls’ High School playground, where RD Rhino Jonai faced APFC Majuli.
Appreciation goes to the organizers for promoting regional sports talent.
@TilakDoley72639

#ABVP & #TMPK alliance emerges victorious, winning major posts - President, General Secretary, and Indoor Games Secretary at Majuli Cultural University, Majuli, marking a historic win in the university's maiden election! #VijayyatraABVPAssam2k25 #MCU #MajuliCulturalUniversity

আছুৰ UPSC প্ৰত্যাশাত অংশগ্ৰহণ কৰিব লগা অসমৰ ২৬গৰাকী উদ্যমীক দিল্লীৰ প্রশিক্ষণ যাত্রাত শুভকামনা! আপোনালোকৰ অধ্যৱসায় আৰু উৎসাহে অসমক গৰ্বিত কৰিব। TMPK ৰ পূৰ্ণ সমৰ্থন।
@SamujjalBhatta
@Utpal_Assam
@TilakDoley72639 #AASU #TMPK #UPSC #AssameseYouth #CivilServices #Inspiration

#ধেমাজি জিলা #আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু #TMPK ৰ সহযোগত চিলাপথাৰ দঃঞি পঃল সাংস্কৃতিক প্রকল্পত #আন্তর্জাতিক ড্ৰাগছ সেৱন আৰু #অবৈধ সৰবৰাহ #বিৰোধী #দিৱস পালন লগতে #বাল্যবিবাহ প্ৰতিৰোধৰ সজাগতা সভা উপস্থিত থাকো।

(TMPK delegation meets SP, discusses Doley murder case)
#PrabhashDoleyMurderCase #TMPK #ItanagarSP
The Arunachal Times - https://t.co/sdRpVcIvGP

Lisang Gaon houses many Akhak Pegus, whose everything was wolfed down by the ravaging flood at some point in time.
Full story here: https://t.co/JtwZnhcUln
#TMPK #Tinsukia #JagunReserveForest
TMPK’s road blockade in Jonai, Assam, demands justice for slain Mising youth Prabash Doley, killed in Arunachal Pradesh. Calls for life imprisonment and compensation intensify. #JusticeForPrabashDoley #TMPK #AssamProtest
https://t.co/Jwg3BZf7IN

আজি #TMPK মাজুলী জিলা সমিতিৰ কাৰ্যকৰী সভাত উপস্থিত থাকি মিচিং জাতিটো সংগঠিত ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ কৰণীয় আৰু #GSB গঠন সন্দৰ্ভ আমাৰ অনুভৱ ব্যক্ত কৰোঁ।
সভাত জেষ্ঠ সংগঠকসকলৰ দিকনিৰ্দেশনাই উপস্থিত সংগ্ৰামী সতীৰ্থসকলৰ লগতে আমাক কৃতাৰ্থ কৰিলে।
@TilakDoley72639
@sundonyi

সাংগঠনিক আৰু ৰাজনৈতিকভাৱে মিচিং সমাজৰ যুৱ প্ৰজন্মক সু-সংগঠিত কৰাৰ ক্ষেত্ৰত মিচিং জাতিৰ একমাত্ৰ জাতীয় ছাত্ৰ সংগঠন #TMPK ৰ সন্মানিত সভাপতি শ্রদ্ধাৰ @TilakDoley72639 মিগমৰ সান্নিধ্যই আমাক সদায় উৎসাহিত কৰে।

I earnestly appeal to #TMPK & #MAC to lead the way by creating a well-equipped #playground in a Mising-dominated district as a #pilot project. Let this be the first step toward empowering our youth & unlocking a brighter future through sports.
@ranojpeguassam
@TilakDoley72639

Last Seen Hashtags on Sotwe
Most Popular Users

Elon Musk 
@elonmusk
241M followers

Barack Obama 
@barackobama
119.2M followers

Cristiano Ronaldo 
@cristiano
111.8M followers

Donald J. Trump 
@realdonaldtrump
111.8M followers

Narendra Modi 
@narendramodi
107M followers

Rihanna 
@rihanna
98M followers

NASA 
@nasa
92.2M followers

Justin Bieber 
@justinbieber
91.2M followers

KATY PERRY 
@katyperry
88.3M followers

Taylor Swift 
@taylorswift13
82.2M followers

Lady Gaga 
@ladygaga
73.7M followers

Virat Kohli 
@imvkohli
71M followers

Kim Kardashian 
@kimkardashian
70.1M followers

YouTube 
@youtube
68.7M followers

Bill Gates 
@billgates
64.3M followers

Neymar Jr 
@neymarjr
63.8M followers

The Ellen Show
@theellenshow
62.4M followers

CNN 
@cnn
61.8M followers

Selena Gomez 
@selenagomez
61.4M followers

X 
@x
60.8M followers
























