Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Hima Das
@HimaDas2
এখন ভেদভাৱবিহীন,শান্তিপূৰ্ণ,একত্ৰিত,সমস্যা আৰু অভাৱবিহীন সমাজ গঢ়িব খোজা অজুত সপোন চকুত পুহি ৰখা এগৰাকী সাধাৰণ অসমীয়া যুৱতি ,..!
Digboi(Assam)
Joined December 2015
4
Following
240
Followers
49
Posts
Hima Das
@HimaDas2
over 4 years ago
@jitudas35065154
ধন্যবাদ
Hima Das
@HimaDas2
almost 6 years ago
ভুল কৰিলে শিক্ষালাভৰ স্বাৰ্থতেই শাস্তিৰ সন্মুখীন হোৱাটো প্ৰয়োজনীয়,..।।
#GoodJobMumbaiPolice
#DontReleaseArnabGoswami
Hima Das
@HimaDas2
over 4 years ago
@jitudas35065154
Thank you
Hima Das
@HimaDas2
almost 5 years ago
মানুহে সমস্যাৰ সমাধানসূত্ৰ নিৰূপণৰ চেষ্টা কৰে আৰু আমিবোৰে আৱিষ্কাৰৰ...মানুহে ওপৰলৈ যোৱাৰ চিন্তা কৰে আৰু আমি তললৈ..মানুহে ভৱিষ্যতৰ কথা চিন্তা কৰে আৰু আমি আদিম যুগলৈ ঘূৰি যোৱাৰ...!! সেয়ে অসমখন উন্নয়নৰ ক্ষেত্ৰত সদায় শেষৰফালে...!!
Who to follow
Dr. Prabhakar Das
@PrabhakarDas117
Doctor. Former President, Jorhat Medical College Students' Association 21-23, JMCH, Jorhat, Assam, Bharat🇮🇳 Hindu🚩
Nabajyoti Borah
@Naba2276
An optimistic public servant, Green enthusiast; Die hard follower of liberalism. #assamtourism
কুকিল দাস🌈
@KookeelD
Proud Assamese Proud NEIndian Proud Indian Animal Lover Be Good,i'll be Best...Be Bad,i'll be worst!! Always no to CAA!! Team India🇮🇳, Team NEUFC
Hima Das
@HimaDas2
about 5 years ago
কাইলৈৰ পৰা বিকল্পধৰ্মী পৰীক্ষা আৰম্ভ হ'ব। শুনিছো এই মূল্যায়নৰ মাৰ্কশ্বীটখন শিক্ষকৰ চাকৰিৰ বাবে উপযুক্ত নহয়। যদিহে এই মূল্যায়নে আমাক আমাৰ প্ৰাপ্যৰ চাকৰি বঞ্চিত কৰে তেন্তে প্ৰশ্ন হয় - হেজাৰ হেজাৰ শিক্ষক প্ৰশিক্ষাৰ্থীৰ জীৱন লক্ষ্যক উপলুঙাৰে কিয় কৰা হৈছে এনে মূল্যায়ন ব্যৱস্থা?
Hima Das
@HimaDas2
almost 6 years ago
আবেগে কেতিয়াবা বিবে��ৰ কথা শুনিবলৈ টান পাই,.. সেয়ে হয়তো জানি বুজিও কৰি পেলোৱা হয় কিছুমান অনিচ্ছাকৃত ভুল...!
Hima Das
@HimaDas2
almost 6 years ago
তোমাৰ মৃত্যুত বহুতেই চকুলো টুকিব কিন্তু তোমাৰ জীৱন্ত চকুলো টুকাৰ স্বাৰ্থত কেইজনে মৃত্যুবৰণ কৰিব...?
Hima Das
@HimaDas2
about 6 years ago
#ReleaseAkhilGogoi
#অখিল_গগৈক_মুক্তি_দিয়ক
Hima Das
@HimaDas2
about 6 years ago
ডিঙিত গামোচা পিন্ধিলেই কোনোবা অসমীয়াৰ শুভাকাংক্ষী হৈ নপৰে...!
Hima Das
@HimaDas2
over 6 years ago
দেশৰ মন্দাৱস্থাৰ সময়ত যদি ৫০জন পুঁজিপতিৰ ৬৮হেজাৰ কোটিৰ ঋণ মাফ কৰিব পাৰে তেন্তে নিশ্চিতভাৱে সাধাৰণ খাতি খোৱা ৰাইজে লোৱা মাইক্ৰ ফাইনেঞ্চ, কৃষি আৰু ক্ষুদ্ৰ ব্যৱসায়সকলে লোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ ঋণসমূহ মাফ কৰি সাধাৰণ ৰাইজক উপকৃত কৰাটো সময়ৰ আহ্বান...!
Hima Das
@HimaDas2
over 6 years ago
#Release
-
#Akhil
-
#Gogoi
বিজেপি চৰকাৰৰ বাবে অখিল গগৈ কৰ'ণাতকৈও ভয়াবহ,..সেই কথা ইতিমধ্যেই প্ৰমাণিত হৈছে। তেখেতৰ শাৰীৰিক অসুস্থতাৰ পিছতো এনেকৈ অন্যায়ভাৱে বাৰে বাৰে গ্ৰেপ্তাৰ কৰোৱাই বীৰত্ব দেখুওৱাসকলৰ এনে কাৰ্যক ধিক্কাৰ জনাইছোঁ।
Hima Das
@HimaDas2
over 6 years ago
সচাঁই নিন্দনীয়
Hima Das
@HimaDas2
over 6 years ago
#ভাৰতীয়
আৰু
#অন্ধবিশ্বাস
এই দুয়োটা শব্দই যেন এটা আনটোৰ পৰিপূৰক....!
Hima Das
@HimaDas2
over 6 years ago
হাজাৰ কন্ঠই চিঞৰি কান্দিছে,...অখিল গগৈক মুক্তি দিয়ক...!
Hima Das
@HimaDas2
over 6 years ago
এই দেশত বিশ্বাসঘাতকৰ সন্মান বেছি আৰু বিশ্বাসযোগ্যক আওকান বেছি...সেয়েহে নহয় উন্নয়নৰ খেতি...!
Hima Das
@HimaDas2
over 6 years ago
যি দেখিছো এইবাৰ ভাৰতে স্বাস্থ্য সম্বন্ধীয় ন'বেল পোৱাটো প্ৰায় খাটাং😂😝😂
Hima Das
@HimaDas2
over 6 years ago
ই আকৌ কেনে কথা- চাউলৰ দাম যদি এটকা ৰাখিলা তাক সিজাই খাবলৈ গেছ চিলিণ্ডাৰৰ দাম আকৌ ৯০০টকা?🤔🤔🤔
Hima Das
@HimaDas2
over 6 years ago
ইতিহাস সাক্ষী আছে জীৱিত কালত প্ৰায়েই উপযুক্ত সা-সন্মান লাভ নকৰে প্ৰকৃত বিপ্লৱীয়ে..!
Hima Das
@HimaDas2
over 6 years ago
সময় থাকোতেই চিনি থওক দেশদ্ৰোহীৰ লগতে প্ৰকৃত দেশপ্ৰেমীক...!
Hima Das
@HimaDas2
over 6 years ago
এইয়া সময় নিজৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত চৰকাৰৰ স্বৈৰতন্ত্ৰী শাসনৰ বিৰুদ্ধে সকলো একত্ৰিত হোৱাৰ...!
Last Seen Users on Sotwe
افلام سكس سودانيه
Seen from
Germany
Dream Kashikami 🐷
Seen from
Thailand
suka boking stw
Seen from
Indonesia
Denis Kamukama
Seen from
Malaysia
𝒎𝒊𝒎𝒊𝒊𝒙𝒛𝒊𝒒𝒙𝒙
Seen from
Malaysia
_Vince76_ maledom🇭🇷95K
Seen from
Turkey
EN AMMA PURUSHAN 😈⚡
Seen from
Saudi Arabia
Agresif_panda
Seen from
Austria
Mon share Son Video
Seen from
Thailand
Orusxd
Seen from
Malaysia
Trends for you
1
#Verzuz
Under 10K tweets
2
Raiders
Under 10K tweets
3
Paige
Under 10K tweets
4
Mendoza
Under 10K tweets
5
Stribling
Under 10K tweets
6
Jacob Cowing
Under 10K tweets
7
Trey Lance
Under 10K tweets
8
Adrian Martinez
Under 10K tweets
9
Where I Wanna Be
Under 10K tweets
10
Stutter
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.4M followers
2
Barack Obama
@barackobama
119.1M followers
3
Cristiano Ronaldo
@cristiano
113.5M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.2M followers
6
Rihanna
@rihanna
98.5M followers
7
NASA
@nasa
92.3M followers
8
Justin Bieber
@justinbieber
91.6M followers
9
KATY PERRY
@katyperry
89.4M followers
10
Taylor Swift
@taylorswift13
83.3M followers
11
Lady Gaga
@ladygaga
74.8M followers
12
Virat Kohli
@imvkohli
72.5M followers
13
Kim Kardashian
@kimkardashian
70.6M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
65.4M followers
16
Bill Gates
@billgates
64.8M followers
17
Selena Gomez
@selenagomez
62.5M followers
18
The Ellen Show
@theellenshow
62.3M followers
19
CNN
@cnn
61.8M followers
20
X
@x
60.8M followers
Olivia
Online
✨
⭐
💫