কথা টো ভাবিলে সঁচাকৈ দুখ লাগে। আমি এনেকুৱা এখন দেশত বাস কৰো য'ত "বেগমজা��" বন্ধ কৰিবলৈ বা নকৰিবলৈ ৰায় পায় ২০ দিনত।
কিন্তু আমা��� ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ কৰা কেচ, বছৰ বছৰ ধৰি চলি থাকে আৰু ফলাফল ঘোষণা নহয় ।
ইয়াত ভুল কাৰ?
#ReleaseAPSCMain2018results
#Publish_APDCL_RESULT_freshers