Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Priya Sharma
@priyaWrites_
দিন গৈ দিন আহে, মাহ গৈ মাহ আহে, ঋতু গৈ ঋতু আহে, স্বপ্নৰ আপেক্ষাত লোলুপ বাস্তৱ |
Assam
Joined November 2025
31
Following
7
Followers
198
Posts
priyaWrites_
retweeted
জোনাকী দুৱাৰ
@zonakiduar
about 20 hours ago
মোৰ ভিতৰত এতিয়া কোনো কোলাহল নাই, কেৱল এটা বিশাল ‘ব্লেক হ’ল’ (Black Hole), য’ত পোহৰ আৰু হেঁপাহবোৰো নীৰৱে বিলীন হৈ যায়।
#zonakiduar
#randomthoughts
priyaWrites_
retweeted
জোনাকী দুৱাৰ
@zonakiduar
about 20 hours ago
সীতা এক সামাজিক সমীকৰণ, য’ত সহনশীলতাৰ চৰম সীমাই ‘সতীত্ব’। যশোধৰা এটা স্বাধীন আৱিষ্কাৰ, য’ত বিৰ���েই হ’ল ‘নিৰ্বাণ’। প্ৰশ্ন হয়- সাৰ্থকতা ক’ত? সীতাৰ মৌন সহনশীলতাত, নে যশোধৰাৰ আত্ম-অন্বেষণৰ আধুনিকতাত? . .
. #zonakidu
a
r #randomthough
t
s #goodmorni
n
g #yashodha
ra
See More
priyaWrites_
retweeted
জোনাকী দুৱাৰ
@zonakiduar
2 days ago
চকুৱে এতিয়া কেৱল ফ্ৰন্ট কেমেৰা বিচাৰে, আন একো নহয়। ডিজিটেল স্ক্ৰীণৰ সেই আত্মমোহ, য’ত আমি সকলোৱে নিজৰেই অন্ধ ভক্ত; এজন আধুনিক নাৰ্চিছাছ, যিয়ে ভিৰৰ মাজতো কেৱল নিজৰ প্ৰতিধ্বনি শুনে। বাকী গোটেই পৃথিৱীখন যেন এতিয়া মাথোঁ একোটা ‘লাইক’ আৰু ‘ভিউ’ৰ সমাহাৰ।
#zonakiduar
#randomthoughts
See More
priyaWrites_
retweeted
জোনাকী দুৱাৰ
@zonakiduar
3 days ago
1/2 অভাষা *************************************** যিসকলে কথা ক’ব নোৱাৰে, তেওঁলোকৰ ভাষাহীনতাই প্ৰমাণ কৰে যে ব্ৰহ্মাণ্ডৰ আটাইতকৈ গভীৰ অনুভৱবোৰক জুখিবলৈ কোনো ব্যাকৰণৰ সৃষ্টি হোৱা নাছিল। যিসকলে কথা ক’ব নোৱাৰে,👇
priyaWrites_
retweeted
জোনাকী দুৱাৰ
@zonakiduar
about 2 months ago
সূৰ্য্য হেনো নামি আহে এই নদীয়েদি...
priyaWrites_
retweeted
জোনাকী দুৱাৰ
@zonakiduar
3 days ago
পৃথিৱীখন কেৱল মানুহৰ নহয়, প্ৰতিটো উশাহৰে ইয়াত সমান দাবী আছে। মুক্ত আকাশ আৰু এধানি মাটিৰ অধিকাৰ, আচলতে জীৱ�� থকা সকলোৰে বাবে একেই। . . .
#zonakidua
r
#randomthought
s
#goodmornin
g☀️
Priya Sharma
@priyaWrites_
3 days ago
@ANI
Gaali to nahi de sakte is news ko, lekin ****** jaroor keh sakte hai.
priyaWrites_
retweeted
NDTV
@ndtv
5 days ago
🔴
#BREAKING
| Student From Nagpur Gets Abu Dhabi Centre For NEET Retest, NTA Says "Glitch" NDTV's
@AaquilJameel
joins
@reetksahni
with more details
ndtv's tweet video.
priyaWrites_
retweeted
জোনাকী দুৱাৰ
@zonakiduar
5 days ago
আমাৰ গোপন হেঁপাহবোৰ এতিয়া এলগৰিদমৰ একোটা জটিল কোড, পিক্সেলৰ ভাঁজত বন্দী আমাৰ প্ৰতিটো আৱেগ আৰু খোজ; আমি মাথোঁ ডাটাৰ ধূলিকণা, বিচাৰোঁ অস্তিত্বৰ অলপমান আভাস। য’�� অদৃশ্য স্ক্ৰীণৰ সিপাৰে নীৰৱে হেৰাই যায় আমাৰ আকাশ।
#zonakidua
r
#randomthought
s
#goodmornin
g☀️
priyaWrites_
retweeted
জোনাকী দুৱাৰ
@zonakiduar
6 days ago
শিলৰ চহৰত আজি কংক্ৰীটৰ শাসন, য’ত হেৰাই যায় আমাৰ চিঞৰৰ ঠিকনা; যুগান্তৰৰ এই পুতলা নাচৰ আমি মাথোঁ পুতলা, যাৰ কোনো শ্ল'গান নাই, কোনো উত্তৰাধিকাৰো নাই।
#zonakiduar
#randomthoughts
#goodmornıng
priyaWrites_
retweeted
জোনাকী দুৱাৰ
@zonakiduar
7 days ago
শিক্ষা কোনো ‘Flash Sale’ নহয়, ই আপোনাৰ সন্তানৰ ভৱিষ্যত। গতিকে এই "Impulsive Admission Tactics"ৰ ফান্দত পৰাৰ আগতে কেৱল এবাৰ চিন্তা কৰক। 🛑
#zonakiduar
#randomthoughts
#goodmorning
#EducationMatters
#children
#parents
priyaWrites_
retweeted
জোনাকী দুৱাৰ
@zonakiduar
7 days ago
এই "Impulsive Admission Tactics"সমূহক এনেদৰে plan কৰা হয় যাতে students বা parents এ long-term চিন্তা-ভাৱনা কৰাৰ কোনো সুযোগ নাপায় আৰু থিতাতে আবেগিক হৈ খৰখেদাকৈ একোটা সিদ্ধান্ত লৈ পেলায়।
priyaWrites_
retweeted
জো��াকী দুৱাৰ
@zonakiduar
7 days ago
👉মাত্ৰ ২খন আসনহে বাকী আছে! (Only 2 seats left!) 👉অহা মাত্ৰ ২ দিনৰ বাবে ৩০% ৰেহাই! (30% off/scholarships for next 2 days only!) 👉অবিৰত ফোন কল আৰু স্পামিং (Non-Stop Calling & Spamming) 👉এতিয়াই নকৰিলে সন্তান পিছপৰি ৰ’ব! (FOMO - Fear of Missing Out)
priyaWrites_
retweeted
জোনাকী দুৱাৰ
@zonakiduar
7 days ago
বেৰৰ ঘড়ীৰ ছেকেণ্ডৰ কাটাডালে প্ৰতিপল এটাই প্ৰমাণ কৰে - মুঠিত জীৱন থমকি নৰয়, আহিবলগীয়া বৰদৈচিলাজাক... আহিবই।
#randomthoughts
#zonakiduar
priyaWrites_
retweeted
জোনাকী দুৱাৰ
@zonakiduar
7 days ago
ব্যক্তিগত খণ্ডৰ ভাৰতীয় শিক্ষানুষ্ঠান আৰু কোচিং প্ৰতিষ্ঠানসমূহে কেনেকৈ "Impulsive Admission Tactics" প্ৰয়োগ কৰি students আৰু parents ক একপ্ৰকাৰ hypnotize কৰে, চাওক 👇
priyaWrites_
retweeted
জোনাকী দুৱাৰ
@zonakiduar
8 days ago
প্ৰতিজন মানুহৰে সন্মুখত থিয় দি থাকে এখন অদৃশ্য দেৱাল, সিপাৰে কি কোনেও নাজানে, তথাপি থমকি নৰয় তেজৰ সোঁত। এই যে শূন্যতাক সাৱটি জীৱনক জুমি চোৱাৰ একাকী জেদ, সেয়াইতো আমাক প্ৰতিপল জীয়াই ৰখা গোপন আস্থা। . .
#zonakiduar
#randomthoughts
#goodmorning
Priya Sharma
@priyaWrites_
8 days ago
@mememandir
Don't bam GitHub atleast
priyaWrites_
retweeted
জোনাকী দুৱাৰ
@zonakiduar
9 days ago
"अप्प दीपो भव" খোপনি হেৰুওৱা এই মৰূভূমিত কোনো অলৌকিক মৰীচিকা নাই, নিসংগতাৰ কোলাহ���েৰে নিজক সজাইছা, তাত কাৰো আশ্ৰয় নাই। অস্তিত্বৰ বিভ্ৰম ফালি নিজেই নিজৰ একাকীত্বৰ পোহৰ হোৱা, ধুমুহাৰ বুকুটো জ্বলন্ত ঈশ্বৰ তুমিয়েই হোৱা। .
. #zonakidu
a
r #randomthough
t
s #goodmorni
n
g #buddhistwisd
om
See More
priyaWrites_
retweeted
জোনাকী দুৱাৰ
@zonakiduar
10 days ago
ধৰ্মগুৰুসকলৰ মতে, ধৰ্ম হ’ল মানুহক আধ্যাত্মিক অজ্ঞতা, নৈতিক অৱক্ষয় আৰু চিৰন্তন সৰ্বনাশৰ পৰা ৰক্ষা কৰাৰ এক উপায়; আৰু মন্দিৰ হ’ল ঈশ্বৰৰ পবিত্ৰ বাসস্থান, য’ত মানুহে জাগতিক অশান্তিৰ পৰা আঁতৰি মনৰ শান্তি আৰু সমাজৰ একতা বিচাৰি পায়।
#zonakiduar
priyaWrites_
retweeted
জোনাকী দুৱাৰ
@zonakiduar
10 days ago
এটা পুৰণি সাধু, কিন্তু আজিও প্ৰাসংগিক।
#randomthoughts
#zonakiduar
Last Seen Users on Sotwe
casalculto2015
Seen from
Brazil
Adamo
Seen from
France
gavat koca
Seen from
Turkey
OSRUBU ŞEHNAZ 🖕🖕🖕
Seen from
Turkey
Nyari yang semok
Seen from
United States
Altyazılı Erotik Film
Seen from
Turkey
FD 우월펨돔 서아여왕💕💕
Seen from
Korea
Hot insta reels
🍑 🍆 Gorgeous Vids | +18
Seen from
Algeria
Sena Ozansoy
Seen from
Turkey
Trends for you
1
Vini
Under 10K tweets
2
Haiti
Under 10K tweets
3
Save Act
Under 10K tweets
4
Caracas
Under 10K tweets
5
Save America Act
Under 10K tweets
6
Bosnia
Under 10K tweets
7
Cassidy
Under 10K tweets
8
GTA 6
Under 10K tweets
9
Blazblue
Under 10K tweets
10
#SCOBRA
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
240.4M followers
2
Barack Obama
@barackobama
119.3M followers
3
Donald J. Trump
@realdonaldtrump
111.7M followers
4
Cristiano Ronaldo
@cristiano
110.2M followers
5
Narendra Modi
@narendramodi
107M followers
6
Rihanna
@rihanna
97.6M followers
7
NASA
@nasa
92.1M followers
8
Justin Bieber
@justinbieber
90.8M followers
9
KATY PERRY
@katyperry
87.5M followers
10
Taylor Swift
@taylorswift13
81.3M followers
11
Lady Gaga
@ladygaga
72.8M followers
12
Kim Kardashian
@kimkardashian
69.7M followers
13
Virat Kohli
@imvkohli
69.6M followers
14
YouTube
@youtube
68.7M followers
15
Bill Gates
@billgates
63.8M followers
16
The Ellen Show
@theellenshow
62.5M followers
17
Neymar Jr
@neymarjr
62.3M followers
18
CNN
@cnn
61.9M followers
19
X
@x
60.8M followers
20
Selena Gomez
@selenagomez
60.6M followers
Olivia
Online
✨
⭐
💫