Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Reeldrama
@Reeldrama2
Reeldrama, a dedicated OTT (Over-The-Top) platform for Assamese movies, web series, shows, kids animation, and masterclasses.
Hyderabad
Joined May 2021
0
Following
17
Followers
148
Posts
Reeldrama
@Reeldrama2
almost 4 years ago
ব্লকবাষ্টাৰ অসমীয়া চলচ্চিত্ৰ
#Raktabeez
ত কাম কৰাৰ পিছত, প্ৰযোজনা প্ৰৱন্ধক ভাস্কৰ্জ্যুতি নাথে নতুন থ্ৰিলাৰ ৱেব চিৰিজ
#Trojan
লৈ উভতি আহিছে, কেৱল
#ReelDrama
ত | Download the App Now! Android - https://t.co/ePmr1wdo6h
#AssameseWebSeries
#Assam
#ThrillerSeries
#WebSeries
See More
Reeldrama
@Reeldrama2
almost 4 years ago
দেবজিৎ মজুমদাৰে নতুন চিৰিজ
#Trojan
সুনীলৰ ভূমিকাৰ বিষ��়ে কোৱা চাওক, কেৱল
#ReelDram
a ত | এতিয়া চাওক | Download the App Now! Android - https://t.co/ePmr1wdo6h iOS - https://t.co/uO6DgrdGAW
#AssameseWebSerie
s
#WebSerie
s
#CyberCrim
e
#Thrille
r
#Crim
e
#Assa
m
See More
Reeldrama2's tweet video.
Reeldrama
@Reeldrama2
almost 4 years ago
ৰাজীৱ ভৰদ্বাজ জীয়ৰীৰ বাবে তেওঁ পিতৃতকৈ এজন বন্ধু হিচাপে বেছিকৈ প্ৰিয়। যেতিয়া সংকটে চহৰখনত ত্ৰাসৰ সৃষ্টি কৰিব, তেতিয়া তেওঁৰ এটাই কামনা তাইৰ যাতে কোনো ক্ষতি নহয়। কিন্তু এগৰাকী পিতৃয়ে নিজ কন্যাক ৰক্ষা কৰিব পাৰিবনে? https://t.co/ePmr1wdo6h
Reeldrama
@Reeldrama2
almost 4 years ago
ইয়াত অক্ষিত গোস্বামীয়ে ৱেব ছিৰিজত নিজৰ ভূমিকা সম্পৰ্কে অধিক কৈছে।
#Trojan
চাওক, কেৱল
#ReelDrama
’ত |
#AssameseWebSeries
#Assam
#Mystery
#Suspense
#Thriller
Reeldrama2's tweet video.
Who to follow
Office of Jagadish Bhuyan
@OfficeOfJB
Office of the General Secretary, @jatiyaparishad. Former Minister, Govt. of Assam. RTs & likes are neither my views nor endorsements.
Chinmoy barma
@Thebarma07
Cut me and I bleed art! A filmmaker, engineer, artist , educator.
chef dk
@Kanmonidas9
simply living ' high thinking ...I need a best friend
Reeldrama
@Reeldrama2
almost 4 years ago
বঁটা বিজয়ী চিনেমা
#Riyaaz
ৰ চিনেমাটোগ্ৰাফাৰ নগেন বৈশ্য। তেওঁ
#OU
,
#Lovebirds
,
#Arranged
,
#Ittibrito
আৰু বহুতো কাম কৰিছে | তেওঁৰ শেহতীয়া ছিৰিজ
#Trojan
চাওক, কেৱল ReelDrama ত| Download the App Now! Android - https://t.co/ePmr1wdo6h
#AssameseWebSeries
#WebSeries
See More
Reeldrama
@Reeldrama2
almost 4 years ago
এই চাইবাৰ আক্ৰমণে ৰাজ্যখনত ৰাজনৈতি��� অস্থিৰতাৰ সৃষ্টি কৰিব নেকি? এই ৰেনছমৱেৰ আক্ৰমণৰ ফল জানিবল
ৈ #Troj
an চাওঁক, কেৱ
ল #ReelDra
ma ত।
#AssameseWebSeri
e
s #WebSeri
e
s #CyberCri
m
e #Thrill
e
r #Cri
m
e #Ass
am
Reeldrama2's tweet video.
Reeldrama
@Reeldrama2
almost 4 years ago
#Goru
আৰু
#BornodiBhotiyai
’ৰ চিনেমাটোগ্ৰাফাৰ প্ৰয়াশ শৰ্মা তামুলীৰ শেহতীয়া ৱেব ছিৰিজ
#Trojan
চাওক কেৱল Reeldrama ত।| Download the App Now! Android - https://t.co/ePmr1vWl4h iOS - https://t.co/uO6DgrvPP4
#AssameseWebSeries
#WebSeries
Reeldrama
@Reeldrama2
almost 4 years ago
#Dooronir
#LocalKungFu2
,
#LocalUtpaat
আদিৰ দৰে সফল চিনেমাত কাম কৰাৰ পিছত চিনেমাটোগ্ৰাফাৰ সূৰুজ ডেকা পুনৰ নতুন থ্ৰিলাৰ ছিৰিজ
#Trojan
’ৰ সৈতে উভটি আহিছে , কেৱল ReelDrama ত ষ্ট্ৰীমিং | Download the App Now! Android - https://t.co/ePmr1vWl4h
#AssameseWebSeries
See More
Reeldrama
@Reeldrama2
almost 4 years ago
খগেন বৰুৱা টকাৰ বিনিময়ত নিজৰ খেতি মাটি বিক্ৰী কৰিবলৈ ওলাই অহা এজন কৃষক। কিন্তু সেই টকাৰে তেওঁ পৰিয়ালটোৰ বাবে শান্তি কিনিব পাৰিবনে?
#Trojan
'ত খগেন বৰুৱাৰ কাহিনী অনুসৰণ কৰক, কেৱল
#ReelDrama
'ত স্ট্ৰিমিং | এতিয়া চাওক | Download the App Now! Android - https://t.co/ePmr1vWl4h
See More
Reeldrama
@Reeldrama2
almost 4 years ago
হিম���্যোতি তালুকদাৰ এ��ন স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতা যিয়ে এখন অসমীয়া ছবি 'Calendar'ত প্ৰথম পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁৰ নতুন ৱেব চিৰিজ - Trojan চাওক কেৱল ReelDrama ত Download the App Now! Android - https://t.co/ePmr1vWl4h
Reeldrama
@Reeldrama2
almost 4 years ago
ধ্ৰুৱ জে বৰদলৈ 9 টা শ্ৰেণীত মনোনীত হোৱা আৰু 2017 চনত Prag Cine Award ত, 3টা বঁটা লাভ কৰা "Dooronir Nirola Puja" ৰ পৰিচালকজনে আন এটা ৰোমাঞ্চকৰ Trojan নামৰ ৱেব চিৰিজ সৈতে উভতি আহিছে | এতিয়া চাওক | Download the App Now! Android - https://t.co/ePmr1vWl4h
Reeldrama
@Reeldrama2
almost 4 years ago
এই ৰেনছমৱেৰ আক্ৰমণৰ আঁৰৰ মাষ্টাৰমাইণ্ড কোন? জানিবলৈ
#Trojan
চাওঁক, কেৱল
#ReelDrama
ত। Download the App Now! Android - https://t.co/ePmr1vWl4h iOS - https://t.co/uO6DgrvPP4
#AssameseWebSeries
#WebSeries
#CyberCrime
#Thriller
#Crime
#Assam
Reeldrama2's tweet video.
Reeldrama
@Reeldrama2
almost 4 years ago
আমাৰ সম্পূৰ্ণ নতুন থ্ৰিলাৰ চিৰিজ ধ্ৰুৱ জে বৰদলৈ আৰু হিমজ্যোতি তালুকদাৰৰ দ্বাৰা
#Trojan
কেৱল
#ReelDrama
ত চাওক |
#AssameseWebSeries
#WebSeries
#Assam
#Thriller
#mystery
Reeldrama2's tweet video.
Reeldrama
@Reeldrama2
almost 4 years ago
মুক্তিৰ বাবে আৰু 1 দিন বাকী | শেহতীয়া থ্ৰিলাৰ চিৰিজ
#Trojan
কেৱল ReelDrama ত চাওক।
#AssameseWebSeries
#WebSeries
#Assam
#Thriller
#Mystery
Reeldrama
@Reeldrama2
almost 4 years ago
পংকজ এখন সৰু নগৰৰ ব্যৱসায়ী, যি আমোদ-প্ৰমোদত মত্ত থাকি ভাল পায়, লগতে জানে টকা ঘটাৰ কৌশল। কিন্তু বিপদৰ পৰা উদ্ধাৰৰ চাবিকাঠী পংকজৰ হাতত আছে নেকি? ১৪ ছেপ্টেম্বৰৰ পৰা ৰীলড্ৰামাত প্ৰদৰ্শিত হ'বলগীয়া 'ট্ৰ'জান'ত চাওক পংকজৰ কাহিনী।
#AssameseWebSeries
#WebSeries
#Assam
#Thriller
See More
Reeldrama
@Reeldrama2
almost 4 years ago
দিজু জীৱন বাটত নিজাকৈ আগবাঢ়ি যোৱা দিজু। কিন্তু অপৰাধ এনে এক অভ্যাস হিচাপে গঢ় লয় যাৰ পাকচক্ৰত সোমাই পৰে দিজু। মহানগৰীত যেতিয়া আটাইতকৈ ডাঙৰ অপৰাধ সংঘটিত হ'য় তেতিয়া দিজুৰ ভূমিকা কি হ’ব? ১৪ ছেপ্টেম্বৰৰ পৰা ৰীলড্ৰামাত প্ৰদৰ্শিত হ'বলগীয়া 'ট্ৰ'জান'ত চাওক দিজুৰ কাহিনী।
See More
Reeldrama
@Reeldrama2
almost 4 years ago
��েনছমৱেৰ আক্ৰমণৰ আঁৰৰ মাষ্টাৰমাইণ্ড ৰোকটিম নেকি? ৰহস্যটো উন্মোচিত হোৱা চাওক | সোনকালে মুক্তি পাব
#Troja
n কেৱল
#ReelDram
a ত চাওক।
#AssameseWebSerie
s
#WebSerie
s
#Assa
m
#Thrille
r
#myster
y
Reeldrama
@Reeldrama2
almost 4 years ago
ৰঞ্জিৎ কোঁৱৰ ৰাজ্যৰ গৃহমন্ত্ৰী হিচাপে কৰ্মৰত হওঁতে বহু কথা সোমাই থাকে। কিন্তু সেই পদবীটো হ’ল কণ্টকময়। বিশেষকৈ যদি সংকটটো তেওঁৰ বুজনৰ বাহিৰৰ কিবা এটা হয় তেন্তে এটা ভুল পদক্ষেপ গ্ৰহণ মানেই পতন অনিবাৰ্য।
Reeldrama
@Reeldrama2
almost 4 years ago
আক্ৰমণৰ আঁৰৰ দোষীক বিচাৰি উলিয়াব পাৰিবনে প্ৰগায়? 2022 চনৰ 14 ছেপ্টেম্বৰত আমাৰ সৈতে কাহিনীটো উন্মোচন কৰক। সোনকালে মুক্তি পাব
#Trojan
কেৱল
#ReelDrama
ত চাওক।
#AssameseWebSeries
#WebSeries
#Assam
#Thriller
#Mystery
Reeldrama
@Reeldrama2
almost 4 years ago
দিলীপ থাউচেন কম্পিউটিঙত বিচক্ষণ, হেকিঙত নিপুণ। চাইবাৰ আক্ৰমণৰ ক্ষেত্ৰত দিলীপ কাৰ পক্ষত থাকিব পাৰে তাৰ কোনো নিশ্চয়তা নাই। ১৪ ছেপ্টেম্বৰৰ পৰা ৰীলড্ৰামাত প্ৰদৰ্শিত হ'বলগীয়া 'ট্ৰ'জান'ত চাওক দিলীপ থাউচেনৰ কাহিনী।
#ReelDrama
#AssameseWebSeries
#WebSeries
#Assam
#Thriller
See More
Last Seen Users on Sotwe
angie prado
Seen from
United States
ليزا
Seen from
Singapore
Nguyễn Linh
Seen from
Vietnam
بغـدادي🔥
dan 🇻🇪
Seen from
Venezuela
Thủy Thu
Seen from
Vietnam
Gy
Seen from
Lebanon
ม.ม.
Seen from
Philippines
kontol buat hijaber
Seen from
Indonesia
Cuckoldturkiye
Seen from
Turkey
Trends for you
1
LeBron
Under 10K tweets
2
Good Saturday
Under 10K tweets
3
Knicks
Under 10K tweets
4
Lakers
Under 10K tweets
5
Opus 5
Under 10K tweets
6
Elon
Under 10K tweets
7
Reacher
Under 10K tweets
8
Cavs
Under 10K tweets
9
Caturday
Under 10K tweets
10
Shiloh Hendrix
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241M followers
2
Barack Obama
@barackobama
119.2M followers
3
Cristiano Ronaldo
@cristiano
112.1M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.1M followers
6
Rihanna
@rihanna
98M followers
7
NASA
@nasa
92.2M followers
8
Justin Bieber
@justinbieber
91.2M followers
9
KATY PERRY
@katyperry
88.5M followers
10
Taylor Swift
@taylorswift13
82.4M followers
11
Lady Gaga
@ladygaga
73.9M followers
12
Virat Kohli
@imvkohli
71.2M followers
13
Kim Kardashian
@kimkardashian
70.2M followers
14
YouTube
@youtube
68.7M followers
15
Bill Gates
@billgates
64.3M followers
16
Neymar Jr
@neymarjr
64M followers
17
The Ellen Show
@theellenshow
62.4M followers
18
CNN
@cnn
61.8M followers
19
Selena Gomez
@selenagomez
61.6M followers
20
X
@x
60.8M followers
Olivia
Online
✨
⭐
💫