২০��৮ আৰু ২০১৯ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা…
২০১৮ আৰু ২০১৯ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা।পলিছ লেখক Olga Tokarczuk লৈ ২০১৮ বৰ্ষৰ নোবেল বঁটা।আনহাতে ২০১৯ বৰ্ষৰ নোবেল বঁটা আগবঢ়োৱা হৈছে অষ্ট্ৰিয়ান লেখক Peter Handkeলৈ।কিছু সময়ক পূৰ্বে কৰা হয় এই ঘোষণা।
৭ দিনত ২০০ কোটিৰ ক্লাৱত WAR
দেশৰ ছবিঘৰত খলকনি সৃষ্টি কৰি ���িগত ৭ টা দিনত অভিলেখ সংখ্যক উপাৰ্জন হিন্দী ছবি ৱাৰৰ। অভিনেতা হৃতিক ৰোচন আৰু টাইগাৰ শ্ৰুফ অভিনীত এই ছবিখনে বিগত ৭ টা দিনত মুঠ উপাৰ্জন কৰিছে ২০৭ কোটি টকা। যোৱা ৮ অক্টোবৰত ছবিখনে উপাৰ্জন কৰিছে ২৭ কোটি টকা।
ইমৰান খানৰ স্বীকাৰোক্তি- পাকিস্তানত আছে প্ৰায় ৪০ হাজাৰ সন্ত্ৰাসবাদী
এই কথা স্বীকাৰ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে। আমেৰিকাৰ এক অনুষ্ঠানত অংশ ল’বলৈ গৈ মঙলবাৰে এই কথা পাক প্ৰধানমন্ত্ৰী ইমৰান খানে স্বীকাৰ কৰে
#sadinweekly#imrankhan
ৰাজ্যলৈ ২ কোটি টকাৰ বান সাহায্য অভিনেতা অক্ষয় ���ুমাৰৰ
অভিনেতাজনে ১কোটি টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰু ১ কোটি টকা কাজিৰঙাৰ উদ্ধাৰ অভিযানৰ বাবে আগবঢা়ইছে |
টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেতাগৰাকীয়ে |
#sadinweekly #AkshayKumar #FloodinAssam