Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
সুৰ্য্য আকৌ উদয় হ'ব, যিখিনি প্ৰয়াস অসফল হ'ল সেয়া কালিলৈ নিশ্চয় সফল হ'ব ।
Guwahati, India
Joined February 2021
716
Following
27
Followers
266
Posts
Pinned Tweet
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
over 4 years ago
প্ৰিয়জনৰ বাবে সকলোতকৈ দামী উপহাৰ হৈছে
#সময়
, কিয়নো ই কেতিয়াও ঘুৰি নাহে।।।
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
about 2 months ago
আপোনাৰ ল’ৰা-ছোৱালীক কৰ সম্পৰ্কে শিকাবলৈ সৰ্বোত্তম উপায় হ’ল তেওঁলোকৰ আইচক্ৰীমৰ ৩০% খোৱা।”
#ৱাৰেন_বাফেট
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
about 2 months ago
যেতিয়া আপুনি মিছা, মিছা আশা আৰু শূন্য প্ৰতিজ্ঞাৰে মানুহক আঘাত কৰে, ইয়াৰ পৰিণতি সদায় তৎক্ষণাত দেখা নাযায়। কিন্তু কৰ্মবোৰ আমাৰ ওচৰলৈ ঘূৰি অহাটো নিচ্চিত। বিশ্বাস উপাৰ্জন কৰাটো কঠিন আৰু ভাঙিব পৰাটো সহজ।
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
2 months ago
১ম মানুহ : মই মোৰ দেউতাকক কৈছিলো, ককাৰ মাটিখিনি বটোৱাৰা কৰাৰ সময়ত পেহিহতক মাতি, পেহিহতৰ অংশখিনি দি দিব। ২য় মানুহ : তোমালোকৰ চিন্তাধাৰা তেনেকুৱা আছিল, আমাৰ নহয়।
Who to follow
Firoz Borbhuyan
@firozborbhuyan
Just a commonner...
Mohammad Khurshed Alam
@kh_mahi7
Entrepreneur 💪🦾 Founder - @lakefin22 Wish me on 10th August 🎂🎂 Big fn - @msdhoni ♥️ @beingsalmankhan ❤️🙏 @sonusood 💯My Life, Allah's Rules 💯
Rashmita Deka
@RashmitaDeka4
কাৰোবাক আশা সিমানেই দিওঁ যিমান খিনি মই পূৰাই দিব পাৰিম.....❤️❤️❤️
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
4 months ago
সকলোকে ঈদ উল-ফিতৰৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ৰমজান মাহৰ ৰোজাৰ অন্তত এতিয়া আমি ঈদ উল-ফিতৰৰ পবিত্ৰ দিনটোৰ ওচৰ চাপি আহিছো। আশা কৰো এই বিশেষ উৎসৱে আমাৰ সমাজলৈ শান্তি, আনন্দ, আৰু সুখ কঢ়িয়াই আনিব। আহক আমি একেলগে এই পবিত্ৰ দিনটো উদযাপন কৰোঁ আৰু উপভোগ কৰোঁ৷
#ঈদ_মোবাৰক
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
12 months ago
স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
12 months ago
ৰাজনীতি এটা খেল, চতুৰ মানুহে খেলি আছে আৰু মূৰ্খবোৰে গোটেই দিনটো বহি আলোচনা কৰি আছে।
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
about 1 year ago
এতিয়া সাংবাদিকতা আৰু সেৱা হৈ থকা নাই, সাংবাদিকতা এতিয়া এটা বৃত্তি ৷ @নিতুমণি শইকীয়া
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
about 1 year ago
বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল বাঁহ আছে ইৰাণত। ইয়াৰ যন্ত্ৰণা অনুভৱ কৰিছে ইজৰাইলে।
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
about 1 year ago
"সফলতাই শ্ৰেষ্ঠ প্ৰতিশোধ " 🖤
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
about 1 year ago
Idd-Ul-Adha MUBARAK! Wishing You And Your Family a Blessed Eid Filled with Happiness And Love. May Allah Open The Doors of Happiness And Blessing For Us.
#AMEEN
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
about 1 year ago
যিমানেই ভণ্ড হ’ব সিমানেই বৃত্তটো ডাঙৰ হ’ব। যিমানেই সৎ হ’ব সিমানেই বৃত্তটো সৰু হৈ পৰিব।
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
about 1 year ago
তোমাৰ শ্ৰেষ্ঠ শিক্ষক তোমাৰ শেষ ভুল!!
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
about 1 year ago
আজিকালি মানুহে যি উচিত তাক ৰক্ষা নকৰে; তেওঁলোকে যাক ভাল পায় আৰু যাৰ পৰা লাভৱান হয়, তেওঁক ৰক্ষা কৰে।
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
about 1 year ago
কোনো সমাজে আপোনাক বুদ্ধিমান হোৱাটো নিবিচাৰে, কাৰণ বুদ্ধিমান মানুহক শোষণ কৰিব নোৱাৰি। 😎🙏😎
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
about 1 year ago
ᴛʜᴇ ᴘʀᴏᴘʜᴇᴛ ᴍᴜʜᴀᴍᴍᴀᴅ (ᴘʙᴜʜ) ᴡᴀʀɴᴇᴅ: “ʏᴏᴜ ꜱʜᴏᴜʟᴅ ᴘᴀʏ ᴛʜᴇ ʟᴀʙᴏʀᴇʀ ʜɪꜱ ᴡᴀɢᴇꜱ ʙᴇꜰᴏʀᴇ ʜɪꜱ ꜱᴡᴇᴀᴛ ᴅʀɪᴇꜱ” @ꜱᴜɴᴀɴ ɪʙɴ ᴍÂᴊᴀʜ 2443
#Happy_Labour_Day
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
over 1 year ago
অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা উলগ যাচিলোঁ।।
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
over 1 year ago
"দুৰ্বলতা পছন্দ , জয়ী মানসিকতা।"
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
over 1 year ago
টকা উপাৰ্জন কৰক যাতে আপুনি ভাল নোপোৱা পৰিস্থিতিৰ পৰা যিকোনো সময়ত ওলাই আহিব পাৰে।
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
over 1 year ago
সৰুতে শান্তিৰে শুইছিলোঁ, কিন্তু এতিয়া কেৱল ভাগৰুৱা হৈ শুই যাওঁ!😎
𝐀𝐧𝐰𝐚𝐫 𝐇𝐮𝐬𝐬𝐚𝐢𝐧
@AnwarGhy
over 1 year ago
আপুনি কেতিয়াও অনুভৱ কৰিবলগীয়া আটাইতকৈ ডাঙৰ সম্পদটো হ’ল এটা সুস্থ শৰীৰ, এটা শান্ত মন আৰু আপোনাৰ জীৱনত সঠিক মানুহ থকা।
Last Seen Users on Sotwe
আখিঁ আক্তার
Seen from
Turkey
nicolas
Seen from
Netherlands
Abdo shuruq69
Seen from
Lebanon
Љубомир Стефановић
علوش
Seen from
Egypt
マイ・ビジョン~AI美女画像~
Seen from
Japan
Sakushi🐸Sama | Ko-Fi
Seen from
Brazil
Little Boy 🔥
Seen from
Vietnam
Mega Simp
Seen from
Poland
Diana Rider
Seen from
Turkey
Trends for you
1
Fauci
Under 10K tweets
2
Good Wednesday
Under 10K tweets
3
Grammys
Under 10K tweets
4
Hump Day
Under 10K tweets
5
Happy Hump
Under 10K tweets
6
Weights
Under 10K tweets
7
Save America Act
Under 10K tweets
8
Hannity
Under 10K tweets
9
Grayson Waller
Under 10K tweets
10
Kavinsky
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.1M followers
2
Barack Obama
@barackobama
119.1M followers
3
Cristiano Ronaldo
@cristiano
112.3M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.1M followers
6
Rihanna
@rihanna
98.1M followers
7
NASA
@nasa
92.2M followers
8
Justin Bieber
@justinbieber
91.3M followers
9
KATY PERRY
@katyperry
88.6M followers
10
Taylor Swift
@taylorswift13
82.5M followers
11
Lady Gaga
@ladygaga
74M followers
12
Virat Kohli
@imvkohli
71.4M followers
13
Kim Kardashian
@kimkardashian
70.2M followers
14
YouTube
@youtube
68.7M followers
15
Bill Gates
@billgates
64.4M followers
16
Neymar Jr
@neymarjr
64.3M followers
17
The Ellen Show
@theellenshow
62.4M followers
18
CNN
@cnn
61.8M followers
19
Selena Gomez
@selenagomez
61.7M followers
20
X
@x
60.8M followers
Olivia
Online
✨
⭐
💫