...লগতে, এই ৭৮ বছৰত ভাৰতে সকলো ক্ষেত্ৰত লাভ কৰা উন্নতি আৰু বিশ্বত ভাৰতৰ শক্তিশালী স্থিতিৰ বিষয়ে উল্লেখ কৰি অসমবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।
১৯৫০ চনত শ্ৰীলংকাত অনুষ্ঠিত প্ৰথম বিশ্ব বৌদ্ধ ফেল'শ্বিপ সন্মিলনত বেশক বা বুদ্ধ পূৰ্ণিমাক বুদ্ধৰ জন্মদিন হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ২০০০ চনত ৰাষ্ট্ৰসংঘই নিউয়ৰ্কত অৱস্থিত ইয়াৰ মুখ্য কাৰ্যালয়ত আন্তৰ্জাতিক ভিত্তিত বুদ্ধ পূৰ্ণিমা অনুষ্ঠিত কৰে।
.
.
#BuddhaPurnima
ৰাজ্যৰ মন্ত্ৰী-বিধায়ক, বিধান সভাৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত অসম বিধান সভাৰ গোপীনাথ বৰদলৈ ভৱনত অনুষ্ঠিত কৰা হয় আদৰণি অনুষ্ঠান, বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে সম্পন্ন হয় অনুষ্ঠানটি।
The occasion, graced by Ministers, MLAs and Assembly officials and staff, featured a vibrant showcase of cultural performances.
জাপানৰ প্ৰতিনিধি সদনৰ সন্মানীয় অধ্যক্ষ শ্ৰী নুকাগা ফুকুছিৰো আৰু তেওঁৰ প্ৰতিনিধিৰ দলটি ৩ মে' ২০২৫ত অসম বিধান সভাত উপস্থিত হোৱা কিছু মুহূৰ্ত।
The delegation was warmly welcomed by the Speaker of the Assam Legislative Assembly, Shri Biswajit Daimary, in the presence of the Hon'ble Chief Minister of Assam, Dr. Himanta Biswa Sarma and the Hon'ble Governor of Assam, Shri Lakshman Prasad Acharya.
A few moments from the visit of the Hon'ble Speaker of the House of Representatives of Japan, Mr. Fukushiro Nukaga and his delegation to the Assam Legislative Assembly on 3rd May 2025.
They will be warmly welcomed by the Hon'ble Chief Minister of Assam, Dr Himanta Biswa Sarma, and the Speaker of the Assam Legislative Assembly, Shri Biswajit Daimary.
.
.
#AssamAssembly#NukagaFukushiro#Japan#India#Assam
On this occasion, the Hon'ble Speaker of the House of Representatives of Japan, Mr. Nukaga Fukushiro, accompanied by his delegation, will visit the Assam Legislative Assembly.