Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Awaz The Voice Assam
@AssamAwaz
In the times when negativity is becoming a USP in the news business, Awaz -The Voice ( has been bringing out positive stories
Assam
Joined November 2021
128
Following
201
Followers
14.6K
Posts
Awaz The Voice Assam
@AssamAwaz
about 3 hours ago
🔶খেতিয়কজনে মাটি চহাই মূল্যৱান শস্য উৎপাদন কৰিয়েই নিজৰ সমগ্ৰ জীৱন উচৰ্গা কৰিছে 🔶এখন উৰণীয়া মেচিনৰ দৰে অপৰিচিত আধুনিক আৱিষ্কাৰে তেওঁক আজিও সঁচাকৈয়ে ভয় খুৱাব পাৰে 🔶পৃথিৱীখন দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ পিছতো খেতিয়কজনৰ মন আজিও আগৰ দৰেই পৱিত্ৰ, সৰল আৰু নিস্পাপ হৈয়েই আছে
#farmer
#india #technology #Village
See More
AssamAwaz's tweet video.
Awaz The Voice Assam
@AssamAwaz
about 5 hours ago
🔶কেদাৰনাথৰ বছৰটোৰ প্ৰথম তুষাৰপাতৰ আনন্দ লৈছে ভক্তসকলে
#Kedarnath
#Snowfall
#India
#Vakt
AssamAwaz's tweet video.
Awaz The Voice Assam
@AssamAwaz
about 6 hours ago
🔶লক্ষ্ণৌৰ এটা মন্দিৰত এগৰাকী মহিলা ভক্তৰ ভেশত প্ৰৱেশ কৰে 🔶মহিলাগৰাকীয়ে মা লক্ষ্মীৰ মূৰ্তিৰ পৰা ৰূপৰ ছত্ৰ আৰু নাকফুলি চুৰি কৰে 🔶গহণাসমূহ লৈ মহিলাগৰাকী পলায়ন কৰে, যাৰ ফলত সকলো হতবাক হৈ পৰে
#Lokhnow
#India
#Temple
#Thief
AssamAwaz's tweet video.
Awaz The Voice Assam
@AssamAwaz
about 7 hours ago
NEWS || ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত লুলা ডা ছিলভাক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ Read more: https://t.co/YtzmE1NR80
#PrimeMinisterNarendraModi
#BrazilianPresident
#LuizInácioLuladaSilvapresidente
Who to follow
Pallab Bhattacharyya
@pallab1959
Awaz - The Voice मराठी
@awaz_marathi
Join Us on - YT - https://t.co/m9DOjS3sAy Fb - https://t.co/QAmOKVDcyZ WhatsApp - https://t.co/zQ4xKAdZTw Telegram - https://t.co/25cgIDtJQN
Ravi Sen
@beingravisen
Journalist (PR) (Social Media Executive) Awaz The Voice, Barcosys, ETV Bharat, Navodaya Times, Punjab Kesari, Effective Communication, The Ewer, India News, N18
Awaz The Voice Assam
@AssamAwaz
about 7 hours ago
NEWS || নতুন দিল্লীত দ্বাদশ ব্ৰিকছ সংসদীয় মঞ্চৰ উদ্বোধনী অনুষ্ঠানত বিদেশী প্ৰতিনিধিসকলক উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে Read more: https://t.co/Vy1x5F1CpS
#BRICS
#NarendraModi
#PrimeMinisterOfIndia
#BRICSForum
Awaz The Voice Assam
@AssamAwaz
about 7 hours ago
NEWS || পূব নাগালেণ্ডৰ ৬খন জিলাৰ বাবে স্বায়ত্তশাসিত কৰ্তৃপক্ষ গঠনৰ পথ মুকলি; ৰাষ্ট্ৰপতিক কৃতজ্ঞতা মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ Read more: https://t.co/kPIbAwLw9F
#Nagaland
#nagalancm
#droupadimurmupresident
#NeiphiuRio
Awaz The Voice Assam
@AssamAwaz
about 7 hours ago
NEWS || ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৰ মোকাবিলাৰ বাবে সম্পূৰ্ণ সাজু ওড়িশা চৰকাৰ Read more: https://t.co/skLyrMuJN3
#CycloneAlert
#cyclonearnav
#Odisha
#OdishaGovernment
Awaz The Voice Assam
@AssamAwaz
about 7 hours ago
NEWS || খাৰুৱা তেলৰ উচ্চ মূল্যৰ প্ৰভাৱত সোমবাৰে নিম্নমুখী শ্বেয়াৰ বজাৰ, আৰম্ভণিতে হ্ৰাস ছেনছেক্স আৰু নিফটি Read more: https://t.co/3Ov0iaRTVy
#NiftyPrediction
#nifty
#ShareMarketNewsToday
#crudeoilprice
Awaz The Voice Assam
@AssamAwaz
about 7 hours ago
Today in history
#JammuAndKashmir
#IndiaPakistanWar
#kashmirwar
Awaz The Voice Assam
@AssamAwaz
about 9 hours ago
NEWS || আজহাৰ ইকবালৰ ইনশ্বৰ্টছ: ব্যস্ত পৃথিৱীৰ বাবে মাত্ৰ ৬০টা শব্দত বাতৰি Read More: https://t.co/uCIxooo8xI
#azharikbal
#inshorts
#news
#inshortsnews
#youth
#IndianYouth
Awaz The Voice Assam
@AssamAwaz
about 9 hours ago
NEWS || মানৱতা আৰু সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শন কেৰালাৰ ইছলামিক শিক্ষানুষ্ঠান 'মানু মুছলিয়াৰ ইছলামিক কমপ্লেক্স' Read More: https://t.co/U31j2lRvQ7
#humanity
#Kerela
#IslamicInstitute
#IslamicComplex
#InclusiveIndia
Awaz The Voice Assam
@AssamAwaz
1 day ago
🔶বাংলাদেশৰ লালমনিৰহাটৰ বুৰিমাৰী সীমান্তত স্থানীয় লোক আৰু ভাৰতৰ বি এছ এফ (BSF)-ৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ খবৰ পোৱা গৈছে 🔶যদি এই সংঘাত চোৰাং সৰবৰাহৰ সৈতে জড়িত, তেন্তে সীমান্ত সুৰক্ষা আৰু আইন বলৱৎ কৰাৰ সম্পূৰ্ণ অধিকাৰ ভাৰতীয় জোৱানসকলৰ আছে 🔶অবৈধ কাম-কাজ ঢাকি ৰাখিবলৈ কোনো সাধাৰণ নাগৰিকে সীমান্ত বিবাদৰ সুযোগ লোৱা উচিত নহয়; ইয়াত অপপ্ৰচাৰতকৈ প্ৰকৃত সত্যৰ প্ৰকাশ হোৱাটো আৱশ্যক #Bangladesh #smugler #india #border
See More
AssamAwaz's tweet video.
Awaz The Voice Assam
@AssamAwaz
1 day ago
🔶SBI বেংকৰ কৰ্মচাৰীয়ে গ্ৰাহকৰ পৰা ৫০ টকীয়া নোট গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে 🔶কৰ্মচাৰী আৰু গ্ৰাহকৰ তৰ্কৰ পিছত প্ৰশ্ন উঠিছে যে কোনো বেংকে বৈধ নোট ল'বলৈ অস্বীকাৰ কৰিব পাৰেনে? 🔶RBI ৰ নিৰ্দেশনা অনুসৰি বিষয়টোৰ তদন্ত কৰি এছ বি আইক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনোৱা হৈছে #SBI #RBI #Bankservice #bank
See More
AssamAwaz's tweet video.
Awaz The Voice Assam
@AssamAwaz
1 day ago
🔶উত্তৰাখণ্ডত বাছ খাৱৈত বাগৰি পৰিল 🔶কিন্তু যাত্ৰীসকল ৰক্ষা পৰাটো কোনো চমৎকাৰতকৈ কম নহয়
#UttaraKhand
#India
#Bus
AssamAwaz's tweet video.
Awaz The Voice Assam
@AssamAwaz
1 day ago
NEWS || উত্তৰ-পূবত ‘অপাৰেশ্যন ট্ৰাইডেণ্ট’ৰ বৃহৎ সফলতা: অসম, মিজোৰাম আৰু মণিপুৰত উৎখাত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চক্ৰ, ১৮ জন গ্ৰেপ্তাৰ Read More: https://t.co/VVsXKumXuo
#Amitshah
#northeast
#drugs
#police
Awaz The Voice Assam
@AssamAwaz
1 day ago
NEWS || চলিত বৰ্ষত নহয়, ২০২৭ চনৰ মে’ত দৰ্শকৰ মাজলৈ আহিব হিমাংশু প্ৰসাদ দাসৰ বহুপ্ৰত্যাশিত ছবি ‘এক্স ৱাই জেড’ Read More: https://t.co/TMjt9UBHY3
#HimanshuprashadDas
#SidharthSarma
#XYZ
#Assamesecinema
Awaz The Voice Assam
@AssamAwaz
1 day ago
NEWS || বলীউড অভিনেতা টাইগাৰ শ্ৰফলৈ গুলীচালনাৰ ঘটনা: ইন্দোৰৰ পৰা এজন অভিযন্তা গ্ৰেপ্তাৰ, এই পৰ্যন্ত জালত ১১ জন অভিযুক্ত Read More: https://t.co/nuBQRXcS56
#tigershroff
#India
#Bollywood
#Attack
Awaz The Voice Assam
@AssamAwaz
1 day ago
NEWS || জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৩০ অক্টোবৰত চচলত বৃহৎ শান্তিপূৰ্ণ প্ৰতিবাদ; ৰাজ্যবাসীলৈ একত্ৰিত হোৱাৰ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ Read More: https://t.co/keB6e5lBHG
#GarimaSaikiaGarg
#ZubeenGarg
#protest
#justice
Awaz The Voice Assam
@AssamAwaz
1 day ago
NEWS || ৰমজান ২০২৭ৰ বাবে মদিনাৰ মছজিদ-এ-নবৱীত বিশেষ প্ৰস্তুতি: এতেকাফৰ বাবে অস্থায়ী তম্বুৰ পৰিৱৰ্তে নিৰ্মাণ কৰা হৈছে স্থায়ী সুবিধা Read: https://t.co/CMgLgAPyeT
#ramadan2027
#Madinah
#medinah
#maszidenabawi
#masjidenawabi
#itikaf
@Ramadan2027_
@Masjidenabawi
@AssamAwaz
See More
Awaz The Voice Assam
@AssamAwaz
1 day ago
NEWS || বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত ৰক্তদান! দাম্পত্য জীৱনৰ প্ৰথমটো খোজতেই মানৱতাৰ অনন্য নিদৰ্শন মাছুদ-সোহানাৰ Read: https://t.co/mnFn85Cfq1
#blooddonation
#westbengal
#nadia
#tarunnandi
#masoodmandal
#suhanamandal
#HumanityFirst
#weddingreception
@Rakt_Daan
@RaktDaanIndia
@AssamAwaz
See More
Last Seen Users on Sotwe
lagi pengen bgt
Seen from
Indonesia
sơn lê
Seen from
Vietnam
Reza
Seen from
Malaysia
Ortiz hot
Seen from
Mexico
RoozaBackup
Seen from
Italy
Harka Zallah
Seen from
Netherlands
Nguyễn Văn Minh
Seen from
Vietnam
Mr.SlimGuy(7inches)
Seen from
Germany
Genç Erkek 22 Cm İstanbul
Seen from
Turkey
Ahmet
Seen from
Turkey
Trends for you
1
Brazil
Under 10K tweets
2
#IDontWantToOverreactBUT
Under 10K tweets
3
Good Monday
Under 10K tweets
4
Lula
Under 10K tweets
5
Anthropic
Under 10K tweets
6
Victory Monday
Under 10K tweets
7
#MondayMotivation
Under 10K tweets
8
La Granja VIP
Under 10K tweets
9
iPad mini
Under 10K tweets
10
Go Birds
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.5M followers
2
Barack Obama
@barackobama
118.8M followers
3
Cristiano Ronaldo
@cristiano
114.5M followers
4
Donald J. Trump
@realdonaldtrump
111.9M followers
5
Narendra Modi
@narendramodi
107.1M followers
6
Rihanna
@rihanna
98.7M followers
7
NASA
@nasa
92.3M followers
8
Justin Bieber
@justinbieber
91.8M followers
9
KATY PERRY
@katyperry
90M followers
10
Taylor Swift
@taylorswift13
84M followers
11
Lady Gaga
@ladygaga
75.5M followers
12
Virat Kohli
@imvkohli
73.5M followers
13
Kim Kardashian
@kimkardashian
70.9M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
66.5M followers
16
Bill Gates
@billgates
65.3M followers
17
Selena Gomez
@selenagomez
63.1M followers
18
The Ellen Show
@theellenshow
62.2M followers
19
CNN
@cnn
61.7M followers
20
X
@x
60.7M followers
Olivia
Online
✨
⭐
💫