Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Azizur Rahman Saikia
@AzizurSaikia
Journalist, Writing editing professional
Guwahati, India
Joined June 2020
143
Following
85
Followers
780
Posts
Azizur Rahman Saikia
@AzizurSaikia
over 1 year ago
শিল্পী হ’বলৈ কি লাগে গায়কবোৰে বুজা হলে! বেইমান নহ’বলৈ ৰাজীৱ শদিয়াৰ গীতে শিকাব পৰা হলে! জীৱন খন্তেকীয়া৷ মানুহৰ মৰমহে যুগমীয়া৷ ৰাজীৱ শদিয়াৰ আকস্মিক মৃত্যুৰ পিছত এই কথা হৃদয়ংগম কৰাব পৰা হ’লে!
Azizur Rahman Saikia
@AzizurSaikia
over 1 year ago
হয় হয়, মালিকৰ ব্যৱসায় লিগেল, শ্ৰমিক খিনিহে ইল্লিগেল।
Azizur Rahman Saikia
@AzizurSaikia
over 1 year ago
নাই নাই, এনেদৰে ৰৈ থাকিলে নহ'ব, নিজে উপস্থিত হৈ চাৰ্টিফিকেট দি দিব লাগিব গাৰ্লোছা পৰিয়াল জড়িত নহয় বুলি। তাৰ পিছত আৰু চিন্তা নাই। সেই কথাই প্ৰচাৰ হ'ব।
Azizur Rahman Saikia
@AzizurSaikia
over 1 year ago
যিদৰে চিঞাহী বিহীন দামী কলমটোৰ কোনো মূল্য নাই, সেই একেদৰেই বিবেকহীন শিক্ষিতৰো প্ৰকৃততে একো মূল্য নাই।
Who to follow
Sahiruddin Ahmed
@Ahme3Sahiruddin
ভাৰতীয় , খাৰ খোৱা অসমীয়া । জয় আই অসম।
Sarup ahmed
@Sarupahmed1
Sarup
Mintu Saikia
@AssameseMom
Azizur Rahman Saikia
@AzizurSaikia
almost 2 years ago
নতুন বছৰটোত মানুহবোৰ কেবল শিক্ষিতই নহয় অলপ জ্ঞানীও হওক। শাসক ৰূপী শোষকবোৰক, চলাহী কথা কোৱা ভণ্ডবোৰক চিনিবলৈ সক্ষম হওক — তাৰেই কামনা কৰিছোঁ।
Azizur Rahman Saikia
@AzizurSaikia
almost 2 years ago
য়েছে দৰজে ঠংচিলৈ ২০২৪ বৰ্ষৰ অসম প্রকাশন পৰিষদ সাহিত্য বঁটা। 'ধাৰ আৰু অন্যান্য গল্প' শীৰ্ষক গ্ৰন্থৰ বাবে আগবঢ়োৱা হৈছে এই সন্মান।
#yeshedorjeethongchi
#অসম_প্ৰকাশন_পৰিষদ
#PublicationBordAssam
Azizur Rahman Saikia
@AzizurSaikia
almost 2 years ago
নিজৰ নিয়ন্ত্ৰিত মনটো মানুহৰ সবাতোকৈ ভাল বন্ধু।
#assamesequotes
#lifequotes
Azizur Rahman Saikia
@AzizurSaikia
almost 2 years ago
@sachin_rt
@STF_India
Congratulations and best wishes.
Azizur Rahman Saikia
@AzizurSaikia
almost 2 years ago
We enter and leave this world alone. Everything else is a gift.
Azizur Rahman Saikia
@AzizurSaikia
almost 2 years ago
@NooriKhanINC
@LambaAlka
@RahulGandhi
@kcvenugopalmp
@priyankagandhi
@OfficeOfKNath
@digvijaya_28
@jitupatwari
@JitendraSAlwar
@arifmasoodbpl
@Rekibud25500187
Congratulations
Azizur Rahman Saikia
@AzizurSaikia
almost 2 years ago
সংবাদ মাধ্যমক স্বাধীন কৰিব ৰাখিব পাৰিলেহে আমি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনৰ সাৰ্থকতা থাকিব।
#NationalPressDay2024
#FreePress
#FreedomOfPress
Azizur Rahman Saikia
@AzizurSaikia
almost 2 years ago
ন ন কথা শিকিবলৈ এৰি দিলেই মানুহ বুঢ়া হয়। বয়সৰ বুঢ়া হ'লেও কথা শিকাৰ আগ্ৰহে মানুহক ডেকা কৰি ৰাখিব পাৰে। — হেনৰি ফ'ৰ্ড
Azizur Rahman Saikia
@AzizurSaikia
almost 2 years ago
গছ থাকিলেহে মানুহ থাকিব। ❌ মানুহ থাকিলে গছ নাথাকিব। ✅
Azizur Rahman Saikia
@AzizurSaikia
almost 2 years ago
চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন দিবলৈ যোৱাৰ পথত কংগ্ৰেছ আৰু বিজেপি দলৰ সদস্য-সমৰ্থকৰ সংঘাতৰ সময়ত কৰ্তব্যৰত সাংবাদিকক আক্ৰমণ কৰা কাৰ্যক গৰিহণা দিছোঁ আৰু আক্ৰমণকাৰীৰ বিৰুদ্ধে তৎকালীনভাৱে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছোঁ।
#Journalist
Azizur Rahman Saikia
@AzizurSaikia
almost 2 years ago
"আচ্ছে দিন" এয়াই।
Azizur Rahman Saikia
@AzizurSaikia
almost 2 years ago
পথটো তোমাৰ, তুমি অকলেই খোজ দিব পাৰা বা তোমাক কোনোবাই সংগ দিব পাৰে। কিন্তু তোমাৰ হৈ আন কোনোবাই খোজ দিব নোৱাৰে । — জালালুদ্দিন ৰুমী
Azizur Rahman Saikia
@AzizurSaikia
almost 2 years ago
বজাৰত লাগিছে জুই, ৰজা আৰু ৰাজন্যবৰ্গ আছে শুই।
Azizur Rahman Saikia
@AzizurSaikia
almost 2 years ago
তৃণমূললৈ নগৈ শূন্যত গদা ঘূৰাই থাকিলে একো হাচিল নহ'ব। বিৰোধী দলবোৰক কৈছোঁ। কেবল চেনেলত মুখ দেখুৱাই ভোট আদায় কৰা নাযায়।
Azizur Rahman Saikia
@AzizurSaikia
almost 2 years ago
🔴 ১৯৭১ চনৰ ২৫ মাৰ্চে হ'ব অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ। সৰ্বোচ্চ ন্যায়ালয়ৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠৰ এই ৰায়দান। নাগৰিকত্ব আইনৰ ৬(ক) অনুচ্ছেদ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়দান।
Azizur Rahman Saikia
@AzizurSaikia
almost 2 years ago
দুলীয়াজানৰ জয়া নগৰত দুলীয়াজান যুৱ সংঘৰ গ্ৰন্থ বিশেষ পূজা মণ্ডপটো দেখি অভিভূত হ'লোঁ। যুৱ সংঘৰ এই প্ৰয়াসক সাধুবাদ দিছোঁ।
Last Seen Users on Sotwe
Bigo keindahan
Seen from
Malaysia
Cuckold ntr
Seen from
Vietnam
𝐁𝐚𝐛𝐲 𝐃𝐨𝐥𝐥 𝐁𝐚𝐫𝐛𝐢𝐞🎀
Seen from
Saudi Arabia
รุ่นใหญ่ ใจต้องนิ่ง
Seen from
Thailand
Purelygayporn 🏳️🌈🔞
Seen from
Korea
Kapalı Bir Genç
Seen from
Turkey
Homem Natural
Seen from
Brazil
Trai Thẳng nhẹ
Seen from
Vietnam
팡파레
Seen from
Singapore
Bunny🐇
Seen from
Indonesia
Trends for you
1
#Lanterns
Under 10K tweets
2
Lions
Under 10K tweets
3
#LaCasaDeLosFamososMéxico
Under 10K tweets
4
Rollie
Under 10K tweets
5
Dan Campbell
Under 10K tweets
6
Sinestro
Under 10K tweets
7
Hal Jordan
Under 10K tweets
8
#LaGranja
Under 10K tweets
9
Brad Holmes
Under 10K tweets
10
Shep
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.8M followers
2
Barack Obama
@barackobama
119M followers
3
Cristiano Ronaldo
@cristiano
114.6M followers
4
Donald J. Trump
@realdonaldtrump
111.9M followers
5
Narendra Modi
@narendramodi
107.2M followers
6
Rihanna
@rihanna
98.7M followers
7
NASA
@nasa
92.4M followers
8
Justin Bieber
@justinbieber
91.8M followers
9
KATY PERRY
@katyperry
90.1M followers
10
Taylor Swift
@taylorswift13
84M followers
11
Lady Gaga
@ladygaga
75.5M followers
12
Virat Kohli
@imvkohli
73.5M followers
13
Kim Kardashian
@kimkardashian
70.9M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
66.5M followers
16
Bill Gates
@billgates
65.3M followers
17
Selena Gomez
@selenagomez
63.1M followers
18
The Ellen Show
@theellenshow
62.3M followers
19
CNN
@cnn
61.8M followers
20
X
@x
60.7M followers
Olivia
Online
✨
⭐
💫