I would like to mention the illegal roadside stalls in Tripura Road, Jayanagar area Near SBI IIBM Branch. They not only occupied the parking space but they have also installed tools and benches on the footpath making situations for pedestrian horrible. Plz help
@gmc_guwahati
I would like to mention the illegal roadside stalls in Tripura Road, Jayanagar area Near SBI IIBM Branch. They not only occupied the parking space but they have also installed tools and benches on the footpath making situations for pedestrian horrible. Plz help
@gmc_guwahati
#8pm : #FoodWaste
Let’s save food...
India wastes. India hungers.
Every year, India wastes ~40% of all food produced.
That's about 67 million tonnes of food thrown away.
And on the same day, ~190 million people in India sleep hungry.
That's 1 in 7 Indians.
Weddings, buffets, hotels, farms, and our own kitchens.
From the field to the plate to the dustbin...we lose food at every step.
প্ৰতিবছৰে ভাৰতবৰ্ষত উৎপাদিত মুঠ খাদ্যৰ প্ৰায় ৪০% অপচয় হয়।
অৰ্থাৎ, প্ৰায় ৬৭ মিলিয়ন টন খাদ্য পেলাই দিয়া হয়।
আনহাতে, একে সময়তে ভাৰতৰ প্ৰায় ১৯০ মিলিয়ন (১৯ কোটি) লোকে ভোকত শুবলৈ বাধ্য হয়।
অৰ্থাৎ, প্ৰতি ৭ জন ভাৰতীয়ৰ ভিতৰত ১ জনে ৰাতি ভোকত কটায়।
বিয়া-সবাহ, বুফে, হোটেল, খেত��পথাৰ, আনকি আমাৰ নিজৰ পাকঘৰতো...
খেতিপথাৰৰ পৰা থালিলৈ, আৰু থালিৰ পৰা ডাষ্টবিনলৈ... প্ৰতিটো খোজতে আমি খাদ্য হেৰুৱাই আহিছোঁ।
#8pm : #BicycleRide
He is Rupam Gogoi of Gomariguri , Golaghat. He rides #bicycle 🚴♂️ spreading the message of #PlantATree .
He has already covered Nepal and Ladakh in India ,Colombo in Srilanka .
On 25 August he will start his journey to ride his cycle on the lands of Laos,Vietnam,Cambodia,Malaysia,
Thailand and Singapore.
I gifted him a bicycle today for the tour and wished him happy journey.
এইজন গোলাঘাট জিলাৰ গমাৰিগুৰিৰ ৰূপম গগৈ। ৰূপমে চাইকেল চলাই #PlantATree-ৰ বাৰ্তা কঢ়িয়াই ফুৰিছে। তেওঁ ইতিমধ্যেই নেপাল, ভাৰতৰ লাডাখ আৰু শ্ৰীলংকাৰ কলম্বোলৈ চাইকেল যাত্ৰা সম্পূৰ্ণ কৰিছে।
অহা ২৫ আগষ্টৰ পৰা তেওঁ লাউচ, ভিয়েটনাম, কম্বোডিয়া, মালয়েছিয়া, থাইলেণ্ড আৰু ছিংগাপুৰলৈ নতুন চাইকেল যাত্ৰা আৰম্ভ কৰিব।
এই বিশেষ যাত্ৰাৰ বাবে আজি মই তেওঁক এখন চাইকেল উপহাৰ দিলোঁ আৰু তেওঁৰ আগন্তুক অভিযানৰ সফলতা আৰু শুভ যাত্ৰাৰ আন্তৰিক শুভকামনা জনালোঁ।
#8pm : #TheVillageLuxury
গৰমৰ বতৰত গাঁৱলীয়া আমেজ...
গৰমৰ দিনত গাঁৱৰ সহজ-সৰল অথচ অতুলনীয় আনন্দ !
পথৰ কাষত কেইজনমান শিশুক হাঁহিমুখে কঁঠাল খাই থকা দেখি নিজকে ধৰি ৰাখিব নোৱাৰিলোঁ। তেওঁলোকৰ সৈতে বহি কঁঠাল খোৱাৰ সেই মুহূৰ্তটো সঁচাকৈয়ে অতি আনন্দদায়ক আছিল। কঁঠালটোও অতি সোৱাদযুক্ত আছিল। এনে সৰু সৰু মুহূৰ্তই গাঁৱৰ জীৱনৰ প্ৰকৃত সৌন্দৰ্য্য আৰু আন্তৰিকতা অনুভৱ কৰায়।
সঁচাকৈয়ে, ফলৰ ৰজা - কঁঠাল!
I couldn't resist myself when I saw some kids happily eating Jackfruit on the road side and join them. The fruit was very tasty and it was such a pleasure to eat with them….
Jack of all fruits.. #Jackfruit
#8pm : #DelhiDairy
The days are sometimes on fire, the nights refuse to cool down.
Delhi was once protected by the Aravalics (Mountain range) from dust laden winds but it has been destroyed by Quarying and mines. When we do developmental works we should also think about healing the Earth.
#Delhi #GlobalWarming
কেতিয়াবা দিনবোৰ যেন জ্বলি উঠে, আৰু ৰাতিবোৰেও শীতল হ'বলৈ অস্বীকাৰ কৰে।
এসময়ত দিল্লীক ধূলি-বালিৰে ভৰা বতাহৰ পৰা সুৰক্ষা দিছিল আৰাৱলী পৰ্বতমালাই। কিন্তু খনি খনন আৰু শিল আহৰণৰ ফলত ইয়াৰ বহু অংশ ধ্বংস হৈছে। উন্নয়নৰ কাম কৰোঁতে আমি পৃথিৱীক কেনেকৈ আৰোগ্য কৰি ৰাখিব পাৰি,সেই কথাও চিন্তা কৰা উচিত।
#8pm : #MistyHills#Mountainmagic
There's something enchanting about the hills and mountains – the misty dawns, rugged peaks, and the whispers of the wind. They hold secrets, inspire dreams, and soothe souls. And I, some day want to end my days amidst these giants, finding peace in their majesty .
#MountainLove #NatureEscape #Serenity
Bittersweet goodbye 😔
Today, I parted ways with my trusty companion, black Scorpio (AS-05 G—0005) that's been with me for over 2 lakh kms. Memories flood my mind- road trips, daily commutes, and adventures shared. It's more than just a car; it's a part of my journey. Farewell, old friend!
#EndOfAnEra
তিতা-মিঠা বিদায় 😔
আজি মোৰ বহুদিনৰ বিশ্বস্ত সংগী,AS-05 G—0005 নম্বৰৰ ক’লা স্কৰ্পিঅ’খন বিদায় দিলোঁ । দুই লাখ কিলোমিটাৰতকৈও অধিক পথ যাতায়াত কৰাত এই গাড়ীখন মোৰ লগত আছিল। অসংখ্য স্মৃতি মনত ভাঁহি উঠিছে-- দীঘলীয়া পথযাত্ৰা, দৈনন্দিন যাতায়াত আৰু একেলগে কটোৱা বহু দুঃসাহসি�� মুহূৰ্ত। ই কেৱল এখন গাড়ী নহয়; মোৰ জীৱনযাত্ৰাৰ এক অবিচ্ছেদ্য অংশ।
বিদায়, মোৰ ��ুৰণি বন্ধু!