Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Nayan Deka
@Baddreams007
Your Mind Is Weapon Keep It Open ✌️
Joined November 2021
83
Following
26
Followers
98
Posts
Nayan Deka
@Baddreams007
3 days ago
·
Bengaluru
ওপজা দিনত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যক সশ্রদ্ধ স্মৰণ। 💐
Baddreams007's tweet video.
Nayan Deka
@Baddreams007
26 days ago
·
Bengaluru
সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য হীৰুদালৈ মৃত্যু তিথিত শ্ৰদ্ধাঘ্য
#JusticeforZubeenGarg
#Assamesepoem
Baddreams007's tweet video.
Nayan Deka
@Baddreams007
about 1 month ago
·
Bengaluru
সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ
Baddreams007's tweet video.
Nayan Deka
@Baddreams007
2 months ago
@paponmusic
পাপন দা আপোনাৰ পৰা কেইটামান অসমীয়া গান পাম বুলি বহু আশাৰে ৰৈ আছোঁ বহু দিনৰ পৰা।
Who to follow
Nibedita Deb
@NibeditaDeb12
Nayan Deka
@Baddreams007
2 months ago
Nayan Deka
@Baddreams007
2 months ago
Baddreams007's tweet video.
Nayan Deka
@Baddreams007
2 months ago
#india
#assam
Nayan Deka
@Baddreams007
2 months ago
#assam
Nayan Deka
@Baddreams007
2 months ago
#justiceforzubeengarg
Nayan Deka
@Baddreams007
2 months ago
কংগ্ৰেছক খেদি বিজেপিক অনা হৈছিল যাতে দেশৰ উন্নতিৰ লগতে মূল্যবৃদ্ধি ৰোধ হয়। কংগ্ৰেছৰ দিনত আমুক আছিল তমুক হৈছিল বুলি দোহাই দি থাকিবলৈ নহয়।।
#assam
Nayan Deka
@Baddreams007
2 months ago
#JusticeForZubeenGarg
Nayan Deka
@Baddreams007
2 months ago
নিলিখাকৈ ৰৈ যোৱা কবিতাৰ শাৰীবোৰত, আজিও তোমাৰ নামৰে ছন্দ মিলে, তুমি হীনতাৰ এই দীঘলীয়া ৰাতিবোৰত, অতীতৰ স্মৃতিবোৰে নিৰৱে চকুৰ পানী মচে।🍂🥀
#JusticeForZubeenGarg
Nayan Deka
@Baddreams007
3 months ago
নয়নৰ নয়না.....🍂🥀
Baddreams007's tweet video.
Nayan Deka
@Baddreams007
6 months ago
নয়নৰ আঁৰৰ তুমি...🍂🥀 নয়নৰ নয়না তুমি, মৃগণি তোমাৰ চাৱনি। পূৰ্ণিমাৰ জোন যেন মূখনি, হাঁহিত জিলিকে মুকুতা মণি। যাযাবৰী এই মন মোৰ, পাগল তোমাৰেই কোমল উঠত। তুমিয়েই মোৰ নয়নৰ আঁৰৰ বৰদৈচিলা, তুমিয়েইতো মোৰ নয়নৰ নয়না।।
Nayan Deka
@Baddreams007
7 months ago
নৱবৰ্ষ.... তোমাক আদৰাৰ হেঁপাহ মোৰ আৰু নাই। তোমাকলৈ নাই কোনো মোৰ সপোন। এবুকু বিষাদ লৈ ফুৰিছোঁ, মুখত হাঁহি বিৰিঙাই। তুমি জানো জানা...!! তুমি যিমানেই ওচৰ চাপি আহিছা, মোৰ বুকুখন সিমানেই জোৰকৈ স্পন্দিত হবলৈ ধৰিছে। কিজানো.... নৱবৰ্ষৰ উপহাৰত কোনটো যাতনাৰ টোপোলা কঢ়িয়াই অনা এইবাৰ...!!
See More
Nayan Deka
@Baddreams007
7 months ago
তুমি দেখো জানাই, প্ৰেম-ভালপোৱাৰ পৃথিৱীখনত তোমাৰ বাহিৰে মোৰ আছেনো কোন...!! প্ৰেম ভালপোৱাৰ এই পৃথিবীখনত মোৰ সমস্ত তোমাতেই আৰম্ভ হৈ তোমাতেই শেষ। এয়া তোমাৰ বাবে মৰম নে মোৰ দুৰ্বলতা মই নাজানো...🍂🥀
Nayan Deka
@Baddreams007
8 months ago
তুমি কি বুলি ভাবা...!! তুমি অবিহনে মই জীৱন জীয়াব নোৱাৰিম..! তেনেহলে তুমি ভুল ভাবিছা। তুমি অবিহনেও মই তোমাক ভাল পাব পাৰোঁ। য'ত কেৱল মোৰেই অধিকাৰ থাকিব। তুমি কি বুলি ভাবা...!! প্ৰেমৰ কাৰাগাৰৰ জীৱনজোৰা কয়ডি নহয় মই। এই কংক্ৰীটৰ হাবিখনত এতিয়া জীয়াই থাকিবলৈ শিকিলোঁ মই।
Nayan Deka
@Baddreams007
8 months ago
মোৰ এতিয়া দুঃখ নালাগে....!! মোৰ এতিয়া দুঃখ নালাগে, কোনোবাই মোৰ কথা বেয়াকৈ কলে। মোৰ এতিয়া দুঃখ নালাগে, কোনোবাই মোৰ কথা সমালোচনা কৰিলে। এইবোৰ এতিয়া মোৰ বাবে তেনেই সহজ হৈ পৰিছে। গতিকে মোৰ এতিয়া দুঃখ নালাগে। মই এতিয়া মুক্ত, ময়েই শীতৰ তল সৰা শেৱালি।।
Nayan Deka
@Baddreams007
8 months ago
নাই আশা কৰা দৰে তোমাক নাপালোঁ তুমি বিচৰা দৰে মই তোমাৰ খোজত খোজ লৈছিলোঁ,কিন্তু তুমি মোক নিৰাশ কৰিলা বহু চেষ্টাৰ অন্তত তোমাৰ হৈও এতিয়া মই এজন বিফল প্ৰেমিক এই যে মই তোমাৰ হবলৈ অপ্ৰাণ চেষ্টা কৰি আহিছোঁ তুমি জানো কৰিছা মোৰ হবলৈ আশাৰে বাট চাম ফেচবুকৰ উপত্যকাত আহি জনাবচোন তোমাৰ উত্তৰটি
Nayan Deka
@Baddreams007
8 months ago
মাজনিশা তাই এৰি যোৱাৰ স্মৃতিবোৰ মনত পেলাই দুপেক মৰাৰ পিছত মোৰ কোঠাৰ একোণত হঠাৎ চকু পৰিল, বুকুখন চিৰিং কৈ উঠিল....😳 কোন সোমাই আহিল মোৰ বন্ধ কোঠাত, ভালদৰে চোৱাত দেখিলোঁ দাপোন খনত মোৰ দৰে চিনাকি চিনাকি লগা কোনোবা এজনে বহি মদ খাই আছে।। বাকী হাতত এয়া লাল চাহ (Tetley Lemon Tea)
See More
Last Seen Users on Sotwe
موجب نار
Seen from
Oman
حمودي منسق وفحل تهامة عبس شفر عمران وحوث للجادين
Seen from
United States
femdom
Seen from
Jordan
Where contain incest clips
Seen from
Indonesia
نايا خوري NayaKhoury
Seen from
Algeria
winda chan
Seen from
Singapore
mertcan
Seen from
Turkey
상함
Seen from
United States
Mehmet Eraslan
Seen from
Turkey
Paki daddy
Seen from
United Kingdom
Trends for you
1
Spain
Under 10K tweets
2
#OlandriaxTime100
Under 10K tweets
3
Moroccan
Under 10K tweets
4
Wonder Man
Under 10K tweets
5
#spiderman
Under 10K tweets
6
Spaniards
Under 10K tweets
7
Grant Holmes
Under 10K tweets
8
5sos
Under 10K tweets
9
#OlandriaxMugler
Under 10K tweets
10
Cueta
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.1M followers
2
Barack Obama
@barackobama
119.1M followers
3
Cristiano Ronaldo
@cristiano
112.4M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.1M followers
6
Rihanna
@rihanna
98.1M followers
7
NASA
@nasa
92.2M followers
8
Justin Bieber
@justinbieber
91.3M followers
9
KATY PERRY
@katyperry
88.7M followers
10
Taylor Swift
@taylorswift13
82.6M followers
11
Lady Gaga
@ladygaga
74.1M followers
12
Virat Kohli
@imvkohli
71.5M followers
13
Kim Kardashian
@kimkardashian
70.3M followers
14
YouTube
@youtube
68.7M followers
15
Bill Gates
@billgates
64.5M followers
16
Neymar Jr
@neymarjr
64.3M followers
17
The Ellen Show
@theellenshow
62.4M followers
18
CNN
@cnn
61.8M followers
19
Selena Gomez
@selenagomez
61.7M followers
20
X
@x
60.8M followers
Olivia
Online
✨
⭐
💫