নাই ক্রোধ, নাই দহন,
অবশিষ্ট মাথোঁ নীৰৱতা
কিছু প্ৰতিজ্ঞা সাগৰত হেৰাই যায়,
কিছু সপোন নিঃশব্দে শুই ৰয়।
সময়ৰ ঢৌয়ে ধুই নিয়ে বহু কথা,
তথাপিও বুকুৰ গভীৰত
এটি নাম, এটি অনুভৱ
অকথিত হৈ জীয়াই থাকে।
@Bidyutdas01#Bidyutdas01
HCM Dr. @himantabiswa called upon Hon’ble Union Minister Shri @AshwiniVaishnaw in New Delhi today.
Discussions centred on accelerating railway modernisation in Assam, including the ongoing expansion of over 1,300 km of railway tracks and the redevelopment of 50+ stations under the Amrit Bharat Station Scheme, aimed at strengthening connectivity across the state.
Assam State Open School বন্ধ হোৱা বাবে বিভিন্ন কাৰণত নিয়মীয়া শিক্ষাৰ পৰা আঁতৰি থকা অসমৰ বহু শিক্ষাৰ্থী বাধ্য হৈ বহিঃৰাজ্যৰ Open Board সমূহৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে। এই সমস্যা সমাধানৰ বাবে অসমত এখন স্বীকৃত, বিশ্বাসযোগ্য Open Board প্ৰয়োজন আছে। @ranojpeguassam@himantabiswa
In a major crackdown on an alleged fake academic certificate racket, Dhubri police raided a private educational institution in the Jhagrapar-Magurmari Dongerpar area and uncovered what officials suspect to be a large-scale network involved in the production and distribution of forged academic documents.
Read: https://t.co/XzRQM5dPlg
#assam #TheAssamTribune
@Dhubri_Police