জন্মদিনৰ অলেখ হিয়াভৰা শুভেচ্ছা থাকিল।।দুখীয়াক সহায় কৰা আপোনাৰ সেই মৰমৰ হাতখন যাতে ইতিহাস সাক্ষী হয় ৰওক সেয়া বিচাৰো☝☝আপোনাৰ শিশু সূলভ মনটো অসমৰ প্ৰতিটো চুকে-কোনে প্ৰতিষ্ঠিত হয় ৰওক তাকে কামনা কৰো👌👌👌আপুনি আগুৱাই যাওক দাদা আমি সদায় আপোনাৰ লগত আছো☝☝ love u ZUBEEN DAA