Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
নিবনুৱা
@BitupanDutta05
True desh bhakt
#jai
hind
Assam, India
Joined May 2020
77
Following
0
Followers
82
Posts
নিবনুৱা
@BitupanDutta05
over 2 years ago
আকৌ ১০০ জন নিবনুৱা পশু চিকিৎসকৰ উৎপত্তি হল, ৫০০ ত কৈ ও অধিক আছেই, আমাক স্থায়ী নিযুক্তি কেতিয়া দিব?
@himantabiswa
@ATULBORA2
নিবনুৱা
@BitupanDutta05
almost 3 years ago
@himantabiswa
@ATULBORA2
উদৰ পুৰাই খাওক, আমি নিমখ ভাত খাই বিহু পাতিম। Veterinary doctors ৭১ টা post দিব, আৰু আমি পাঁচ কৰ বহি থকা ৫০০ ৰ ও অধিক।
নিবনুৱা
@BitupanDutta05
almost 3 years ago
যোৰহাটৰ ২৪ বছৰীয়া যুৱকে আৰক্ষীৰ নিৰ্যাতনত আত্মহত্যা কৰিলে মাকৰ বুকু শুদা কৰি, আপোনাৰ স্থিতি কি?কিবা একশ্যন লব নে দোষী আৰক্ষীৰ ওপৰত?
@gpsinghips
নিবনুৱা
@BitupanDutta05
almost 3 years ago
@himantabiswa
Stadium name itself unlucky for INDIA 😃
Who to follow
ROHIT BHATIA
@DrBhatia22
Cardiac anesthetist by profession and Trader by Passion
PANKAJ SHARMA
@marinerpankaj85
Marine Engineer by profession & Investor by Choice.
Manas Dattagupta
@NextDeskGuy
DotNET, NodeJS, Angular developer at Wipro Addicted to #Python, #Java, #Wordpress, #SEO Interested in Blockchain Technology Followers Goal: 300
নিবনুৱা
@BitupanDutta05
almost 3 years ago
@ATULBORA2
এইবিলাক বাদ দিয়ক হে, নিবনুৱা পশু চিকিৎসকৰ জীৱন শেষ কৰিছে, আমাক যতেই নহওঁক স্থায়ী নিযুক্তি দিয়ক, বয়স গৈ আছে।
নিবনুৱা
@BitupanDutta05
about 3 years ago
@himantabiswa
5 lakh টকা Animal shed টো বনাব নোৱাৰি, আমাক parmenant veterinary Doctor ৰ চাকৰি দিয়ক, আমি business কৰিবলৈও veterinary Doctor ডিগ্ৰী লোৱা নাই। ৬০০ unemployed doctor ক চাকৰি ডিয়ক।
নিবনুৱা
@BitupanDutta05
about 3 years ago
@himantabiswa
চাৰ পশু চিকিৎসা বিভাগটো EMRI নামৰ private company ক গোটাই দি ভূল কৰিছে, কাৰণে আজি দেৰমাহ ধৰি ১টা medicine নাই চিকিৎসা কৰিবলৈ আৰু দৰমহা ও নাই, বহিব চকী টেবুল এখনো নাই, আমাক স্থায়ী নিযুক্তি দিয়ক। এনেকৈ এজন পশু চিকিৎসক হিচাপে বহুত অপমানিত হৈ আছোঁ।
নিবনুৱা
@BitupanDutta05
about 3 years ago
@himantabiswa
600 নিবনুৱা পশু চিকিৎসকৰ স্থায়ী নিযুক্তি দিয়ক,
নিবনুৱা
@BitupanDutta05
about 3 years ago
@himantabiswa
পশু চিকিৎসকৰ স্থায়ী নিযুক্তি কেতিয়া দিব
নিবনুৱা
@BitupanDutta05
about 3 years ago
@himantabiswa
মামা পশু চিকিৎসকৰ parmanent doctor ৰ চাকৰি দিয়ক, নহলে আমি আত্মহত্যা কৰিব লাগিব, আমাৰ পানীত হাঁহ নচৰা অৱস্থা, ইমান কিয় অৱহেলা, আমি কাম কৰা মানুহ, কাম কৰিম
নিবনুৱা
@BitupanDutta05
about 3 years ago
@himantabiswa
Please appoint 600 unemployed veterinary Doctor sir, we are eagerly waiting to serve for the society. We will work anywhere in Assam
নিবনুৱা
@BitupanDutta05
about 3 years ago
@ATULBORA2
@himantabiswa
লাখ লাখ টকা খৰচ কৰা এই বিয়াগম বিভাগটোৰ duty সময় চাওক, ৮তাৰ পৰা ১তা বজালৈ। ৰাতিপোৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ কিয় নকৰে? এজন ডাক্তৰৰ দৰমহা ৭০/৮০ হাজাৰ হয় বাকী vfa, 4th grade বাদেই দিলো, আমাক চাকৰি দিব নোৱাৰে আপুনালোকে
নিবনুৱা
@BitupanDutta05
about 3 years ago
@NewYorkTimesRP How are you f....kers?
নিবনুৱা
@BitupanDutta05
about 3 years ago
@ATULBORA2
নিবনুৱা পশু চিকিৎসকৰ চাকৰি দিব নোৱাৰে, কাম নাইকিয়া, next time vote বিচাৰি নাযাব আমাৰ তাত
নিবনুৱা
@BitupanDutta05
about 3 years ago
@himantabiswa
১২০০ টকা অৰুনোদইৰ দি ১৪০০ টকা চিলিন্দাৰ কিনাই আছে, এইয়াই অসমৰ উন্নতি, ৰাস্তা ঘাটৰ কথা নকলেওঁ হল, ধন্যবাদ
নিবনুৱা
@BitupanDutta05
about 3 years ago
@ATULBORA2
চাকৰি দিম বুলি মিছা প্ৰতিশ্ৰুতি দি আমাৰ জীৱন ধ্বংস কৰিলে আপোনালোকে, ইমান কষ্ট, টকা পইচা খৰচ কৰি আমাক ঘৰৰ পৰা পঢ়ালে, এতিয়া নিবনুৱা হৈ আমি মাৰিব লাগিব, পশু চিকিৎসা বিজ্ঞান কলেজ শীঘ্ৰে বন্ধ কৰক যদি পশু চিকিৎসকৰ চাকৰি দিব নোৱাৰে চৰকাৰে।
নিবনুৱা
@BitupanDutta05
about 3 years ago
@ATULBORA2
নিবনুৱা পশু চিকিৎসকৰ নিযুক্তিৰ কিবা আশা আছেনে মহাশয় ? আমি বহুত আশাবাদী,৬০০ নিবনুৱা পশু চিকিৎসকে এইবছৰতে নিযুক্তি পাব বুলি🙏🙏
নিবনুৱা
@BitupanDutta05
about 3 years ago
@himantabiswa
বাদ দিওক হে, আগত নিবনুৱা পশু চিকিৎসকৰ নিযুক্তি দিয়া, তেতিয়া দুখীয়া কৃষকৰ উন্নতি হব
নিবনুৱা
@BitupanDutta05
about 3 years ago
@CMOfficeAssam
@himantabiswa
Veterinary College t jabo laj loga nai, nibonua veterinary Doctor k sakori dem koi dibo pora nai
নিবনুৱা
@BitupanDutta05
about 3 years ago
@himantabiswa
@isro
আপুনি নিবনুৱা পশু চিকিৎসকৰ জীৱন ৰখাতলে নিলে। আৰু আমি এতিয়া জীয়াই থাকি লাভ নাই
Last Seen Users on Sotwe
Killa Lando
Seen from
Kenya
Blooberries&Bigbear 🫐🐻🍫
Seen from
United States
incest open mind
Seen from
Netherlands
kingkutrone
Seen from
Australia
ZhaoHuaTuo
Seen from
Indonesia
nikmat
Seen from
Indonesia
"Pure Malice" Malachi
Seen from
United States
Nihat YALÇIN 🇹🇷
Seen from
Turkey
Türbanlı Komşu Karısı
Seen from
Turkey
Apollhoe Folf~ 🔜FURPOC,NFC
Seen from
United States
Trends for you
1
Omar
Under 10K tweets
2
#dwts
Under 10K tweets
3
Metallica
Under 10K tweets
4
Somalia
Under 10K tweets
5
Rams
Under 10K tweets
6
Josh Allen
Under 10K tweets
7
Columbus
Under 10K tweets
8
Shane Gillis
Under 10K tweets
9
#2026MAMAVOTE
Under 10K tweets
10
#VisionQuest
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.5M followers
2
Barack Obama
@barackobama
118.9M followers
3
Cristiano Ronaldo
@cristiano
114.6M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.1M followers
6
Rihanna
@rihanna
98.7M followers
7
NASA
@nasa
92.3M followers
8
Justin Bieber
@justinbieber
91.8M followers
9
KATY PERRY
@katyperry
90.1M followers
10
Taylor Swift
@taylorswift13
84M followers
11
Lady Gaga
@ladygaga
75.5M followers
12
Virat Kohli
@imvkohli
73.5M followers
13
Kim Kardashian
@kimkardashian
70.9M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
66.6M followers
16
Bill Gates
@billgates
65.3M followers
17
Selena Gomez
@selenagomez
63.1M followers
18
The Ellen Show
@theellenshow
62.2M followers
19
CNN
@cnn
61.7M followers
20
X
@x
60.7M followers
Olivia
Online
✨
⭐
💫