Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
বিতোপন সোনোৱাল
@BituponXnwl
অপেক্ষা'ৰত সেই মূহুৰ্তলৈ, যিদিনা স্বদেশৰ বীণাত বাজিব স্বাধীনতাৰ গান॥
Dibrugorh, Namrup
Joined October 2018
200
Following
73
Followers
87
Posts
বিতোপন সোনোৱাল
@BituponXnwl
17 days ago
আজিহে গম পাইছোঁ_ মানুহৰ দিন বাৰ চাইহে বেমাৰ ভাল হয় বুলি_ ডক্তৰবোৰ কামেই নাই তেন্তে_
বিতোপন সোনোৱাল
@BituponXnwl
4 months ago
বাহিৰৰ দেশৰ লৰাবোৰ বয়সৰ আগতে CAPABLE হৈ যায়__ আৰু আমাৰ ইয়াত" "লৰাবোৰ বয়স নহওঁতেই আগতীয়াকৈ ধ্বংস হে হৈ যায়"___
বিতোপন সোনোৱাল
@BituponXnwl
5 months ago
নিজক ভাল দেখাব গৈ_ নিজৰ স্বামীকো মিছা বদনাম কৰিব পিছ পৰি নাযায়__ সেইয়াই নাৰীৰ চৰিত্ৰ___ তেনেকুৱা নাৰীৰ পৰা সদায় দূৰত থকাই ভাল_
বিতোপন সোনোৱাল
@BituponXnwl
5 months ago
বেলেগৰ অতীত বেয়া হব পাৰে_ মোৰ অতীতকলৈ মই গৌৰৱ কৰো_ আকৌ আহক সেই অতীত,, হাঁহি হাঁহি আঁকোৱালি লম্ ___
Who to follow
Bhargav Kalita
@Bhargav71107307
বিতোপন সোনোৱাল
@BituponXnwl
5 months ago
মানুহে নিজ স্বাৰ্থ পূৰণ কৰিবলৈ, বেলেগক বদনাম কৰিবলৈ অলপো পিছ পৰি নাথাকে_ যিমান আপোন এই নহওঁক লাগে_ আজিৰ দিনত এইটোৱে সত্য___
বিতোপন সোনোৱাল
@BituponXnwl
5 months ago
কাৰোবাৰ আগত ভাল দেখাবলৈ গৈ, নিজস্বতা হেৰোৱা ব্যক্তি মই নহয়_
বিতোপন সোনোৱাল
@BituponXnwl
5 months ago
প্ৰথম বাৰ্ষিক জন্ম দিনৰ শুভেচ্ছাৰে_ ডাঙৰ হৈ ভাল মানুহ হবা__ সৎ-সাহসী আৰু জ্ঞানী হবা_ আগলৈ, জীৱনত বহুত ঘাট প্ৰতিঘাট পাবা_ বহুত লগ সং পাবা!! নিষ্ঠাৰে নিজৰ উপৰত বিশ্বাস ৰাখি সৎ পথত আগুৱাই যাবা_ মোৰ ফালৰ পৰা বহুত মৰম আৰু লগতে জন্ম দিনৰ শুভেচ্ছা জনালোঁ_
বিতোপন সোনোৱাল
@BituponXnwl
5 months ago
যোৱাকালি ইয়াণ্ডাবু সন্ধি সমূৰ্ণ 200 বছৰ হল_ ইয়াণ্ডাবু চুক্তি এতিয়া কোনো কামৰ নহয়__ যিমান যি চুক্তি আছিল উফৰাই দিব লাগে_ ভাৰত চৰকাৰৰে এই চুক্তিৰ জৰিয়তে যিমান অত্যাচাৰ কৰিলে __ সেইবোৰ অত্যাচাৰ যাতে এতিয়া নকৰে_
বিতোপন সোনোৱাল
@BituponXnwl
5 months ago
হাতত চিগাৰেট 🚬 মুখত ধোঁৱা_ কোন সেই অভদ্ৰটো_ 🤣🤣
বিতোপন সোনোৱাল
@BituponXnwl
6 months ago
বেশ্যাৰ যেনেকৈ কোনো স্থায়ী সংগী নাথাকে ঠিক তেনেকৈ ৰাজনৈতিক বেশ্যাৰো কোনো স্থায়ী দল নাথাকে। এজনে টকাৰ বাবে শৰীৰ বিক্ৰী কৰে আনজনে ক্ষমতাৰ বাবে মগজু বিক্ৰী কৰে!!
বিতোপন সোনোৱাল
@BituponXnwl
6 months ago
কাৰোবাৰ মৃত্যু পৰ্বতত কৈ'ও গধুৰ আৰু কাৰোবাৰ মৃত্যু চৰাই'ৰ পাখিত কৈ ও পাতল।
বিতোপন সোনোৱাল
@BituponXnwl
7 months ago
Jeans pent পিন্ধি মানে ইংলেণ্ডৰ পোছাক পৰিধান কৰি ভাৰতীয় সংস্কৃতি ৰক্ষা কৰিবলৈ অহা সকলক কৈছোঁ, ১ বহাগ আহিলে তহঁতৰ বনভোজ নাই কিন্তু ১ জানুৱাৰী আহিলে তহঁতৰ বিলাসী সুৰাৰে ভাৰতীয় সংস্কৃতি ৰক্ষা কৰিবলৈ লাজ লগা নাই ?
বিতোপন সোনোৱাল
@BituponXnwl
7 months ago
নির্জনতাই মানুহক সমৃদ্ধ কৰে কিন্তু নিসংগতাই হতাশা আনে, মই নির্জনতাক ভাল পাওঁ। নিসংগতাক ভয় কৰোঁ।" সৰাফুল_ কৌশিক নন্দন বৰুৱা
বিতোপন সোনোৱাল
@BituponXnwl
8 months ago
চাকৰি কৰি জীৱনটো বন্দী কৰিব মন নাই_ সেইবাবে চেষ্টাও কৰা নাই_ মোৰ লক্ষ্য সম্পূৰ্ণ বেলেগ,, সময় আছে__ কৰা চোন তোমালোকে চাকৰি!! ভালকৈ কৰি যোৱা তোমালোকৰ কৰ্তব্যবোৰ_ মোক একেদৰে পাবা___ মই ভাল কিবা এটা চাকৰি যদি পাওঁ কিজানি কৰবাত আগৰ বিতোপন জন হেৰাই যাওঁ_ সেইবাবে মই চাকৰি নকৰোঁ_ 🙏🙏
বিতোপন সোনোৱাল
@BituponXnwl
9 months ago
কোন গুচি গ’ল, কোনে ignore কৰিলে, পিছফালৰ পৰা কোনে মোৰ বদনাম গাই আছে সেয়া চাবলৈ সময় নাই । কিন্তু কোন থাকি গ'ল, বেয়া সময়ত কোনে মোৰ কাষত থিয় দিলে, সেইটো মোৰ Most important ! তেওঁ মোৰ পৰা সময়ত ইয়াৰ দুগুণ উভতাই পাব ! 🖤
বিতোপন সোনোৱাল
@BituponXnwl
10 months ago
তোমাৰ সকলো ভূলে ক্ষমা কৰি দিম, মাথোঁ তুমি কৰা ভূল আনৰ মুখত শুনাৰ আগে তুমি আহি মোক কোৱাটো বিচাৰোঁ !!!
বিতোপন সোনোৱাল
@BituponXnwl
10 months ago
এজনী ছোৱালী কেতিয়া ধৰ্ষণ হয়___ যেতিয়াই ছোৱালীজনীৰ অনুমতিৰ অবিহনে কোনোবাই তাৰ শৰীৰ স্পৰ্শ কৰে । আৰু হেনেকুৱা ব্যক্তিক সমাজে ধৰ্ষণকাৰী বুলি কয়, আৰু তাৰ প্ৰত্যুত্তৰ দিবলৈ মই এক খোজ পিছ পৰি নাযাও!! লাগিলে জীৱনটো দি দিম!! আগতেও সংগ্ৰামৰ নামত জীৱনটো দিছিলোঁ!!! এতিয়াও আগুৱাই দিছোঁ!
বিতোপন সোনোৱাল
@BituponXnwl
10 months ago
টকাৰে আইনখন কিনিব পাৰিলে কি হব, মৃত্যুক কিনি নিজকে জীয়াই ৰাখিব পাৰিবি জানো.? মইও চাওঁ টকাই যদি মৃত্যু কিনিব পাৰে_
বিতোপন সোনোৱাল
@BituponXnwl
10 months ago
আকৌ সিপাৰৰ দিশে হাত বাউলী মাতিছে !!! তাত কোনো টকাৰে ন্যায় কিনিব নোৱাৰে_? তাতে বিচাৰি পাম হেৰাই যোৱা মোৰ হেঁপাহৰ হাঁহিটো !!!! আৰু চাদৰৰ আচল টনা সেই নৰপিশাচবোৰৰ পৰা প্ৰতিজনী নাৰীক ন্যায় দিয়া দায়িত্ব মই পালন কৰিম !!! তেতিয়া তহঁত বোৰৰ টকাৰ দম চাম মই !!!
বিতোপন সোনোৱাল
@BituponXnwl
10 months ago
যিমান টকা হলেও কন্দুৱাই দিব পৰা শক্তি মোৰ ওচৰত আছে_ আৰু সমাজৰ এনেকুৱা আৱৰ্জনাবোৰ চাফা কৰি যাব লাগে, নহলে, ক'ত কেতিয়া কাৰ জী কাৰ ভনী এনেকোৱা ব্যক্তিৰ বলি হৈ ধৰ্ষণ হব থিক নাই,, তেতিয়া ন্যায় বিচাৰি লাভ নহব_ এতিয়াই চাফা কৰি গলে ভাল.. আকৌ লগ হবলৈ গৈ আছোঁ সিপাৰত অতি সোনকালে_
Last Seen Users on Sotwe
Şahin K
Seen from
Turkey
melih
Seen from
Turkey
玲珑玉趾
Seen from
Japan
Gilles Escoubeyrou
Seen from
Algeria
Out of Context Life
Seen from
Thailand
Aman
Seen from
Pakistan
三泉子
Seen from
Japan
Aylin yilmaz
Seen from
Turkey
ANAL SEVENLER GRUBU
syrian gay
Seen from
Lebanon
Trends for you
1
Perez Hilton
Under 10K tweets
2
Good Wednesday
Under 10K tweets
3
Thanksgiving
Under 10K tweets
4
#HyperLuckyMove1
Under 10K tweets
5
LOMBARD
Under 10K tweets
6
Cori Bush
Under 10K tweets
7
Red Cross
Under 10K tweets
8
WNBA
Under 10K tweets
9
Adley
Under 10K tweets
10
Blanche
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.2M followers
2
Barack Obama
@barackobama
119.1M followers
3
Cristiano Ronaldo
@cristiano
112.6M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.1M followers
6
Rihanna
@rihanna
98.2M followers
7
NASA
@nasa
92.2M followers
8
Justin Bieber
@justinbieber
91.4M followers
9
KATY PERRY
@katyperry
88.9M followers
10
Taylor Swift
@taylorswift13
82.8M followers
11
Lady Gaga
@ladygaga
74.3M followers
12
Virat Kohli
@imvkohli
71.7M followers
13
Kim Kardashian
@kimkardashian
70.4M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
64.6M followers
16
Bill Gates
@billgates
64.5M followers
17
The Ellen Show
@theellenshow
62.4M followers
18
Selena Gomez
@selenagomez
61.9M followers
19
CNN
@cnn
61.8M followers
20
X
@x
60.8M followers
Olivia
Online
✨
⭐
💫