ৰিয়েলৰ দৰেই ৰীলটো জনপ্ৰিয় ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।
অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শেহতীয়া এটি ভিডিঅ'ই সামাজিক মাধ্যমত যথেষ্ট সমাদৰ লাভ কৰিছে।মুখ্যমন্ত্ৰী গৰাকীয়ে দৰং জিলাৰবানপৰিস্থিতিবুজলবলৈ যোৱাভিডিঅ'টিপ্ৰায়১২কোটিৰো অধিক লোকে উপভোগ কৰিছে ।