Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
প্ৰাৰ্থিৱ শইকিযা
@BlockblasterG
Joined July 2021
31
Following
9
Followers
174
Posts
BlockblasterG
retweeted
Dr. Nilakshi Das Borah
@Dr_Nilakshi_
14 days ago
ভালপাও বুলি নকও তোমাক নকলেও বুজি লবা মনৰ কথাবোৰ এদিন লগ পাম অজান দেশত উশাহবোৰ সামৰি বুকুত সাবটি লম অবুজ শিহৰণত ভালপাও বুলি নকও আকৌ নিজেই বুজি লবা অনুভৱৰ ঠিকনাবোৰ......।
প্ৰাৰ্থিৱ শইকিযা
@BlockblasterG
8 months ago
#JusticeForZubeenGarg
প্ৰাৰ্থিৱ শইকিযা
@BlockblasterG
12 months ago
স্মৃতিৰ পাতত ঘৰৰ কোণত বহি থাকোঁ, হঠাৎ মনত পৰে — সেই হাঁহি, ধেমালি, বন্ধুজনৰ কথাবোৰ। চাহৰ দোকান, ক্লাছৰ খিলখিলনি, ভাৰাঘৰৰ ৰাতি, সপোনৰ চিন্তনি। জীৱন আগবাঢ়ে, সময় গুচি যায়, তথাপি হৃদয়ত — মহাবিদ্যালয়ৰ স্মৃতি ৰয়।
BlockblasterG
retweeted
Dr. Nilakshi Das Borah
@Dr_Nilakshi_
about 1 year ago
সপোনৰ কোনো নিৰ্দিষ্ট দেউকা নাই নাই কোনো নিৰ্দিষ্ট সময় ওৰে ৰাতি উজাগৰে থাকিও সপোন দেখিব পাৰি অথবা দিবাস্বপ্নৰ লেখিয়াকৈও ইয়াক উপভোগ কৰিব পাৰি সপোনৰ কোনো কিন্তু-পৰন্তু নাই নাই ইয়াৰ আদি-অনাদি ই মাথো বৈ যায় ধৰাল সোঁতৰ লেখিয়াকৈ এখন হৃদয়ৰ পৰা অন্যখনৈ।
Who to follow
Babu
@RidipN39313
মা দেউতাৰ এক মাত্র লৰা মই, জুবিন দাৰ গান মোৰ প্ৰিয় আৰু মানুহজনো প্রিয়, মহাদেৱৰ ভক্ত🕉 🔱 অসমীয়া ল'ৰা👳♀️ জয় আই অসম🇮🇳
BlockblasterG
retweeted
Dr. Nilakshi Das Borah
@Dr_Nilakshi_
about 1 year ago
প্রশ্ন মোৰ তোমালৈ..... যদিহে সঁচা হয় ভালপোৱা কিদৰে তুমি আতৰি থাকিব পৰা? জীৱনৰ মৰিশালিত কিদৰে তুমি আকৌ গোলাপ ৰুলা? সঁচাই যদি হয় ভালপোৱা অভিনয়ৰ আশ্ৰয় কিদৰে লোৱা? অতীতক মোহাৰিবলৈ এবাৰো দেখোন তুমি নাভাবিলা? এয়াই জানো তোমাৰ ভালপোৱা...........???
BlockblasterG
retweeted
Dr. Nilakshi Das Borah
@Dr_Nilakshi_
about 1 year ago
নাই নহব আৰু এনেকৈ কিমান থাকিম বাৰু তেনেকৈ ভালপোৱাবোৰ কেনেকৈ থাকিব আৰু এনেকৈ?
BlockblasterG
retweeted
Simi Siddika ( চিমি ) 🥀
@ElaJannat1
about 1 year ago
তুমি তুমি লগা ভালপোৱাবোৰ বৰষুণৰ টোপালবোৰৰ দৰে... তাত এটা কাহিনী থাকে । আকাশ আৰু মেঘৰ, কিছু সপোনৰ কিছু হেঁপাহৰ... সেউজী স্বপ্নৰ মাজত যেতিয়া নীৱৰ বতাহজাকে তোমাৰে নাম লয় মোৰ উন্মুক্ত হৃদয়ৰ পাৰাপাৰত একোডালকৈ ৰঙীণ মুকুট পিন্ধাই যায় । ✍️চিমি ✨
BlockblasterG
retweeted
𝐌𝖊𝖌𝖍𝖆𝖑𝖎 𝐍𝖆𝖙𝖍🚩
@Iam_MeghaliNath
over 1 year ago
🥀দুটা শাৰীতে মানুহৰ মাজত সম্পর্কৰ সকলোতকৈ বেছি গভীৰতা আছে... * কিছুমান সম্পর্ক আছে _____তাৰকাৰনে চুপ হৈ থাকে। *কিছুমান চুপ হৈ আছে ______ তাৰকাৰনে সম্পর্ক জীয়াই আছে।🥀
#সুপ্ৰভাত
⛅🌿
BlockblasterG
retweeted
Simi Siddika ( চিমি ) 🥀
@ElaJannat1
about 1 year ago
তই পাহৰিলি --- মই পাহৰিবলৈ শিকিলো, কিন্তু হৃদয়খন... সি যে এতিয়াও সেই অতীতৰ আশাত থাকে । ✍️চিমি ✨
BlockblasterG
retweeted
Simi Siddika ( চিমি ) 🥀
@ElaJannat1
about 1 year ago
সমস্যা আহে সপোন মৰে কিন্তু প্ৰতিটো মৃত সপোনৰ ওপৰতে এটা নতুন বাক্যৰ জন্ম লয় । 🙂 ©S.Siddika ✨
BlockblasterG
retweeted
Dr. Nilakshi Das Borah
@Dr_Nilakshi_
about 1 year ago
অচিনাকিৰ পৰা চিনাকি হোৱালৈ সেইযে উমাল উশাহ, কপাহী চাদৰত মেৰিয়াই সুৱাগুৰিৰ সুবাস, নিয়ৰ গচকি পদূলিত জোনাকীৰ আলাপ, খামুচীয়া কঁকালত বগাই নিয়তিৰ মধুৰ পৰশ, চিকুণ টোপনি ভাগি এজাক সপোন।
BlockblasterG
retweeted
Simi Siddika ( চিমি ) 🥀
@ElaJannat1
about 1 year ago
সফলতাৰ পিছৰ হাতখনতকৈ আগৰ হাতখনেই মোৰ বাবে বেছি মূল্যবান । ❤️
BlockblasterG
retweeted
Simi Siddika ( চিমি ) 🥀
@ElaJannat1
about 1 year ago
প্ৰেমৰ লগত অভিনয় নহ'য়, অভিমান থাকিব লাগে আৰু সঁচা প্ৰেমৰ অৰ্থ প্ৰাপ্তি এ নহয়, অপ্ৰাপ্তিটো সুখী হ'ব পাৰি । 😌❤️
BlockblasterG
retweeted
অপৰাজিতা সন্দিকৈ💙
@AparajitaH11
over 1 year ago
ঐ শুনা চোন, তোমাক কথা এটা কওঁ, মোৰ হৃদয়ৰ কোঠালিৰ পৰা কেতিয়াও আঁতৰি নাযাবা কেৱল অনুভৱ এটি হৈ থকা মোৰ প্ৰতিটো উশাহৰ সৈতে, যদি তোমাক কেতিয়াবা জীৱনৰ শেষত লগ পাওঁ তেতিয়া যেন মই কব পাৰো, হয়, সেই যে হৃদয় খন কেতিয়াবা কেতিয়াবা কিবা নোপোৱাৰ বেদনাত সেমেকি উঠিছিল সেয়া তুমি আছিলা!!🥺
See More
প্ৰাৰ্থিৱ শইকিযা
@BlockblasterG
about 1 year ago
আজিকালি সপোনত তোমাক নেদেখা হলো 😊 মনত নপৰে অকলে নিজানত থাকিলে 👀 ভাবি নাথাকো আগৰ দৰে তোমাৰ কথা আৰু তুমি দিয়া প্ৰতিশ্ৰুতি বোৰ 🤔 জানিবলৈ মন নাজাই তোমাৰ কথা🤫 কি হ'ব মোৰ ইমান বোৰ লিখাৰ পাছটো তুমি এতিয়াও আছা 🤡🥀💔
BlockblasterG
retweeted
𝐌𝖊𝖌𝖍𝖆𝖑𝖎 𝐍𝖆𝖙𝖍🚩
@Iam_MeghaliNath
about 1 year ago
🥀কবিয়ে কয়, "জীৱিত অৱস্থাত পৃথিৱীৰ কোনো ব্যক্তি পূর্ণ সংস্কাৰী নহয়, মৃত্যুৰ পিছত হে তেওঁ অন্তিম সংস্কাৰ পায়"।।🙁🥀
#সুপ্ৰভাত
🌿🧡 (V🎥টো দেখি বহুত ভাল লাগিলে, সেয়ে শ্বেয়াৰ কৰিলো। 🥰)
Iam_MeghaliNath's tweet video.
BlockblasterG
retweeted
𝐌𝖊𝖌𝖍𝖆𝖑𝖎 𝐍𝖆𝖙𝖍🚩
@Iam_MeghaliNath
about 1 year ago
🥀যেতিয়া মুখৰ শব্দবোৰে প্ৰভাৱ হেৰুৱাব ধৰে, তেতিয়া একমাত্র "মৌনতাই" আপোনাৰ সন্মান ঘুৰাই আনে।। 🥀
#সুপ্ৰভাত
🌿🧡 Welcome To The Yellow Paradise Of
#Assam
💕
Iam_MeghaliNath's tweet video.
BlockblasterG
retweeted
Debika Doley
@DebikaDoley
about 1 year ago
তোমাৰ হাজাৰ অজুহাত _ মোৰ পৰা আঁতৰি থকা...। মোৰ অযুত অজুহাত, তোমাকেই বিচৰাৰ।
BlockblasterG
retweeted
Jitu D
@JituD6
about 1 year ago
@Nilakshi_Das_ চকুত পিন্ধাযোৰ ভাল লগা নাই
BlockblasterG
retweeted
অপৰাজিতা সন্দিকৈ💙
@AparajitaH11
over 1 year ago
ঐ, শুনা চোন প্ৰেম যদি কৰিব নোৱাৰা তেতিয়াও সেই প্ৰেমক সন্মান কৰিবা যি প্ৰেমে তোমাক মুক্ত ৰাখে, বিনিময়ত একো নিবিচাৰে আনকি তোমাৰ সমৰ্থনো। সেই প্ৰেমক ভয় কৰিবা যি প্ৰেম তোমাৰ ওপৰত অধিকাৰৰ কাৰণে আতুৰ হয়, বুজিবা তেনেকুৱা প্ৰেম নিজৰ লগতে তোমাকো নষ্ট কৰিবলৈ হে আহে।।💕
See More
Last Seen Users on Sotwe
Swingers Ltd. 🍍✨
Seen from
Pakistan
CUTIES+BIG BOOBS
Seen from
Malaysia
Husky Boy 🐺 BKK 🇹🇭
Seen from
Singapore
خنيث خاضع لل حلو 🐷🐽
ptkamkang
Seen from
Singapore
{ * 𝑭𝑳𝑨𝑴𝑬𝑺 & 𝑩𝑹𝑨𝑽𝑬𝑹𝒀. }
Seen from
Bahrain
salo khan
Seen from
Pakistan
FuckPorn🤤🍆🥵🔥
Seen from
Turkey
serbestçift
sara ○ polytrix ♡
Seen from
United States
Trends for you
1
Melanie
Under 10K tweets
2
Tony Brothers
Under 10K tweets
3
Tifa
Under 10K tweets
4
Baseless
Under 10K tweets
5
Mitch
Under 10K tweets
6
#NBAFinals
Under 10K tweets
7
Geno
Under 10K tweets
8
Tupac
Under 10K tweets
9
Chicago
Under 10K tweets
10
#OPLive
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
240.1M followers
2
Barack Obama
@barackobama
119.3M followers
3
Donald J. Trump
@realdonaldtrump
111.6M followers
4
Cristiano Ronaldo
@cristiano
108.9M followers
5
Narendra Modi
@narendramodi
107M followers
6
Rihanna
@rihanna
97.3M followers
7
NASA
@nasa
92.1M followers
8
Justin Bieber
@justinbieber
90.6M followers
9
KATY PERRY
@katyperry
86.8M followers
10
Taylor Swift
@taylorswift13
80.6M followers
11
Lady Gaga
@ladygaga
72.1M followers
12
Kim Kardashian
@kimkardashian
69.4M followers
13
YouTube
@youtube
68.6M followers
14
Virat Kohli
@imvkohli
68.5M followers
15
Bill Gates
@billgates
63.4M followers
16
The Ellen Show
@theellenshow
62.5M followers
17
CNN
@cnn
61.9M followers
18
Neymar Jr
@neymarjr
61.1M followers
19
X
@x
60.9M followers
20
Selena Gomez
@selenagomez
59.9M followers
Olivia
Online
✨
⭐
💫