দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সুদীৰ্ঘ ১২ বছৰ সফল কাৰ্যকালৰ উপলক্ষে আজি, ১৮ জুন ২০২৬ তাৰিখে যোৰহাট জিলাৰ কলিয়াপানী উন্নয়ন খণ্ড কাৰ্যালয়ৰ সভাকক্ষত "জন কল্যাণ শিৱিৰ-সেৱা: সংকল্প, বিকাশ আৰু জন ভাগিদাৰী" কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
@PMOIndia@CMOfficeAssam@diprassam
আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত যোৰহাট জিলাৰ ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত তথা জিলা উন্নয়ন আয়ুক্ত ডাঙৰীয়াৰ পৌৰোহিত্যত অহা ২১ জুন, ২০২৬ তাৰিখ দেওবাৰে অনুষ্ঠিত হ’বলগীয়া NEET UG ২০২৬-ৰ পুনৰ পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে এখন বৈঠক গুৰুত্বপূৰ্ণ অনুষ্ঠিত হয়।
অহা ২১ জুন,২০২৬ তাৰিখে উদযাপন হ'বলগীয়া দ্বাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ উপলক্ষে যোৰহাট ষ্টেডিয়ামস্থিত জিলা যোগ কেন্দ্ৰত "জিলা ভিত্তিক আয়োজিত যোগ প্ৰতিযোগিতা" খনি আজি সফলতাৰে অনুষ্ঠিত হৈ যায়।
@CMOfficeAssam@diprassam@DiproJorhat