Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Dilip Kumar Sarma
@DilipKumarSarm3
Spokesperson , APCC , Assam , India
Joined December 2016
629
Following
101
Followers
355
Posts
Dilip Kumar Sarma
@DilipKumarSarm3
over 6 years ago
বিটিচিৰ পৰিষদীয় নিৰ্বাচন বাতিল নকৰিলে কৰ'না প্ৰতিৰোধৰ বাবে চৰকাৰৰ দ্বাৰা ঘোষিত প্ৰতিটো নিৰ্দেশনাই অসাৰ প্ৰতিপন্ন হব । কাৰণ নিৰ্বাচনী প্ৰচাৰসভাত চৰকাৰৰ কোনো বাধা নিষেধ মানি চলা হোৱা নাই ।
@sarbanandsonwal
@himantabiswa
@pradyutbordoloi
@DsaikiaOfficial
Dilip Kumar Sarma
@DilipKumarSarm3
over 6 years ago
@Nilutpalsujata
@CMOfficeAssam
@himantabiswa
@PMOIndia
লজ্জাজনক ।
Dilip Kumar Sarma
@DilipKumarSarm3
over 6 years ago
ব্যক্তিগত ভাৱে কোনো কাৰণত
@INCAssam
আৰু এআইইউডিএফৰ মিত্ৰতা সমৰ্থন কৰিব নোৱাৰো । অৱশ্যে দলৰ কোনো পৰ্যায়ত এনে মিত্ৰতা সন্দৰ্ভত কোনো সিদ্ধান্ত হোৱা নাই বুলি আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ব্যক্ত কৰে ।
@ripunbora
@DsaikiaOfficial
@pradyutbordoloi
@GauravGogoiAsm
Dilip Kumar Sarma
@DilipKumarSarm3
over 6 years ago
কেন্দ্ৰীয় পুজিৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে
#অসমে
কেন্দ্ৰীয় কৰৰ অংশ ২০১৯-২০ বৰ্যতকৈ আগত বিত্তীয় বৰ্ষত ৩৪১২.১৯ কোটি কমকৈ লাভ কৰিব। ২০১৯-২০ বৰ্ষত অসমৰ বাবে কেন্দ্ৰীয় কৰৰ অংশৰ পৰিমাণ ২৭৯৬৪.৮৯ কোটি ধাৰ্য কৰাৰ বিপৰীতে ২০২০-২১ বৰ্ষত ধাৰ্য কৰে মাত্ৰ ২৪৫৫২.৭০ কোটি ।
Who to follow
Hafizur Rahman
@20850rahman
Hafizur Rahman
SAHJAHAN ALI
@Sahjaha16370442
biswanath chariali
Sanjib Deka
@sanjibdekavhp
Tax Consultant। ABVP। BD। VHP। सेवा, सुरक्षा, संस्कार। 🚩🚩🚩
Dilip Kumar Sarma
@DilipKumarSarm3
over 6 years ago
শাক-পাচলিত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কঠোৰভাৱে বন্ধ নকৰিলে আগন্তুক দহটা বছৰৰ ভিতৰতে অসমত কেন্সাৰ ৰোগে অতি ভয়াবহ ৰূপ ধাৰণ কৰাটো নিশ্চিত। চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লোৱা উচিত ।
@sarbanandsonwal
@himantabiswa
@ATULBORA2
Dilip Kumar Sarma
@DilipKumarSarm3
over 6 years ago
চীনত ব্যাপক ৰূপ ধাৰণ কৰা ক'ৰনা ভাইৰাছ যাতে আমাৰ দেশলৈ সংক্ৰমিত হব নোৱাৰে তাৰ বাবে চৰকাৰে চীনৰ পৰা অহা সামগ্ৰীৰ ওপৰতো নজৰ ৰখা ভাল !
@mygovassam
@sarbanandsonwal
@himantabiswa
Dilip Kumar Sarma
@DilipKumarSarm3
over 6 years ago
ফটোখনে মোক আকৰ্ষণ কৰিছে । জাতি এটাক কিমান ভাল পালে মানুহ এজন ইমান আবেগিক হৈ পৰিব পাৰে ! আবছুৰ পৰা আনুষ্ঠানিক বিদায়ৰ এক আবেগিক মুহূৰ্তত প্ৰমোদ বড়ো । Salute .
@kokrajhar_town
@assam
@udalgurI
DilipKumarSarm3
retweeted
Anupam Borah 🇮🇳
@AnupamBorah_
over 6 years ago
#অসমীয়া
#Tweeter
বন্ধু অধিকাংশৰে
#Followers
10k তকৈ কম। একগোট নহয় বাবেই আমাৰ
#Tweetৰ
বহুল প্ৰচাৰ নহয়। গতিকে আহক সকলো অসমীয়াই এজনে আনজনক
#follow_back
কৰো। এই tweet টো প্ৰত্যেকেই
#RETWEET
কৰি সকলোকে এক গোট কৰক আৰু Commentত নিজৰ
#ID
টো লিখক,এজনে আনজনক Follow কৰক ID ত। মোকো কৰক🙏
Dilip Kumar Sarma
@DilipKumarSarm3
over 6 years ago
৪ মাৰ্চত অসম বিধান সভাত ২০২০-২১ বৰ্ষৰ বাজেট দাখিলৰ পূৰ্বে বিত্তমন্ত্ৰী ডাঙৰীয়াই ২০১৯-২০ বৰ্ষৰ বাজেটৰ ৰূপায়ণ সম্পৰ্কে এখন প্ৰতিবেদন দাখিল কৰিলে বাজেটৰ প্ৰতি ৰাইজৰ আগ্ৰহ বাঢ়িব বুলি ভাৱো ।
@himantabiswa
Dilip Kumar Sarma
@DilipKumarSarm3
over 6 years ago
আপুনি ভূপেন হাজৰিকাক ভাল পায় , অসমক ভাৰতৰ আত্মা বুলি কয় , উত্তৰ-পূৱক অষ্টলক্ষ্মী আখ্যা দিয়ে ইত্যাদি ইত্যাদি। তাৰপিছতো অসমত অসমীয়া বিৰোধী 'কা' জাপি দিছে ! অসমৰ মানুহে এই নাটকবোৰ বুজা হৈ গ'ল !
@AssamAgainstCAA
Dilip Kumar Sarma
@DilipKumarSarm3
over 6 years ago
ৰাইজৰ মনৰ কথা শুনিবলৈ মোদী ডাঙৰীয়াক অসমৰ
#CAA
প্ৰযোজ্য হোৱা অঞ্চললৈ আহিবলৈ অনুৰোধ জনালোঁ । আহিবনে !
@Assamagainstcaa
Dilip Kumar Sarma
@DilipKumarSarm3
over 6 years ago
#BTR
ত মোডী ডাঙৰীয়াক লক্ষাধিক জনতাই আদৰিছে ! কাৰণ তাত
#CAA
প্ৰযোজ্য হোৱা নাই ! গতিকে CAA জাপি দিয়াৰ বিপদ BTR ৰ জনতাই উপলদ্ধি কৰা নাই । অঞ্চলটোৰ বড়ো-অবড়ো জনসাধাৰণৰ মাজত শান্তি আৰু প্ৰগতি অহাটো আমি বিচাৰিছো ।
@AssamAgainstCAA
Dilip Kumar Sarma
@DilipKumarSarm3
over 6 years ago
#ফিল্মফেয়াৰলৈ
অহা চেলিব্ৰিটী সকলক মহানগৰীৰ ওচৰতে থকা হাজোৰ ঐতিহাসিক
#মাধৱ
#মন্দিৰ
আৰু
#পোৱামক্কাকে
ধৰি তীৰ্থস্থান সমূহলৈ আহিবলৈ উৎসাহিত কৰিবলৈ চৰকাৰক অনুৰোধ জনালোঁ । এইক্ষেত্ৰত
#ATDC
আৰু কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ।
@himantabiswa
@jayanta_malla
Dilip Kumar Sarma
@DilipKumarSarm3
over 6 years ago
নমামি ব্ৰহ্মপুত্ৰ আৰু এডভান্টেজ আছামৰ জৰিয়তেও বহুত সপোন দেখুওৱা হৈছিল । ফলাফল আছিল এটা বিগ জিৰো । এইবাৰ ফিল্মফেয়াৰৰ পৰাও একে সপোন দেখুওৱা হৈছে।
Dilip Kumar Sarma
@DilipKumarSarm3
over 6 years ago
অসমক বাৰে বাৰে চৰকাৰী ভাৱে অস্হিৰ কৰিবলৈ কিয় বিচৰা হৈছে ! বিটিচিত সকলো জাতি-জনগোষ্ঠীক বিশ্বাসক লৈ চৰকাৰ আগবঢ়াত অসুবিধা কত ! এটা জনগোষ্ঠীৰ দাবী পুৰণ কৰিবলৈ গৈ একেটা অঞ্চলত বাসকৰা অন্যান্য সকলৰ অধিকাৰ কাঢ়ি নিবলৈ বিচৰাটো গণতন্ত্ৰৰ পৰিপন্থী।
#Assam
@kokrajhar_town
#udalguri
#Rangia
Dilip Kumar Sarma
@DilipKumarSarm3
over 6 years ago
বদৰুদ্দিন আজমলে যে বিজেপিৰ এজেন্ট হৈ কাম কৰিছে তাত তিলমানো সন্দেহ নাই। নহলে জাতিৰ এই জটিল সন্ধিক্ষণত এনেকুৱা ধৰ্মীয় মেৰুকৰণৰ দৃষ্টিৰে বক্তব্য নাৰাখে। অৱশ্যে অসমৰ মুছলমান ৰাইজৰ আজমলৰ দৰে ৰাজনৈতিক ব্যৱসায়ী এজনৰ ওপৰত অকণমানো আস্থা নাই ।
#Assam
@INCAssam
@AbdurRoufAIUDF
Dilip Kumar Sarma
@DilipKumarSarm3
over 6 years ago
অসমৰ কা বিৰোধী আন্দোলনটো সম্পূৰ্ণ সুস্থ জাতীয়তাবাদৰ ওপৰত প্ৰতিস্হিত । ইয়াত কোনো উগ্ৰ জাতীয়তাবাদী দৃষ্টিভঙ্গী নাই । মই ভাৱো এইবিষয়ত সকলো একমত ।
#assamrejectscaa
#Assam
Dilip Kumar Sarma
@DilipKumarSarm3
over 6 years ago
কা বাতিলহে প্ৰথম কথা । নতুন দল গঠন মুখ্য হব নোৱাৰে । ৰাইজে বিশ্বাসত লব বুলি আশা কৰিব নোৱাৰি । তিক্ততা পাই থৈছে । সেয়ে পৃথক ৰাজনৈতিক দল গঠন কৰাতকৈ কা বাতিল কৰিব পৰা দলক ক্ষমতাত বহুৱাওক। কিয়নো মধ্যপ্ৰদেশ-পঞ্জাৱ-ৰাজস্থান-চত্তিছগড়ৰ ৰাজ্য চৰকাৰে দৃঢ় স্হিতি লৈ দেখুৱাইছে।
#Assam
Dilip Kumar Sarma
@DilipKumarSarm3
over 6 years ago
চৰকাৰে কৈছে সংস্হাপিত কৰিবলগীয়া হিন্দু বাংলাদেশীৰ সংখ্যা সামান্য ৫ লাখহে মাথো ! যিহেতু সংখ্যাটো সামান্য সেয়েহে চৰকাৰে প্ৰথমতে ৫ লাখ অসমীয়া হিন্দু নিবনুৱাক কৰ্মসংস্হাপন দি ৰাইজৰ আস্হাভাজন হব পাৰে দেখোন । নে কি কয় !
#AssamRejectsCAA
#assam
@INCAssam
Dilip Kumar Sarma
@DilipKumarSarm3
over 6 years ago
মনমোহন সিংৰ সময়ত ভাৰতীয় অৰ্থনীতিয়ে চীনৰ সৈতে ফেৰ মাৰিছিল আৰু মোদীৰ সময়ত বাংলাদেশৰ সৈতে প্ৰতিযোগিতা কৰি হাৰ মানিছে। এয়াই পাৰ্থক্য !
@INCAssam
#Assam
Last Seen Users on Sotwe
ريفا 🦋.
Seen from
Switzerland
Ngintip
Seen from
Switzerland
birsenaltuntas
Seen from
Turkey
Blacky
Seen from
Singapore
D
Seen from
Ukraine
SAMİ ILIK
Seen from
Poland
Cecilia💞💫
Seen from
Argentina
bkp indo unggulan
MEDIA LACUR
ali efe
Seen from
Turkey
Trends for you
1
Breaking Bad
Under 10K tweets
2
Man City
Under 10K tweets
3
Bosa
Under 10K tweets
4
Fleetwood Mac
Under 10K tweets
5
Bill Gates
Under 10K tweets
6
#OlandriaxBlumarineSS27
Under 10K tweets
7
Sopranos
Under 10K tweets
8
#叠纸游戏欺上瞒下
Under 10K tweets
9
Better Call Saul
Under 10K tweets
10
Mad Men
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.7M followers
2
Barack Obama
@barackobama
119M followers
3
Cristiano Ronaldo
@cristiano
114.4M followers
4
Donald J. Trump
@realdonaldtrump
111.9M followers
5
Narendra Modi
@narendramodi
107.2M followers
6
Rihanna
@rihanna
98.7M followers
7
NASA
@nasa
92.4M followers
8
Justin Bieber
@justinbieber
91.8M followers
9
KATY PERRY
@katyperry
90M followers
10
Taylor Swift
@taylorswift13
83.9M followers
11
Lady Gaga
@ladygaga
75.4M followers
12
Virat Kohli
@imvkohli
73.3M followers
13
Kim Kardashian
@kimkardashian
70.9M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
66.4M followers
16
Bill Gates
@billgates
65.2M followers
17
Selena Gomez
@selenagomez
63.1M followers
18
The Ellen Show
@theellenshow
62.3M followers
19
CNN
@cnn
61.8M followers
20
X
@x
60.7M followers
Olivia
Online
✨
⭐
💫