Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
জ্যোৎস্না 🌷
@Dimpy_alam
তাই..✨
Joined January 2022
53
Following
1.1K
Followers
267
Posts
জ্যোৎস্না 🌷
@Dimpy_alam
12 days ago
জীৱনত কোনো motivation য়েই কামত নাহে নিজৰ বৰ্তমান পৰিস্থিতি ভালকৈ পৰিলক্ষিত কৰা আৰু তাৰ ওপৰত কাম কৰা..
জ্যোৎস্না 🌷
@Dimpy_alam
13 days ago
@dhan__13
সঁচা কথা
জ্যোৎস্না 🌷
@Dimpy_alam
14 days ago
আজিকালি একোৱেই ভাল নলগা হ'ল.. সকলো যেন কিবা কৃত্ৰিম কৃত্ৰিম লগা হ'ল..আবেগ, অনুভুতি কোনোফালে নেদেখা হল.. চাগে সময় পৰিপক্ক হ'ল হয়তো মইও..
জ্যোৎস্না 🌷
@Dimpy_alam
14 days ago
আৰু এটা কথা কি জানে? মোবাইলৰ কেমেৰাটো ব্লাৰ অথবা বেয়া থকালৈ জীৱনটোও প্ৰাইভেট হৈ থাকে.. অন্য অৰ্থত চালে এটা ক্লেয়াৰ কেমেৰাৰ উপস্থিতিয়ে জীৱনটো পাব্লিক কৰাৰ লগতে নাটকীয় ফ্লেক্সত পৰিণত কৰায়..।।
Who to follow
𝐏𝐫𝐚𝐭𝐲𝐚𝐬𝐡𝐚🌿🥀
@Pratyaasha_NT
#Nature Of #Bharat🇮🇳🥀🌿 #natureLover🍃💚 #Skills & #Style ❤❣️ 🅿️
munmi Borgohain
@MunmiBorgohain4
l Respect my work,,,, সততা,সংগ্ৰাম,আত্মসন্মান, স্বাভিমান, স্বপ্নাবিষ্ট, নিঃস্বার্থ, বিশ্বাস মোৰ জীৱনৰ অমূল্য সম্পদ। জয় আই অসম🙏
Deepsikha Moran
@morandeepsikha1
Dance and singing lover..proud to be an Assamese..Jai Aai Asom 🙏
জ্যোৎস্না 🌷
@Dimpy_alam
14 days ago
মই ভাবো জীৱনটো social media ৰ through ৰে overshare কৰাতকৈ তাক উপলব্ধি কৰাটো বেছি জৰুৰী..আমি কিমান সময়নো লগত লৈ আহো!! বৰ বেছিটো নহয়.. সেই অকণমানি সময়খিনি যদি কেৱল আনক দেখুৱাৰ নামত উৎসৰ্গিত কৰি দিও তেন্তে আমাৰ হাতত থাকিল কি?? আপুনি কি ভাবে..!!!
জ্যোৎস্না 🌷
@Dimpy_alam
26 days ago
আচল খেলখন নিজৰ মাজতেই চলে,কোনো কাম আৰম্ভ নকৰাৰ নামত দিয়া অজুহাতবোৰ মিছাতে বদনাম হয়..
জ্যোৎস্না 🌷
@Dimpy_alam
26 days ago
বুজাজনে সকলোকে বুজে.. সেই বুজা জনক কোনে বুজে?
জ্যোৎস্না 🌷
@Dimpy_alam
27 days ago
জীৱনৰ অন্তিম সময়চোৱাত কিজানিবা মই আটাইতকৈ সুখী হ'ম.. কাৰণ সিদিনা মই মুক্তি পাম.. মোৰ পৰা..
জ্যোৎস্না 🌷
@Dimpy_alam
28 days ago
"দায়িত্ব" কোনোৱে নলʼবলৈ মৰি গ'ল, কোনোৱে লৈ মৰি গ'ল..
জ্যোৎস্না 🌷
@Dimpy_alam
about 1 month ago
সকলোৱে জীৱনক উপভোগ নকৰে, কিছু লোকে জীৱনক সহ্য কৰে।
জ্যোৎস্না 🌷
@Dimpy_alam
2 months ago
থকা নথকা সমান বুলি ভবা বস্তুখিনি যেতিয়া সঁচাকৈয়ে নোহোৱা হৈ যায় তেতিয়াহে সেই বস্তুটোৰ মূল্য বুজা যায়..
জ্যোৎস্না 🌷
@Dimpy_alam
3 months ago
@JayprakashDeka3
Hm
জ্যোৎস্না 🌷
@Dimpy_alam
3 months ago
তুমি নাই বোলা কথাষাৰ আজি বাস্তৱ.. এই দূখটোৱে প্ৰত্যেকটো সূখ মাৰি পেলায়.. (দেউতা)
জ্যোৎস্না 🌷
@Dimpy_alam
3 months ago
@dhan__13
ধন্যবাদ আপোনাক
জ্যোৎস্না 🌷
@Dimpy_alam
3 months ago
@HonestTakesX
Obviously
জ্যোৎস্না 🌷
@Dimpy_alam
3 months ago
নিজৰ অস্তিত্ব আৰু অধিকাৰ নিজেই ৰক্ষা কৰক, নহ’লে এদিন সমাজৰ পৰা আপোনাৰ অস্তিত্ব মচি যাব পাৰে।
জ্যোৎস্না 🌷
@Dimpy_alam
3 months ago
@Immy_220
Kk
জ্যোৎস্না 🌷
@Dimpy_alam
3 months ago
প্ৰয়োজনত নোপোৱা বস্তুবোৰ যেতিয়া প্ৰয়োজনৰ শেষত পোৱা যায় তাৰ মূল্য একেই থাকে জানো!!
জ্যোৎস্না 🌷
@Dimpy_alam
3 months ago
দুখৰ কথা এইটোৱেই যে, কিছুমান মানুহ কেৱল টকাৰহে ধনী..
জ্যোৎস্না 🌷
@Dimpy_alam
3 months ago
সিদিনা চোতালত দুজন মানুহৰ মৃতদেহ আছিল,উকা কফন কেৱল দেউতাকহে আৰি দিছিল..
Last Seen Users on Sotwe
Arthur
M a r i a l e j a n d r a 🇳🇬
Seen from
Argentina
Siri Dahl
Seen from
Turkey
XXX AI CENTRAL
Seen from
Turkey
zender11
Seen from
Thailand
🦋Ur_Barbiie🦋
Seen from
Netherlands
ام سوس🩷
cc
Seen from
Vietnam
bi
Seen from
Singapore
عمة صنعانية حساب بديل
Seen from
United States
Trends for you
1
Thanksgiving
Under 10K tweets
2
#dwts
Under 10K tweets
3
Iowa
Under 10K tweets
4
#MissUniverse2026
Under 10K tweets
5
Good Wednesday
Under 10K tweets
6
Connor
Under 10K tweets
7
Mason Rudolph
Under 10K tweets
8
Maura
Under 10K tweets
9
Nvidia
Under 10K tweets
10
Black Friday
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
240M followers
2
Barack Obama
@barackobama
118.6M followers
3
Cristiano Ronaldo
@cristiano
114.4M followers
4
Donald J. Trump
@realdonaldtrump
111.7M followers
5
Narendra Modi
@narendramodi
106.9M followers
6
Rihanna
@rihanna
98.6M followers
7
NASA
@nasa
92.1M followers
8
Justin Bieber
@justinbieber
91.7M followers
9
KATY PERRY
@katyperry
89.9M followers
10
Taylor Swift
@taylorswift13
83.9M followers
11
Lady Gaga
@ladygaga
75.4M followers
12
Virat Kohli
@imvkohli
73.3M followers
13
Kim Kardashian
@kimkardashian
70.8M followers
14
YouTube
@youtube
68.6M followers
15
Neymar Jr
@neymarjr
66.3M followers
16
Bill Gates
@billgates
65.2M followers
17
Selena Gomez
@selenagomez
63M followers
18
The Ellen Show
@theellenshow
62.1M followers
19
CNN
@cnn
61.7M followers
20
X
@x
60.6M followers
Olivia
Online
✨
⭐
💫