সেউজ শুভংকৰ কৰ্মযাত্ৰা
১ জুন — ১০ জুন ,২০২৪ বৰ্ষ
গছপুলি ৰোপন কাৰ্যসূচী
স্থানঃ সৰুচৰাই-যোৰহাট
এই আপাহতে কাৰ্যসূচীখনত অংশ লোৱা অঞ্চলটিৰ প্ৰতিজন শুভাকাংক্ষীলৈ আমাৰ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
সেউজ আমাৰ সপোন ||
সেউজ শুভংকৰ কৰ্মযাত্ৰা
১ জুন — ১০ জুন ,২০২৪ বৰ্ষ
সমূহ অসমবাসী ৰাইজ তথা সকলোজন শুভাকাংক্ষীৰে সহযোগিতা তথা ইতিবাচক চিন্তন আমি একান্তই কামনা কৰিলোঁ।
সেউজ শুভংকৰ কৰ্মযাত্ৰা-২০২৪