Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
G Plus Assamese
@GPlusAssamese
Joined October 2017
57
Following
820
Followers
8.7K
Posts
G Plus Assamese
@GPlusAssamese
about 4 years ago
মৰ্মান্তিক... Video Source : rjhazarikam
#SaveTreesSaveLife
#Birds
#SaveTree
#Destruction
GPlusAssamese's tweet video.
G Plus Assamese
@GPlusAssamese
about 4 years ago
তেজপুৰ লিচুক লৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা পত্ৰ ।
#TezpurLitchis
#Assam
#India
#sonitpur
#himantabiswasarma
#narendramodi
#primeministerofindia
G Plus Assamese
@GPlusAssamese
about 4 years ago
অৱশেষত চৰকাৰৰ হস্তক্ষেপত জয়মালাক পুনৰ অসমলৈ ঘূৰাই অনাৰ বাবে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰা হৈছে । অসম চৰকাৰে তামিলনাডুৰ পৰা জয়মালাৰ লগতে কেইবাটাও হাতী ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে ।
#assamgovernment
#joymala
#elephant
#tamilnadu
#assam
G Plus Assamese
@GPlusAssamese
about 4 years ago
তামিলনাডুৰ পৰা ঘূৰাই অনা হ'ব অসমৰ "জয়মালাক" । তামিলনাডুৰ এটা মন্দিৰত বৰ্বৰ অত্যাচাৰৰ সন্মুখীন হোৱা অসমৰ এটা হাতীৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।
Who to follow
Finance Department, GoA
@AssamFinDept
Official Handle of Finance Department, Government of Assam
DIPR Assam
@diprassam
Official Twitter account of the Directorate of Information and Public Relations, Government of Assam. Follow for updates related to Govt of Assam.
The Sentinel
@Sentinel_Assam
The Sentinel is an English daily newspaper launched in 1983 in the city of Guwahati, in the state of Assam, India.
G Plus Assamese
@GPlusAssamese
about 4 years ago
বীৰেন্দ্ৰ কুমাৰ ঝাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতেই শোধনাগাৰ কৰ্তৃপক্ষই নুনমাটি থানাত দাখিল কৰিছিল এজাহাৰ । এজাহাৰ ভিত্তিত নুনমাটি শোধনাগাৰৰ আৱাস গৃহৰ গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক ।
#IOCLManagerArrested
#guwahati
#GuwahatiRefinery
#noonmatirefinary
G Plus Assamese
@GPlusAssamese
about 4 years ago
গুৱাহাটীৰ নুনমাটি শোধনাগাৰৰ প্ৰবন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্ৰেপ্তাৰ । নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক । এগৰাকী মহিলাৰ নামত ভুৱা Email একাউণ্ট খুলি শোধনাগাৰৰ আভ্যন্তৰীণ বিষয় ৰাজহুৱা কৰিছিল শোধনাগাৰৰ বিষয়াগৰাকীয়ে ।
G Plus Assamese
@GPlusAssamese
about 4 years ago
মৃত ব্যক্তিজন ধেমাজি জিলাৰ গোগামুখ চেতিয়া গাঁৱৰ গোলাপ বৰুৱা (৩২) বুলি জানিব পৰা গৈছে । ব্যক্তিজন মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল বুলি জানিব পৰা গৈছে ।
G Plus Assamese
@GPlusAssamese
about 4 years ago
জোনাইত সোপাধৰাৰ সন্দেহত এজন ব্যক্তিৰ গণ প্ৰহাৰত মৃত্যু। উজনি অসমৰ বিভিন্ন ঠাইত সোপাধৰাৰ সন্দেহে আতংকৰ সৃষ্টি কৰাৰ সময়তে জোনাইত সোপাধৰাৰ সন্দেহত ৰাইজৰ প্ৰহাৰত মৃত্যু এজন ব্যক্তিৰ। জোনাইৰ লাইমেকুৰীৰ বৈকুন্ঠপুৰ চাৰিআলিত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড ।
#MobLynching
#Jonai
#Assam
See More
GPlusAssamese's tweet video.
G Plus Assamese
@GPlusAssamese
about 4 years ago
পুৱা বৰষুণৰ পিছত হাতীগাঁও আৰু ৰুক্মিণীগাঁও অঞ্চলত কৃত্ৰিম বান।
#Guwahati
#Waterlogging
#Rain
G Plus Assamese
@GPlusAssamese
about 4 years ago
#PHOTO
| পুৱাৰ এজাক বৰষুণৰ পিছত গুৱাহাটী ৰুক্মিণীনগৰ এল পি স্কুলৰ চৌহদ প্লাৱিত হৈ পৰে ।
#Guwahati
#Rain
G Plus Assamese
@GPlusAssamese
about 4 years ago
উল্লেখ্য যে, একেটা ইভেণ্টত সৰ্বভাৰতীয় মহিলা শ্ৰেণীত চেম্পিয়ন অফ চেম্পিয়নৰো স্থান লাভ কৰে নিলুফাৰ আহমেদে ।
#Assam
G Plus Assamese
@GPlusAssamese
about 4 years ago
জম্মু-কাশ্মীৰত অনুষ্ঠিত ৪৪ সংখ্যক ৰাষ্ট্ৰীয় আৰ্ম-ৰেছলিং চেম্পিয়নশ্বিপৰ ৬০-৬৫ কিলোগ্ৰাম শাখাত অসমৰ গুৱাহাটীৰ নিলুফাৰ আহমেদে স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয় ।
#NationalArmWrestlingChampionship
#Gold
#NilufarAhmed
#Guwahati
G Plus Assamese
@GPlusAssamese
about 4 years ago
আল্লু অৰ্জুনৰ অভিনীত চিনেমা পুষ্পা ৰাজৰ দ্বাৰা অনুপ্ৰাণিত কৰি অংকন গণেশৰ প্ৰতিমূৰ্তি । ছ'চিয়েল মিডিয়াত মিশ্ৰিত প্ৰতিক্ৰিয়া ।
#AlluArjun
#GaneshChaturthi
#PushpaRaj
#LordGanesha
#gplusassamese
G Plus Assamese
@GPlusAssamese
about 4 years ago
#LIVE
| গণেশ চতুৰ্থী উপলক্ষে গণেশ মন্দিৰৰ পৰা লাইভ । https://t.co/5FcayYdIkD
G Plus Assamese
@GPlusAssamese
about 4 years ago
মহিলা : অংকুশ (৫০ কি.গ্ৰা.), বিনেশ ফোগাট (৫৩ কি.গ্ৰা.), সুষমা শ্বকিন (৫৫ কি.গ্ৰা.), সৰিতা ম'ৰ (৫৭ কি.গ্ৰা.), মানসী আহলাৱত (৫৯ কি.গ্ৰা.), সোনম মালিক (৬২ কি.গ্ৰা.), শেফালী (৬৫ কি.গ্ৰা.), নিশা দাহিয়া (৬৮ কি.গ্ৰা.),(৭৬ কি.গ্ৰা.), ৰীতিকা (৭২ কি.গ্ৰা.), প্ৰিয়ংকা (৭৬ কি.গ্ৰা.)।
G Plus Assamese
@GPlusAssamese
about 4 years ago
ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনে মঙলবাৰে এদিনীয়া ৰাষ্ট্ৰীয় পৰীক্ষণৰ পিছত বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলৰ ঘোষণা কৰে। ১০ জনীয়া ভাৰতীয় পুৰুষৰ ফ্ৰীষ্টাইল দলত ৰবি দাহিয়া, বজৰং পুনিয়া, দীপক পুনিয়া আদিৰ দৰে অলিম্পিক আৰু কমনৱেলথ গেমছৰ পদক বিজয়ীসকল অন্তৰ্ভুক্ত আছে।
See More
G Plus Assamese
@GPlusAssamese
about 4 years ago
পুৰুষ : ৰবি দাহিয়া (৫৭ কি.গ্ৰা.), পংকজ মালিক (৬১ কি.গ্ৰা.), বজৰং পুনিয়া (৬৫ কি.গ্ৰা.), নবীন মালিক (৭০ কি.গ্ৰা.), সাগৰ জগলান (৭৪ কি.গ্ৰা.), দীপক মিৰ্কা (৭৯ কি.গ্ৰা.), দীপক পুনিয়া (৮৬ কিলোগ্ৰাম), বিকি হুডা (৯২ কিলোগ্ৰাম), দিনেশ ধনকাৰ (৯৭ কিলোগ্ৰাম)।
G Plus Assamese
@GPlusAssamese
about 4 years ago
শুভ গণেশ চতুৰ্থী
#GaneshChaturthi
#Pooja
#Assam
#Guwahati
G Plus Assamese
@GPlusAssamese
about 4 years ago
ইপিনে এলন মাস্ক (২৫১ বিলিয়ন মাৰ্কিন ডলাৰ) শীৰ্ষ স্থানত থকাৰ বিপৰীতে জেফ বেজোছ (১৫৩ বিলিয়ন মাৰ্কিন ডলাৰ) সম্পত্তিৰে দ্বিতীয় স্থানত অধিষ্ঠিত । আনহাতে ৰিলায়েন্সৰ মুৰব্বী মুকেশ আম্বানী ৯১.৯ বিলিয়ন মাৰ্কিন ডলাৰৰ সম্পত্তিৰে ১১ নম্বৰ স্থানত আছিল ।
#BloombergBillionairesIndex2022
G Plus Assamese
@GPlusAssamese
about 4 years ago
ব্লুমাৰ্গ বিলিয়নাৰ্ছ ইনডেক্স অনুসৰি বিশ্বৰ তৃতীয় ধনাঢ্য ব্যক্তি হ’ল গৌতম আদানি । ফ্ৰান্সৰ বাৰ্নাৰ্ড আৰ্ন’ল্টক অতিক্ৰম কৰি এই কৃতিত্ব অৰ্জন আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিৰ । মুঠ ১৩৭.৪ বিলিয়ন মাৰ্কিন ডলাৰৰ সম্পত্তিৰে তৃতীয় স্থান দখল হ’ল গৌতম আদানিৰ ।
#adanigroup
#GautamAdani
See More
Last Seen Users on Sotwe
D Book
Seen from
Germany
بلدى مولع
Seen from
Algeria
เกงใน
Seen from
Thailand
skyp live:sinem_24_30
Seen from
Turkey
Paul
Seen from
United States
ObeyVaanya💋
Seen from
Turkey
Solos 👣
Seen from
Indonesia
مغربي لمتعة كسك
Seen from
Saudi Arabia
gay xnxx
Feet World
Seen from
Sweden
Trends for you
1
Steelers
Under 10K tweets
2
Cowboys
Under 10K tweets
3
#UFC334
Under 10K tweets
4
Hokit
Under 10K tweets
5
Packers
Under 10K tweets
6
Gane
Under 10K tweets
7
Ole Miss
Under 10K tweets
8
Aaron Rodgers
Under 10K tweets
9
Duffy
Under 10K tweets
10
Mendoza
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
240.8M followers
2
Barack Obama
@barackobama
118.7M followers
3
Cristiano Ronaldo
@cristiano
114.5M followers
4
Donald J. Trump
@realdonaldtrump
111.9M followers
5
Narendra Modi
@narendramodi
107M followers
6
Rihanna
@rihanna
98.7M followers
7
NASA
@nasa
92.2M followers
8
Justin Bieber
@justinbieber
91.8M followers
9
KATY PERRY
@katyperry
90M followers
10
Taylor Swift
@taylorswift13
84M followers
11
Lady Gaga
@ladygaga
75.5M followers
12
Virat Kohli
@imvkohli
73.4M followers
13
Kim Kardashian
@kimkardashian
70.8M followers
14
YouTube
@youtube
68.7M followers
15
Neymar Jr
@neymarjr
66.4M followers
16
Bill Gates
@billgates
65.2M followers
17
Selena Gomez
@selenagomez
63.1M followers
18
The Ellen Show
@theellenshow
62.2M followers
19
CNN
@cnn
61.7M followers
20
X
@x
60.6M followers
Olivia
Online
✨
⭐
💫