উজনি অসমৰ বিখ্যাত কলেজ JB College ১৯৩০চনৰ ১৯ আগষ্ট তাৰিখে স্থাপন কৰা হৈছিল। প্ৰথমে নাম দিয়া হৈছিল Upper Assam College বুলি। পাছত Jorhat College হ'ল। শেহত জগন্নাথ বৰুৱাৰ নামেৰে জগন্নাথ বৰুৱা কলেজ চমুকৈ JB Collegeবুলি নামাকৰণ কৰা হয়। বৰ্তমান Autonomous College.
When we support #TeamIndia, we support every person who represents Team India.
@MdShami11 is a committed, world-class bowler. He had an off day like any other sportsperson can have.
I stand behind Shami & Team India.