Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Himju Pathak
@HimjuPathak
ASSAM POLICE (UB)
Joined February 2020
655
Following
140
Followers
93
Posts
HimjuPathak
retweeted
কণপাই বৰুৱা
@Konpai_099
about 1 month ago
#climatechange
আমাৰ অসমীয়া মানুহৰ ঘৰত কিবা এটা বেমাৰ হ'লেই গেছ হোৱা বুলি কয় । পেট বিষাইছে? গেছ হৈছে। খাবলৈ মন যোৱা নাই? গেছ হৈছে । ভৰি বিষাইছে? গেছে চাগে ভৰি পালেগৈ !! গতিকে গেছৰ ঔষধ এটা খোৱা, ভাল হৈ যাব !🤌 একেদৰে আজিকালি জলবায়ুৰ ক্ষেত্ৰত যিকোনো Outlier occurrence/rare event হ'লেই মানুহে কয়, Climate Change হৈছে । এতিয়া চাৰিওফালে প্ৰচণ্ড গৰম, মানুহে ক'ব Climate Change! হঠাতে আকৌ নিয়ম-নীতি ভংগ কৰি পাঁচ-ছয়দিন একেৰাহে নেৰানেপেৰা বৰষুণ দিব, মানুহে তেতিয়াও ক'ব, "Climate Change!" যেন পৃথিৱীৰ সকলো বতৰৰ খামখেয়ালিৰ একমাত্ৰ আৰু আটাইতকৈ সহজ উত্তৰ এইটোৱেই। বিজ্ঞানৰ দিশেৰে চালেও জলবায়ু সম্পৰ্কীয় গৱেষণাবোৰ ইমান বিশ্বাসযোগ্য নহয় যেন লাগে! আচলতে বিজ্ঞান এটা নিৰন্তৰ প্ৰক্ৰিয়া (Process), কোনো চূড়ান্ত ফলাফল (Outcome) নহয়। কিন্তু দুখৰ বিষয় যে এই প্ৰক্ৰিয়াটোতো আজিকালি একাংশ ধুৰন্ধৰ মানুহ, তথাকথিত "বিজ্ঞানী" সোমাই পৰিছে । কথাখিনি পেট্ৰিক ব্ৰাউন নামৰ চালাক গৱেষক এজনে দুবছৰ আগতে উদঙাই দিছিল । জলবায়ু পৰিৱৰ্তনৰ গৱেষণাৰ নামত বিজ্ঞান জগতত আচলতে কি "কাণ্ড' চলি আছে, তাক উদঙাই দিবলৈকে তেওঁ এক চতুৰালিৰ আশ্ৰয় লৈছিল। তেওঁ জানি-বুজিয়েই গৱেষণাত কিছুমান গুৰুত্বপূৰ্ণ কাৰক (যেনে বনজুইৰ ক্ষেত্ৰত মানুহৰ প্ৰত্যক্ষ ভূমিকা) আওকাণ কৰি, কেৱল 'Climate Change'ক মূল জগৰীয়া সজাই বিখ্যাত 'Nature' আলোচনীত এখন গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল। প্ৰকাশ পোৱাৰ পিছত ত��ওঁ নিজেই আন এটা প্ৰবন্ধ লিখি সমগ্ৰ বিশ্বক আচৰিত কৰি কৈছিল যে— যিহেতু 'Climate Change' বৰ্তমান এটা অত্যন্ত 'Hot Topic' আৰু তেওঁৰ গৱেষণা পত্ৰখনে এটা Popular belief সমৰ্থন কৰিছিল, সেয়েহে 'Nature'-এ কোনো প্ৰশ্ন নকৰাকৈয়ে ইয়াক বিজ্ঞান বুলি ছপাই উলিয়াইছিল ! 'Nature'-ৰ দৰে বিশ্ববিশ্ৰুত গৱেষণা আলোচনী��� বাবেও বিজ্ঞানৰ সত্য গুৰুত্বপূৰ্ণ নে টকা, ট্ৰেণ্ড আৰু নিজৰ ব্ৰেণ্ড ভেল্যু বেছি গুৰুত্বপূৰ্ণ - এই ঘটনাটোৰ দ্বাৰা ওলাই পৰিছিল । উল্লেখযোগ্য যে, 'Nature'-ৰ ব্ৰেণ্ড ভেল্যু এতিয়া ফেশ্বন ব্ৰেণ্ড 'Gucci'-তকৈও বেছি!💰💸 তেওঁলোকে হাজাৰ কোটি টকাৰ ব্যৱসায় কৰে । ক'ভিডৰ সময়তো আমি একেই দৃশ্য দেখিছিলো; পৰিস্থিতিৰ সোঁতত উটি গৈ বহু তথাকথিত বিজ্ঞানীয়ে সস্তীয়া জনপ্ৰিয়তাৰ বাবে Nature ত যা-তা জাবৰ প্ৰকাশ কৰিছিল, আ��ু Nature য়েও একো চালি-জাৰি নাচাই তাকে প্ৰকাশ কৰিছিল । যি কি নহওঁক, জলবায়ু পৰিৱৰ্তন এক অত্যন্ত জটিল প্ৰাকৃতিক প্ৰক্ৰিয়া - বিজ্ঞানে এতিয়াও ইয়াক ভালদৰে বুজি উঠা নাই। কিন্তু বিজ্ঞানৰ লগতে ই এটা ৰাজনৈতিক প্ৰক্ৰিয়াও । তিলটোকে তাল কৰি উন্নত দেশসমূহে ইয়াক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰো উদাহৰণ আছে। ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহত যাতে নতুনকৈ বৃহ�� উদ্যোগ গঢ় লৈ নুঠে আৰু তেওঁলোকৰ অৰ্থনীতিয়ে যাতে প্ৰত্যাহ্বান জনাব নোৱাৰে, তাৰ বাবে 'Climate Change'-ৰ ৰছীডালেৰে এই দেশবোৰক বান্ধি ৰাখিব বিচৰা হয় বুলি মুকলি চৰ্চা হয় । গতিকে, ৰাতিপুৱা বাতৰি কাকতখন মেলি বা ম'বাইলত গৰম পৰিছে বুলিলেই তাৰ কাৰণ কেৱল মাত্ৰ 'Climate Change' বুলি ধৰি লোৱাৰ আগতে অলপ ৰৈ ভাবি চাব। পৰিৱেশৰ প্ৰতি সচেতন হোৱাটো অৱশ্যেই প্ৰয়োজনীয়, কিন্তু বিজ্ঞানৰ নামত চলা 'প্ৰপাগাণ্ডা'ৰ প্ৰতি অন্ধ হোৱাটো তাতোকৈ বেছি ভয়ংকৰ!
See More
HimjuPathak
retweeted
philosophy for life
@philosophy_life
10 months ago
“Without music, life would be a mistake.” ― Friedrich Nietzsche
HimjuPathak
retweeted
Moral Philosophy
@ML_Philosophy
10 months ago
Your future needs you; your past doesn’t.
HimjuPathak
retweeted
কণপাই বৰুৱা
@Konpai_099
10 months ago
১৫০৪ ৰ কথা । সাগৰেদি গৈ কলম্বাছ জামাইকাত ফঁচি আছিল । খাবলৈ-কৰিবলৈ নাই । কলম্বাছে তাৰ স্থানীয় মানুহক ক'লে, যদি ফ্ৰীতে আমাক খাবলৈ নিদিয়, আ���ি ৰাতি জোনবাই নোহোৱা কৰি দিম! তেওঁ জানিছিল গ্ৰহণৰ কথা! কথামতেই সেইদিনা গ্ৰহণ লাগিল । ভয়তে তাৰ মানুহে কলম্বাছক কেইবামাহলৈ খোৱাই-বোৱাই ৰাখিলে।
See More
Who to follow
Jayprakash Deka🚩
@JayprakashDeka3
Booking Executive ( Northeast ) Royal Enfield ( Chennai )
Bikash Nath
@Bikashnath1234
Assamese |। অসমীয়া ।|
HimjuPathak
retweeted
philosophy for life
@philosophy_life
11 months ago
“The words ‘I Love You’ kill, and resurrect millions, in less than a second.” ― Aberjhani
HimjuPathak
retweeted
Philosophy Of Life
@PhilOfLife_
about 1 year ago
A negative mind will never give you a positive life.
HimjuPathak
retweeted
Ayush Singh
@imabhinashS
about 1 year ago
Behen pehle hijab se to bahar aaja India pe kabja bad me karna 😂😂
Himju Pathak
@HimjuPathak
about 1 year ago
Happy retirement Rohit Sharma from Test cricket
#RohitSharma𓃵
Himju Pathak
@HimjuPathak
about 1 year ago
@ManojNaravane
Jai hind
HimjuPathak
retweeted
Philosophy Of Life
@PhilOfLife_
about 1 year ago
Psychology says, don't overshare. Privacy is power.
HimjuPathak
retweeted
Chance Gibbons | Modern Hercules
@mindsetofstoics
about 1 year ago
You become what you repeatedly think and do.
HimjuPathak
retweeted
Words of Wisdom
@billionair_key
about 1 year ago
Being single is much better than being in the wrong relationship.
Himju Pathak
@HimjuPathak
about 1 year ago
#PahalgamTerroristAttack
Himju Pathak
@HimjuPathak
almost 3 years ago
@isro
JAI HIND
HimjuPathak
retweeted
GP Singh
@gpsinghips
almost 3 years ago
Great initiative. Well done.
Himju Pathak
@HimjuPathak
almost 3 years ago
@gpsinghips
❤️
Himju Pathak
@HimjuPathak
almost 3 years ago
@Gouravaps
Welcome to dergaon sir
Himju Pathak
@HimjuPathak
over 3 years ago
@jesmina_ahmed01 Barpeta
Himju Pathak
@HimjuPathak
over 3 years ago
Congratulations sir
GP Singh
@gpsinghips
over 3 years ago
মা কামা��্যাৰ আশীৰ্বাদেৰে অসমবাসীৰ সেৱা কৰাৰ সুযোগ পাই মই ধন্য। গৌৰৱময় অসম আৰক্ষীক নেতৃত্ব দিবলৈ মোৰ ওপৰত আস্থা ৰখাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী অসম মহোদয়লৈ কৃতজ্ঞতা।
@assampolic
e
@CMOfficeAssa
m
Himju Pathak
@HimjuPathak
over 3 years ago
@gpsinghips
@assampolice
@CMOfficeAssam
Congratulations sir
Last Seen Users on Sotwe
Yağızsert
Seen from
Netherlands
空白aw
SALİH 45 FENOMEN MASÖR
Seen from
Turkey
Jeremy Grace
Seen from
Poland
Meme Aşığı
Seen from
Turkey
Ünlüler
Seen from
Turkey
𝒌𝒂𝒛𝒖 𝒄𝒉𝒂𝒏ミ・◦・ミ🎀
Seen from
Japan
Türbanlı sevenler
Seen from
Turkey
علوش
Seen from
Egypt
Altyazılı Türk İfşa
Seen from
Germany
Trends for you
1
Happy 4th of July
Under 10K tweets
2
Cape Verde
Under 10K tweets
3
#holoSerendipity
Under 10K tweets
4
Cabo Verde
Under 10K tweets
5
Parmida
Under 10K tweets
6
Colombia
Under 10K tweets
7
#เสน่หาวาโยตอนจบ
Under 10K tweets
8
Amora
Under 10K tweets
9
Caleb
Under 10K tweets
10
Yaxel
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
240.7M followers
2
Barack Obama
@barackobama
119.2M followers
3
Donald J. Trump
@realdonaldtrump
111.7M followers
4
Cristiano Ronaldo
@cristiano
110.7M followers
5
Narendra Modi
@narendramodi
107M followers
6
Rihanna
@rihanna
97.7M followers
7
NASA
@nasa
92.2M followers
8
Justin Bieber
@justinbieber
90.9M followers
9
KATY PERRY
@katyperry
87.7M followers
10
Taylor Swift
@taylorswift13
81.6M followers
11
Lady Gaga
@ladygaga
73.1M followers
12
Virat Kohli
@imvkohli
70M followers
13
Kim Kardashian
@kimkardashian
69.8M followers
14
YouTube
@youtube
68.7M followers
15
Bill Gates
@billgates
63.9M followers
16
Neymar Jr
@neymarjr
62.8M followers
17
The Ellen Show
@theellenshow
62.4M followers
18
CNN
@cnn
61.9M followers
19
X
@x
60.8M followers
20
Selena Gomez
@selenagomez
60.8M followers
Olivia
Online
✨
⭐
💫