@CMOfficeAssam 1st increase GDP growth, increase export, growth productivity, generate source of income for government, Forestation in every district, increase industry
@Mrinal_MLA ছিঃ ইমান নিকৃষ্ট মানসিকতাৰ মানুহো থাকে নে? বেলেগ নহয় প্ৰধানমন্ত্ৰীৰ নাম দেখি হজম হোৱা নাই আৰু, পিছে প্ৰধান মন্ত্ৰী যে এটা সাংবিধানিক পদ এই পদৰ গৰিমা যে আছে সেইটো বহুতেই নাজানে, নিজৰ দলৰ প্ৰধানমন্ত্ৰী জন ন'হল বুলিয়েই যে এনে কাম কৰিব তেনে হ'ব নালাগে, মানৱ ৰূপী দানৱৰ পৰিচয় এইবোৰ