Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Joynal Abdin
@JoynalAssam
অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থত সংগ্ৰাম সদায় কৰি যাম, General secratery Assam yuba parishad (AYP) অসম গণ পৰিষদ
Guwahati
Joined January 2017
235
Following
95
Followers
588
Posts
Joynal Abdin
@JoynalAssam
about 1 month ago
সুদীৰ্ঘ ৪১ বছৰীয়া পৰিক্ৰমা অতিক্ৰম কৰি কাইলৈ ৪২ বছৰত ভৰি দিব অসমৰ আঞ্চলিকতাবাদৰ ধ্বজাবাহক অসম গণ পৰিষদে। অসমীয়া জাতি ,মাটি আৰু মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে জাতীয়তাবাদৰ আৰ্দশক সৰোগত কৰি এখন সমৃদ্ধিশালী অসমৰ নিৰ্মানৰ সংকল্পৰে আমি সকলোৱে ঐক্যবদ্ধ ভাবে আগুৱাই যাওঁ আহক৷
See More
Joynal Abdin
@JoynalAssam
8 months ago
এন, ডি, এ, ৰ জয়যাত্ৰা সুনিশ্চিত কৰাৰ স্বাৰ্থত আমি সাজু। ✊🏻
@ATULBORA2
@himantabiswa
@keshab_mahanta
JoynalAssam's tweet video.
Joynal Abdin
@JoynalAssam
8 months ago
#Dalgaon
#election2026
#Assamagp
@himantabiswa
@ATULBORA2
@keshab_mahanta
JoynalAssam's tweet video.
Joynal Abdin
@JoynalAssam
8 months ago
অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ সংকল্প যাত্ৰা ৷ দলগাওঁ বিধান সভা সমষ্টি
@ATULBORA2
@keshab_mahanta
JoynalAssam's tweet video.
Who to follow
Kamaljit Choudhury
@Kjchoudhury
খাঁটি জেনোফোবিক খাৰখোৱা৷ দেশপ্ৰেমী ভাৰতীয়৷
Joynal Abdin
@JoynalAssam
8 months ago
দলগাঁওবাসী ৰাইজৰ মৰম, আশীৰ্বাদ তথা আন্তৰিকতাই বিৰোধী পক্ষৰ বিপক্ষে যুঁজিবলৈ আমাক অধিক শক্তিশালী কৰি তুলিছে। জয়তু অসম গণ পৰিষদ ✊🏻
@ATULBORA2
@keshab_mahanta
JoynalAssam's tweet video.
Joynal Abdin
@JoynalAssam
9 months ago
দলগাঁওবাসী ৰাইজৰ সৈতে বিভিন্ন বিষয়ত আলোচনাত মিলিত হোৱাৰ লগতে তেওঁলোকৰ বুজ লোৱাৰ উদ্দেশ্যে কিছু বিশেষ মুহূৰ্ত তেওঁলোকৰ সৈতে অতিবাহিত কৰোঁ। আমাৰ এই প্ৰচেষ্টাত ৰাইজৰ উৎসাহজনক সঁহাৰিয়ে আমাক বাৰুকৈয়ে অনুপ্ৰাণিত কৰিছে। জয়তু অসম গণ পৰিষদ।
@ATULBORA2
@keshab_mahanta
See More
Joynal Abdin
@JoynalAssam
9 months ago
দলগাওঁ বিধান সভা সমষ্টিত অসম যুৱ পৰিষদৰ সাংগঠনিক সভা ৷
@ATULBORA2
JoynalAssam's tweet video.
Joynal Abdin
@JoynalAssam
9 months ago
#assamagp
#অসমগণপৰিষদ
#Assam
@ATULBORA2
JoynalAssam's tweet video.
Joynal Abdin
@JoynalAssam
9 months ago
@ATULBORA2
@keshab_mahanta
JoynalAssam's tweet video.
Joynal Abdin
@JoynalAssam
12 months ago
আজি দলগাঁওস্থিত মোৰ আৱাসৰ কাৰ্যালয়ত দলগাঁও বিধানসভা সমষ্টিৰ কাহিবাৰী আৰু ধৰনীপুৰ অঞ্চলৰ বহু ব্যক্তিয়ে অসম গণ পৰিষদৰ নীতি-আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ আনুষ্ঠানিকভাৱে দলত যোগদান কৰে। প্ৰতিগৰাকী সদস্যকে অসম গণ পৰিষদৰ বৃহৎ পৰিয়ালটোলৈ আন্তৰিক স্বাগতম জনাইছোঁ৷
@ATULBORA2
See More
Joynal Abdin
@JoynalAssam
12 months ago
আমাৰ সকলোৰে মৰমৰ শিল্পী পাপনদালৈ ওপজা দিনৰ অশেষ শুভেচ্ছা জনালোঁ। পাপনদাই সংগীতৰ লহৰেৰে অসমক বিশ্ব দৰবাৰত জিলিকাই ৰাখক আৰু নতুন নতুন সৃষ্টিৰে সংগীত জগতক সমৃদ্ধ কৰি যাওক, তাৰেই কামনাৰে এই বিশেষ দিনটোত তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।
@paponmusic
See More
Joynal Abdin
@JoynalAssam
12 months ago
দৰং জিলা যুৱ পৰিষদৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকলৰ সৈতে কালি অগপৰ মাননীয় সভাপতি শ্ৰী অতুল বৰা ডাঙৰীয়াক সাক্ষাৎ কৰোঁ।সভাপতি ডাঙৰীয়াই আমাৰ প্ৰতি আগবঢ়োৱা দিহা-পৰামৰ্শৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰোঁ। অসম গণ পৰিষদ জিন্দাবাদ
@ATULBORA2
Joynal Abdin
@JoynalAssam
about 1 year ago
জনসংযোগ বৃদ্ধিৰে ৰাইজৰ আশিস শিৰত লৈ দলগাঁও বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ ভেটি অধিক শক্তিশালী কৰাৰ বাবে আমি নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছোঁ। আজি দলগাঁৱৰ নিমতলীত অনুষ্ঠিত জনসম্পৰ্ক কাৰ্যসূচীৰ কিছু স্মৰণীয় মুহূৰ্ত…
@ATULBORA2
@keshab_mahanta
Joynal Abdin
@JoynalAssam
about 1 year ago
অসম গণ পৰিষদ ~ অসমৰ আঞ্চলিকতাবাদৰ অক্ষয় স্তম্ভ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কিছু স্মৰণীয় মুহূৰ্ত, দলগাঁও সমষ্টিত
@ATULBORA2
@keshab_mahanta
JoynalAssam's tweet video.
Joynal Abdin
@JoynalAssam
about 1 year ago
দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত জংঘলপাৰাৰ স্থানীয় মহিলাসকলৰ সৈতে আজি মত বিনিময় কৰোঁ। তেওঁলোকে সন্মুখীন হৈ থকা সমস্যাৰাজিৰ কথা আমাক অৱগত কৰে। আমাৰ প্ৰতি তেওঁলোকে দেখুওৱা আস্থা-বিশ্বাস দেখি উৎসাহিত হ'লোঁ। তেওঁলোকৰ এই আন্তৰিকতাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@ATULBORA2
See More
Joynal Abdin
@JoynalAssam
about 1 year ago
কালি দলগাঁৱত সমষ্টিৰ অন্তৰ্গত চকৰাবষ্টি খৈৰাকাটা ত অসম গণ পৰিষদৰ নিষ্ঠাবান কৰ্মকৰ্তাসকলৰ সৈতে অনুষ্ঠিত এখন দলীয় বৈঠকত অংশগ্ৰহণ কৰোঁ।এই সভাত অসম গণ পৰিষদৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সমষ্টিটোৰ বহু লোকে দলত যোগদান কৰে। তেওঁলোকক অগপ পৰিয়ালটোলৈ আন্তৰিক স্বাগতম জনাওঁ ৷
@ATULBORA2
@
See More
Joynal Abdin
@JoynalAssam
about 1 year ago
অসম গণ পৰিষদ দলৰ দলগাওঁ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী আলহাজ আব্দুল জব্বৰ চাহাবৰ বিয়োগৰ খবৰটো পাই তেখেতৰ বাসভৱনত উপস্থিত হওঁ, তেখেতৰ বিয়োগে সমাজ জীৱন তথা দলৰ বাবে এক অপূৰণীয় ক্ষতি ৷ তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছোঁ ৷
@ATULBORA2
@keshab_mahanta
See More
Joynal Abdin
@JoynalAssam
about 1 year ago
এটা সত্ত্বাৰ অন্ত পৰিল , জাতিটোক নেতৃত্বত দিয়া এজনক হেৰালো ৷ আৰু কেতিয়াবা পাম নে ঘূৰাই ;
#zubingarg
#Assam
JoynalAssam's tweet video.
Joynal Abdin
@JoynalAssam
about 1 year ago
জুবিন গাৰ্গ ডাঙৰীয়া সদায় জিলিকি থাকিব আমাৰ মাজত ৷ যোৱা কালি দলগাওঁ বিধান সভা সমষ্টিৰ তৰফৰ পৰা অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৷
@ATULBORA2
@keshab_mahanta
JoynalAssam's tweet video.
Joynal Abdin
@JoynalAssam
about 1 year ago
আজি কমলপুৰ বিধান সভাত দলীয় সতীৰ্থ সকলৰ সৈতে মত বিনিময় অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক সুনিল ডেকা ডাঙৰীয়া আৰু যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঞি ডাঙৰীয়া সৈতে উপস্থিত থাকো ৷
@ATULBORA2
@DilipSaikia4Bjp
@keshab_mahanta
Last Seen Users on Sotwe
OUTDOOR Drive.🚙
Seen from
Japan
Chapin xxx (18+)
Seen from
United States
Umaid Rana
Seen from
United Kingdom
Antonello Sacchetti
Seen from
Italy
Kadriye sert
Seen from
Turkey
geli2jantan
Seen from
Malaysia
🩷 BEEFY HQ
Seen from
Mexico
pemburu janda🍑
Seen from
Indonesia
Veenam
Seen from
United Arab Emirates
Control De Plagas
Seen from
Spain
Trends for you
1
Daniel Jones
Under 10K tweets
2
Rikers
Under 10K tweets
3
#TSTheErasTour
Under 10K tweets
4
Riemann Hypothesis
Under 10K tweets
5
Josh Johnson
Under 10K tweets
6
Puka
Under 10K tweets
7
Danny Dimes
Under 10K tweets
8
#FursuitFriday
Under 10K tweets
9
Seth Rogen
Under 10K tweets
10
#AccountabilityIsComing
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
240.5M followers
2
Barack Obama
@barackobama
118.7M followers
3
Cristiano Ronaldo
@cristiano
114.4M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107M followers
6
Rihanna
@rihanna
98.7M followers
7
NASA
@nasa
92.2M followers
8
Justin Bieber
@justinbieber
91.8M followers
9
KATY PERRY
@katyperry
90M followers
10
Taylor Swift
@taylorswift13
83.9M followers
11
Lady Gaga
@ladygaga
75.5M followers
12
Virat Kohli
@imvkohli
73.4M followers
13
Kim Kardashian
@kimkardashian
70.8M followers
14
YouTube
@youtube
68.7M followers
15
Neymar Jr
@neymarjr
66.3M followers
16
Bill Gates
@billgates
65.2M followers
17
Selena Gomez
@selenagomez
63M followers
18
The Ellen Show
@theellenshow
62.1M followers
19
CNN
@cnn
61.7M followers
20
X
@x
60.6M followers
Olivia
Online
✨
⭐
💫