Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Live7 Sisters
@Live7S
Seven states One Voice
Guwahati
Joined July 2020
15
Following
12
Followers
86
Posts
Live7 Sisters
@Live7S
about 6 years ago
৭০/৮০ দশকৰ পৰা নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে নিষ্ঠা আৰু সততাৰে সাংবাদিকতা অব্যাহত ৰাখিছে নৰেন বৰাই https://t.co/e70sATYSc2
Live7 Sisters
@Live7S
about 6 years ago
চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী দাদগিৰীত আৰক্ষীয়ে অভিযান চলাই ২টা হাতী দাঁত উদ্ধাৰ কৰাৰ লগতে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। https://t.co/cu6LIHD5wt
Live7 Sisters
@Live7S
about 6 years ago
সোমবাৰে চামগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত দলৈৰ তৎপৰতাত কবৰস্থ মৃতদেহ খান্দি নগাঁও অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। https://t.co/8LbSmUIeoj
Live7 Sisters
@Live7S
about 6 years ago
কেৱল ৫জনকৈ লোকেহে ঘৰে-ঘৰে গৈ কৰিব পাৰিব নিৰ্বাচনী প্ৰচাৰ https://t.co/gUfb4hGQYe
Who to follow
Rajen Singh
@rajensingh86
Former UN Peacekeeper, Shooting Sports Official and Law Enforcement Officer.
Dr. Mousumi (Borgohain) Borah, MBBS,MD,PGDMCH
@DrMousumiBorah1
Professor at Gauhati Medical College & Hospital. President Bogiram Borah Foundation
ETVBharat Delhi
@ETVBharatDelhi
दिल्ली समेत देश-विदेश की राजनीतिक, आर्थिक, सामाजिक, खेल और मनोरंजन जगत की सटीक ख़बरें @etvbharatdelhi पर।
Live7 Sisters
@Live7S
about 6 years ago
১৮২০ মিটাৰ দৈৰ্ঘ্যৰ এই ৰ’পৱেটোৱেই হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নদীৰ ওপৰত থকা দেশৰ দীৰ্ঘতম ৰ’পৱে। https://t.co/UBEAbzBq3K
Live7 Sisters
@Live7S
about 6 years ago
জাতীয় ইছ্যুত কেতিয়াও আপোচ নকৰা তথা আঞ্চলিকতাবাদক শক্তিশালী কৰি ৰাখিব বিচৰা প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰাসংগিকতা ৰাজ্যৰ ৰাজনীতিত পুনৰ বৃদ্ধি পাইছে। https://t.co/lZtBh8kJD8
Live7 Sisters
@Live7S
about 6 years ago
অক্টোবৰৰ অন্তিম সপ্তাহত আছুৰ কেন্দ্ৰীয় অধিবেশন
@SamujjalBhatta
@lurinjtgogoi
https://t.co/AgPQ8B2LtY via
@Live7S
Live7 Sisters
@Live7S
about 6 years ago
প্ৰৱল বৰষুণকো নেওচি ধেমাজি আৰু লখিমপুৰ জিলাৰ বান আৰু গৰাখহনীয়া প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে
@sarbanandsonwal
@CMOfficeAssam
https://t.co/gUBcxVfjhk via
@Live7S
Live7 Sisters
@Live7S
about 6 years ago
ভাৰতীয় বায়ু সেনাত অত্যাধুনিক ৰাফেল যুঁজাৰু বিমানৰ সংযোজনে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰি তুলিবঃ মুখ্যমন্ত্ৰী https://t.co/nUTgGmBynh
Live7 Sisters
@Live7S
about 6 years ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবৰ বান-গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে বিজ্ঞানসন্মত পদক্ষেপ লৈছে: মুখ্যমন্ত্ৰী
@sarbanandsonwal
@CMOfficeAssam
https://t.co/2tUb0B7Bs6
Live7 Sisters
@Live7S
about 6 years ago
শ্বহীদৰ ত্যাগ আৰু আদৰ্শৰে শক্তিশালী অসম গঢ়াৰ দিশত আত্মনিয়োগ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বান
@sarbanandsonwal
@CMOfficeAssam
https://t.co/Lgw3L7t5Up
Live7 Sisters
@Live7S
about 6 years ago
কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী কিৰেণ ৰিজিজু আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰে শণিবাৰে আনুষ্ঠানিক ভাৱে ঘোষণা কৰে এই কথা।
@KirenRijiju
@mlkhattar
https://t.co/rVXo97V02n
Live7 Sisters
@Live7S
about 6 years ago
দেওবাৰে অসমৰ চাবুৱাত প্ৰথম গৰাকী ক’ভিড-১৯ত আক্ৰান্ত ৰোগীৰ মৃত্যু হয়। জানিব পৰা অনুসৰি ৰোগী গৰাকীৰ নাম ইন্দ্ৰাণী ফুকন (৭৮), ঘৰ ডিব্ৰুগড়ৰ টেঙাখাটত। টাটা ৰেফাৰেল হস্পিটেলত চিকিৎসাধীন হৈ আছিল ৰোগী গৰাকী। https://t.co/ZQDZDSKG81
Live7 Sisters
@Live7S
about 6 years ago
এই পৰ্যন্ত মৃত্যু হোৱা আটাইকেইগৰাকী ৰোগী ডিমাপুৰৰ। ৰাজ্যখনত এতিয়ালৈকে কৰ’নাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা ১,২৮৯। ইয়াৰে ৭৪৪ জন ৰোগী কৰ’নাক্ৰান্ত আনহাতে সুস্থ হোৱা ৰোগীৰ সংখ্যা ৪৫১।
#Nagaland
#Covid_19
#coronavirus
https://t.co/reX9CCn6yE
Live7 Sisters
@Live7S
about 6 years ago
১৯৯৯ চনৰ ২৬ জুলাই এই ঐতিহাসিক দিনটো প্ৰত্যেকজন ভাৰতীয়ই স্মৰণ কৰা উচিত৷ কিয়নো ২১ বছৰ পূৰ্বে আজিৰ দিনটোতেই ভাৰতে চিৰবৈৰী পাকিস্তানক কাৰ্গিল যুদ্ধত পৰাস্ত কৰিছিল৷ https://t.co/cSmuM7efBh
Live7 Sisters
@Live7S
about 6 years ago
ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই এক টুইটযোগে এই খচৰাখনৰ সম্পর্কে মত ব্যক্ত কৰে।
@SamujjalBhatta
https://t.co/KMgMKxCMFX
Live7 Sisters
@Live7S
about 6 years ago
সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি অসমৰ ছাত্ৰ সমাজে বিশ্ববিদ্যালয়, মহাবিদ্যালয় কৰ্তৃপক্ষক ছেমিষ্টাৰৰ চূড়ান্ত পৰীক্ষা সমূহ বাতিল কৰিবলৈ দাবী জনাই টুইটাৰযোগে এক কেম্পেইন আৰম্ভ কৰিছে।
#NoExamInAssam
#SayNoToUGCGuidelines
https://t.co/aSo9fKbDbf
Live7 Sisters
@Live7S
about 6 years ago
কেন্দ্ৰীয় গৃহ বিভাগক আগষ্ট মাহৰ পৰা ছবিগৃহ সমূহ খোলাৰ পৰামৰ্শ প্ৰদান কৰিছে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে https://t.co/nnpZ5XpyUq
Live7 Sisters
@Live7S
about 6 years ago
ঘটনাত জড়িত দোষী আৰক্ষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব, এইক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব: @gpsinghassam
@assampolice
@GuwahatiPol
https://t.co/Bg46Lndr5y
Live7 Sisters
@Live7S
about 6 years ago
দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি কি ক’লে বিধায়ক গৰাকীয়ে? https://t.co/Em5ANhZwDV
Last Seen Users on Sotwe
Abebe Abate
Kathy Gonzales
Seen from
Vietnam
Khalid
Seen from
Pakistan
Jae مًشتًهيهُُُ
Seen from
Egypt
이소연
Seen from
Korea
สาวม้งไทย
Seen from
Thailand
Feryaliydk
Seen from
Turkey
骆萌萌
Seen from
United States
Trfantazifşa
Seen from
Turkey
سمرون جدة
Seen from
United Kingdom
Trends for you
1
Cudi
Under 10K tweets
2
Malachi Toney
Under 10K tweets
3
Andy Ruiz
Under 10K tweets
4
Bobbye
Under 10K tweets
5
LINGORM ILF FINAL EP
Under 10K tweets
6
Doug Eddings
Under 10K tweets
7
Boots
Under 10K tweets
8
#UltimateBrewcationxPS
Under 10K tweets
9
Fresno
Under 10K tweets
10
#HotelCouple
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.6M followers
2
Barack Obama
@barackobama
119M followers
3
Cristiano Ronaldo
@cristiano
114.1M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.2M followers
6
Rihanna
@rihanna
98.7M followers
7
NASA
@nasa
92.4M followers
8
Justin Bieber
@justinbieber
91.8M followers
9
KATY PERRY
@katyperry
89.8M followers
10
Taylor Swift
@taylorswift13
83.8M followers
11
Lady Gaga
@ladygaga
75.3M followers
12
Virat Kohli
@imvkohli
73.1M followers
13
Kim Kardashian
@kimkardashian
70.8M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
66.1M followers
16
Bill Gates
@billgates
65M followers
17
Selena Gomez
@selenagomez
62.9M followers
18
The Ellen Show
@theellenshow
62.3M followers
19
CNN
@cnn
61.8M followers
20
X
@x
60.7M followers
Olivia
Online
✨
⭐
💫