ছাত্ৰ ছাত্ৰীসকলে বানপানীৰ এনে পৰিস্থিতিত গুৱাহাটী বিশ্ববিদ্যালয়ে ৪ জুলাইৰ পৰা অনুষ্ঠিত কৰা স্নাতক ৬ষ্ঠ ষান্মাসিকৰ পৰীক্ষা সমূহ কেনেকৈ দিব? নে ছাত্ৰ ছাত্ৰীসকল এই পৰীক্ষাৰ পৰা বঞ্চিত হব? অতি শীঘ্ৰে এক উচিত সিদ্ধান্ত গ্ৰহণ কৰক@CMOfficeAssam@himantabiswa@ranojpeguassam @GauhatiUni