Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Milon Saikia
@MilonAssamnew
উপ সভাপতি সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থা
Assam, India
Joined December 2017
262
Following
150
Followers
647
Posts
Milon Saikia
@MilonAssamnew
about 12 hours ago
@Utpal_Assam
🙏
MilonAssamnew
retweeted
Utpal Sarma
@Utpal_Assam
about 12 hours ago
শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজ লাগিবই। নহ’লে বানপীড়িত ৰাইজৰ আৰ্থিক স্থিতি আৰু কোনো দিনেই ঠন ধৰি উঠাৰ অৱকাশ নাই।
#assamfloods
Utpal_Assam's tweet video.
MilonAssamnew
retweeted
Utpal Sarma
@Utpal_Assam
1 day ago
একেলগে উটি যোৱা বৰমা আৰু ভটিজী নিৰূপমা দুৱৰা আৰু নিশা দুৱৰাৰ পৰিয়ালটোৰ খবৰ ল’লো। সাধ্যানুসাৰে কিছু সকাহ দিবলৈ যত্ন কৰিলোঁ। খং আছে পৰিয়ালটোৰ, থকাটো স্বাভাৱিক। উটি যোৱাৰ তিনি দিন পাছত নিজে নাওঁ ভাড়ালৈ আনি ভনীয়েকৰ মৃতদেহ বিচাৰি উলিয়াইছে ককায়েকে। বৰমাগৰাকীৰ মৃতদেহো আনেই বিচাৰি দিছে। গাঁওখনৰ মানুহৰো ক্ষোভ আছে। এখন ঘৰৰ চাদত বহি তিনিদিন কেৱল বৰষুণৰ পানী, বানৰ লেতেৰা পানী খাই জীৱন বচাইছে। চৰকাৰ, প্ৰশাসনে ঢুকি পোৱা নাছিল। গাঁওবোৰ জহি-খহি গৈছে, মানুহৰ মনবোৰো। ছাত্ৰ সন্থাই সাধ্যানুসাৰে বন্যাৰ্তসকলৰ সেৱা আব্যাহত ৰাখিছোঁ। তাৰ মাজতে যিসমূহ পৰিয়ালে ঘৰৰ সদস্য হেৰুৱাইছে তেওঁলোকক এষাৰ মাত লগাবলৈ চেষ্টা কৰিছোঁ। #AssamFlood
See More
Utpal_Assam's tweet video.
MilonAssamnew
retweeted
Utpal Sarma
@Utpal_Assam
1 day ago
নাজিৰাৰ কমলচাপৰি ২ নং নেপালীখুঁটি অঞ্চলটো বানৰ প্ৰলয়ে তচনচ কৰি থৈ গ’ল। কেঁচা ঘৰবোৰ ভাঙি থৈ গৈছে। ঘৰবোৰৰ ভিতৰত এককাল পৰ্যন্ত পলস। পানী বাঢ়িবলৈ ধৰাত মানুহবোৰ কোনোমতে ঘৰৰ পৰা ওলাই আহিল, কিন্তু গৰু-ছাগলী, সা-সামগ্ৰী সব হেৰুৱালে। আজি বান-বিধ্বস্ত অঞ্চলটোলৈ গৈ ৰাইজৰ দুখৰ সমভাগী হওঁ। বন্যাৰ্ত ৰাইজৰ মাজত সাধ্যানুসাৰে খাদ্য সামগ্ৰীৰ টোপোলাৰ লগতে আঠুৱা আৰু চেনিটেৰী পেড্ বিতৰণ কৰোঁ। ছাত্ৰ সন্থাই আমাৰ সীমিত সামৰ্থৰে সৈতে ৰাইজলৈ সেৱা আগবঢ়াই থাকিম। #assamfloods
See More
Utpal_Assam's tweet video.
Who to follow
Kangkan Medhi
@Kangkan_mdhi
Student, Department of Law, Gauhati University. President University Law College AASU unit (2021-22). Court Member Gauhati University(2021-22)
Bijay Shankar Bordoloi
@BijayBordoloi77
Chief Convernor,Asom Sena Central Committee Former President,All Jorhat District Students' Union
Punyabrat Dutta
@PunyabratD
General Secretary ,PGSU 2022-23 Gauhati University.. President of North lakhimpur college student union 2019-20
MilonAssamnew
retweeted
Utpal Sarma
@Utpal_Assam
2 days ago
পানী তেতিয়ালৈকে ঘৰৰ ভিতৰ সোমোৱা নাছিল। ৰজ নেওগ ওলাই গৈছিল মম্ কিনিবলৈ। দোকানৰ পৰা উভটি অহালৈ বানে কালৰূপ ধৰিলে। ৰজ নেওগ ঘৰলৈ আৰু ঘূৰি আহিব নোৱাৰিলে। চিৰদিনৰ বাবে হেৰাই গ’ল। আছুৰ সাহায্য অভিযান চলি আছে। তাৰ মাজতে বানে যিবোৰ পৰিয়ালৰ মানুহ কাঢ়ি লৈ গ’ল তেওঁলোকক এষাৰ মাত দিবলৈ যত্ন কৰিছোঁ। নাজিৰাৰ হোলাংকাটনি গাঁৱলৈ আহিছিলোঁ। মৃত ৰজ নেওগৰ পত্নী আৰু ছোৱালী দুজনীক এষাৰ মাত লগালোঁ। আন প্ৰয়োজনীয় সামগ্ৰীৰ লগতে স্বামীৰ সকামত লগাবলৈ বুলি যথাসাধ্য আৰ্থিক সাহাযও আগবঢ়ালোঁ। এই পৰিয়ালবোৰে সৰ্বস্ব হেৰুৱাইছে। চৰকাৰে গতানুগতিক ক্ষতিপূৰণেৰে দায়িত্ব সামৰিলে নহ'ব। জিলা তিনিখনৰ বাবে বিশেষ পেকেজ লাগিবই। #assamfloods
See More
Utpal_Assam's tweet video.
MilonAssamnew
retweeted
Utpal Sarma
@Utpal_Assam
4 days ago
সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা পানী ১৩,২০০ বটল, চাউল ১,৪৫৬ কেজি, দাইল ৬৬০ কেজি, আলু ২,২০০ কেজি, ছেনিটাৰী পেড ৬০০ পেকেটতকৈ অধিক আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী শিৱসাগৰ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰা হয়। সমগ্ৰ অসমৰ প্ৰায় প্ৰতিখন জিলাৰ ছাত্ৰ সন্থাৰ সতীৰ্থসকলে বন্যাৰ্ত ৰাইজৰ কাষত সাধ্যানুসাৰে থিয় দিছে। ছাত্ৰ সন্থাই এই সেৱা অব্যাহত ৰাখিব। #assamfloods
See More
MilonAssamnew
retweeted
Utpal Sarma
@Utpal_Assam
5 days ago
নিৰ্বাচন আহিলে সপ্তাহত দুবাৰকৈ অসমলৈ অহা প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে এই মহাপ্ৰলয়ৰ সময়ত ফোনত খবৰ লৈয়ে দায়িত্ব সামৰিছে। অসমে মনত ৰাখিব। courtesy
@pratidintime
#assamfloods
Utpal_Assam's tweet video.
MilonAssamnew
retweeted
Utpal Sarma
@Utpal_Assam
5 days ago
বিকল্প নাই - বিশেষ অৰ্থনৈতিক পেকেজ প্ৰদান কৰক।
#AssamFlood
MilonAssamnew
retweeted
Utpal Sarma
@Utpal_Assam
8 days ago
বানৰ বিভীষিকাৰ ভয়াবহ ছবিখন নিজ চকুৰে প্ৰত্যক্ষ কৰিলোঁ। এই ক্ষতি অভূতপূৰ্ব, অকল্পনীয়। চৰকাৰে শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিবই লাগিব। বানৰ সংহাৰৰ আৰম্ভণিৰে পৰা ছাত্ৰ সন্থাৰ পৰিয়ালটোৱে সাধ্যানুসাৰে ৰাইজৰ কাষত থিয় দি আহিছোঁ। আজি যোৰহাট জিলাৰ বান বিধ্বস্ত টিয়ক অঞ্চলৰ ৰবি বৰুৱা গাঁও, ৰবি গৰীয়া পথাৰ গাঁও, ৰবি গাঁও, ৰবি বৰুৱা চাংমাই গাঁও আদিত বানাক্ৰান্ত ৰাইজক আমাৰ সীমিত সামৰ্থৰে কিছু সাহায্য আগবঢ়াওঁ। অঞ্চলটোৰ ভিতৰ ভাগলৈ পানীয়ে ৰাস্তা এইদৰে খহাইছে যে নাওঁ লৈ যাবলৈয়ো উপায় নাই আৰু পানীৰ সোঁতৰ বাবে খোজ কাঢ়ি সামগ্ৰী কঢ়িয়াবলৈয়ো কষ্টকৰ। ট্ৰেক্টৰৰ জৰিয়তে যথাসাধ্য খোৱাপানী, খাদ্য সামগ্ৰী আৰু আন প্ৰয়োজনীয় বস্তু কঢ়িয়াই লৈ যাওঁ। একেটা অঞ্চলতে ৰাইজক সাহস আৰু সকাহ দিবলৈ আহি উপস্থিত হোৱা শ্ৰীশ্ৰীআউনীআটি সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ ড• পিতাম্বৰ দেৱ গোস্বামী প্ৰভুকো লগ পাই আশীৰ্বাদ গ্ৰহণ কৰোঁ। ছাত্ৰ সন্থাই সামৰ্থ অনুযায়ী বন্যাৰ্ত ৰাইজলৈ সেৱা অব্যাহত ৰাখিব।
See More
MilonAssamnew
retweeted
Utpal Sarma
@Utpal_Assam
9 days ago
যোৰহাট জিলাৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলত ছাত্ৰ সন্থাৰ সতীৰ্থসকলে সীমিত সামৰ্থৰে সাহায্য আগবঢ়াই আছে। অন্যান্য সামগ্ৰীৰ লগতে খুব দায়িত্বসহকাৰে মহিলাসকলৰ মাজত চেনিটেৰী পেড্ বিতৰণ কৰিছে। আমি সচৰাচৰ দেখাতকৈ বেছি কঠিন হয় বান পীড়িতৰ জীৱন সংগ্ৰাম। খাদ্য সামগ্ৰী, পানী, পোহৰৰ ব্যৱস্থাই যথেষ্ট নহয়। মহিলা সকলে আশ্ৰয় শিৱিৰত প্ৰতি মুহূৰ্তত সন্মুখীন হয় আন অনেক প্ৰত্যাহ্বানৰ।
See More
Utpal_Assam's tweet video.
MilonAssamnew
retweeted
Utpal Sarma
@Utpal_Assam
10 days ago
চৰাইদেউ জিলাত বানৰ প্ৰকোপৰ পৰা দুৰ্গতসকলে মুক্তি পোৱা নাই। সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই সাধ্যানুসাৰে বান সাহায্য প্ৰদান অব্যাহত ৰাখিছে। এই অঞ্চলসমূহত বানৰ বিভীষিকা আগে নেদেখা ধৰণৰ। এটা ছাত্ৰ সংগঠন হিচাপে আমি আমাৰ সীমিত সামৰ্থৰে আৰ্তজনৰ কাষত থিয় দিয়াৰ প্ৰয়াস অব্যাহত ৰাখিম। সকলোৱে হাতে হাত ধৰি এই সংকটৰে যুঁজ দিওঁ আহক।
See More
MilonAssamnew
retweeted
Utpal Sarma
@Utpal_Assam
10 days ago
শিৱসাগৰ জিলাত ছাত্ৰ সন্থাৰ বেছিভাগ সতীৰ্থৰেই নিজৰ ঘৰৰ চৌহদত পানী সোমাইছে। তাৰ মাজতো কোনোমতে ওলাই সাধ্যানুসাৰে দুৰ্গত ৰাইজৰ কাষত থিয় দিবলৈ চেষ্টা কৰিছে। পানী, খাদ্য সামগ্ৰী যোগান ধৰিছে। য’ত সম্ভৱ হৈছে আহাৰ ৰান্ধি খুৱাইছে। বানৰ এই বিভীষিকাপূৰ্ণ মুহূৰ্তত আৰ্তজনক সামৰ্থ অনুযায়ী সহায় কৰাৰ ধাৰাবাহিকতা অব্যাহত থাকিব। ছাত্ৰ সন্থাৰ সতীৰ্থসকলক সাৱধানতা অৱলম্বন কৰি সেৱা আগবঢ়াবলৈ অনুৰোধ জনালোঁ।
See More
MilonAssamnew
retweeted
Utpal Sarma
@Utpal_Assam
12 days ago
সশ্ৰদ্ধ সোঁৱৰণ।
MilonAssamnew
retweeted
Utpal Sarma
@Utpal_Assam
13 days ago
ছোনম ৱাংচুকৰ অহিংস, গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সহমৰ্মিতাৰে আজি ৰাজ্যজুৰি আছুৰ মম্শিখা প্ৰজ্বালন।
@Wangchuk66
Utpal_Assam's tweet video.
MilonAssamnew
retweeted
Utpal Sarma
@Utpal_Assam
13 days ago
আজি সদৌ অসম ছাত্ৰ সন্থাৰ ‘প্ৰত্যাশা ২.০’ প্ৰকল্পৰ বাবে দিল্লীৰ আগশাৰীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান NEXT IAS ৰ সৈতে বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হ’ল। ‘প্ৰত্যাশা’ আমাৰ বাবে সপোন আৰু সংকল্পৰ প্ৰকল্প। অসম, উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এচাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টিৰ এয়া এক অংগীকাৰ। ‘প্ৰত্যাশা’ প্ৰকল্পৰ আধাৰত অসমৰ ২৬ গৰাকী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ পৰা দুগৰাকীকৈ ১৪ গৰাকী; অৰ্থাৎ মুঠ ৪০ গৰাকী যুৱক-যুৱতীক দিল্লীত বিনামূলীয়াকৈ UPSC CSE ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। দিল্লীত অধ্যয়নৰত বছৰটোত মাহিলী ১২ হাজাৰ টকাকৈ জলপানিও প্ৰদান কৰা হ’ব। #upsc #assam #northeast #pratyasha
See More
Utpal_Assam's tweet video.
MilonAssamnew
retweeted
Utpal Sarma
@Utpal_Assam
13 days ago
ৰাজ্যজুৰি মম্শিখা প্ৰজ্বালন।
MilonAssamnew
retweeted
Utpal Sarma
@Utpal_Assam
14 days ago
ছোনম ৱাংচুক ডাঙৰীয়াক অনশনস্থলীৰ পৰাই আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই লৈ যোৱাটো অহিংস, গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি ভাৰত চৰকাৰৰ অশ্ৰদ্ধাৰ নিকৃষ্ট উদাহৰণ। বৰ্তমানৰ চৰকাৰখন অসংবেদনশীল বুলি সকলোৱে জানিছিল; তথাপিতো পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনত দেশখনৰেই নতুন প্ৰজন্মৰ সুৰক্ষাৰ দাবীত হোৱা অহিংস আন্দোলন এটাত অন্ততঃ আলোচনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰিছিল। NEET পৰীক্ষাৰ বিসংগতিৰ বাবে বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাচি ল’লে। দেশৰ ২২ লাখ শিক্ষাৰ্থীয়ে ‘প্ৰশ্নকাকত মাফিয়া’ৰ দৌৰাত্মৰ বাবে জীয়াতু ভূগিলে। তাৰ পাছতো চৰকাৰৰ কোনো জবাবদিহিতা দেখা নগ’ল! এনে গুৰুত্বপূৰ্ণ বিষয় এটাত শান্তিপূৰ্ণভাৱে আন্দোলনৰ পথ বাচি লোৱা ছোনম ৱাংচুকৰ ভূমিকা প্ৰশংসাৰহে যোগ্য; হাৰাশাস্তিৰ নহয়। এটা কথা স্পষ্ট যে কোকৰোচ্ জনতা পাৰ্টিৰ সৈতে আমাৰ কোনো সম্পৰ্ক বা সংঘাত নাই। সেই মঞ্চখনৰ প্ৰতি ৰাগ-অনুৰাগ-বিৰাগ কিবা থাকিব লাগিব বুলি কোনো কথাও নাই। কিন্তু আমাৰ সহমৰ্মিতা ছোনম ৱাংচুকৰ প্ৰতি আছে, তেওঁৰ আন্দোলনৰ পন্থা আৰু উদ্দেশ্যৰ প্ৰতি আছে। চৰকাৰে তেওঁক আলোচনাৰ বাবে নিমন্ত্ৰণ কৰাটো দায়িত্ব আছিল। বলপূৰ্বকভাৱে অনশন ভংগ কৰিবলৈ চেষ্টা কৰাটো চূড়ান্ত স্বৈৰাচাৰী আচৰণ; নিৰাশাজনক। শিক্ষা ব্যৱস্থাৰ সংস্কাৰ, গণতান্ত্ৰিক প্ৰমূল্য আৰু দেশৰ নতুন প্ৰজন্মৰ কণ্ঠৰ প্ৰতি মোদী চৰকাৰ ধিক্কাৰজনকভাৱে উদাসীন- চৰকাৰে পুনৰ প্ৰমাণ কৰিলে। ছোনম ৱাংচুকক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনালোঁ। আলোচনাৰ মাধ্যমেৰে চৰকাৰে বিষয়টোৰ সমাধান কৰক।
@Wangchuk66
See More
Milon Saikia
@MilonAssamnew
15 days ago
@Utpal_Assam
@DY365
🙏
MilonAssamnew
retweeted
Utpal Sarma
@Utpal_Assam
15 days ago
নিউজ চেনেল DY365 ৰ এটি অনুষ্ঠানৰ কিয়দাংশ।
@DY365
Utpal_Assam's tweet video.
MilonAssamnew
retweeted
Utpal Sarma
@Utpal_Assam
6 months ago
অসম লোকসেৱা আয়োগৰ কাণ্ডজ্ঞানহীন কাৰ্যৰ বিৰোধিতা কৰিছোঁ। অসম লোকসেৱা আয়োগৰ সংস্কাৰৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ পৰাও জবাব বিচাৰিছোঁ।
#APSC
#CCE
#aspirants
Utpal_Assam's tweet video.
Last Seen Users on Sotwe
ชอบสาวใหญ่บ้านๆน่าเย็ด30-40-50
Seen from
Thailand
Murat
Seen from
Indonesia
BIGBootySara
Seen from
Poland
Baby Girl
Seen from
Singapore
Okan kurt
Seen from
Turkey
Alphagodsepanta
Itsrahulrajpal
komutan
Seen from
Poland
🏇
Seen from
India
Yusriabasiah
Seen from
Malaysia
Trends for you
1
#SmackDown
Under 10K tweets
2
Giulia
Under 10K tweets
3
#OPLive
Under 10K tweets
4
MySpace
Under 10K tweets
5
Bo Jackson
Under 10K tweets
6
Max Clark
Under 10K tweets
7
Nomar
Under 10K tweets
8
Klein
Under 10K tweets
9
Cole Irvin
Under 10K tweets
10
Pirro
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.1M followers
2
Barack Obama
@barackobama
119.1M followers
3
Cristiano Ronaldo
@cristiano
112.4M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.1M followers
6
Rihanna
@rihanna
98.1M followers
7
NASA
@nasa
92.2M followers
8
Justin Bieber
@justinbieber
91.3M followers
9
KATY PERRY
@katyperry
88.7M followers
10
Taylor Swift
@taylorswift13
82.6M followers
11
Lady Gaga
@ladygaga
74.1M followers
12
Virat Kohli
@imvkohli
71.5M followers
13
Kim Kardashian
@kimkardashian
70.3M followers
14
YouTube
@youtube
68.7M followers
15
Bill Gates
@billgates
64.5M followers
16
Neymar Jr
@neymarjr
64.4M followers
17
The Ellen Show
@theellenshow
62.4M followers
18
CNN
@cnn
61.8M followers
19
Selena Gomez
@selenagomez
61.8M followers
20
X
@x
60.8M followers
Olivia
Online
✨
⭐
💫