@PonkeyBora@himantabiswa@ranojpeguassam সকলোৰে সৰুৰে পৰা সপোন, লক্ষ্য এটা থাকে।মোৰো লক্ষ্য আছিল শিক্ষক হৈ সমাজ খনক আগুৱাই লৈ যোৱাৰ,পিতৃ-মাতৃৰ গোটেই জীৱনৰ কষ্ট নিৰ্মূল কৰাৰ। গতিকে আপোনাক মই বিনম্ৰ অনুৰোধ জনাওঁ যাতে আগন্তুক High School Graduate Teacher ৰ Post বৃদ্ধি কৰি আমাক উপকৃত কৰে যেন🙏
@himantabiswa@ranojpeguassam
সকলোৰে সৰুৰে পৰা সপোন, লক্ষ্য এটা থাকে।মোৰো লক্ষ্য আছিল শিক্ষক হৈ সমাজ খনক আগুৱাই লৈ যোৱাৰ,পিতৃ-মাতৃৰ গোটেই জীৱনৰ কষ্ট নিৰ্মূল কৰাৰ। গতিকে আপোনাক মই বিনম্ৰ অনুৰোধ জনাওঁ যাতে আগন্তুক High School Graduate Teacher ৰ Post বৃদ্ধি কৰি আমাক উপকৃত কৰে যেন🙏
@himantabiswa@ranojpeguassam