@ranojpeguassam@himantabiswa@CMOfficeAssam@mygovassam Sir, mutual transfer-ৰো সোনকালে খোলা দিয়ক, যাতে বিদ্যালয়সমূহৰ regular class হোৱাৰ আগতেই mutual transfer-ৰ গোটেই খিনি প্ৰক্ৰিয়া সম্পন্ন হয় আৰু দূৰ-দূৰণিত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীসকলে কিছু হলেও সকাহ পায়। Humble request to you..