Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Miss Hazarika~
@Pallavee25
~হেঁপাহ হালধীয়াৰঙী সোণাৰুবোৰৰ মাজত ৰঙীন পখিলীজনীৰ দৰে উন্মুক্ত হৈ উৰিবলৈ~🌾🦋
Tezpur, India
Joined June 2021
54
Following
1.5K
Followers
79
Posts
Pinned Tweet
Miss Hazarika~
@Pallavee25
about 3 years ago
আন কাৰোবাৰ জীৱনত নিজকে খাপ খুৱাবলৈ বুলিয়ে নিজস্বতাখিনিক হেৰুৱাই পেলাব নালাগে😌!!!
Miss Hazarika~
@Pallavee25
11 months ago
অকল্পনীয় ..অবিশ্বাস্য.. অসহনীয় !! বিদায় বুলি কোনোদিনেই মানি ল'ব নোৱাৰোঁ😔.. তৰাৰ দেশত জংকী বাৰ লগতে কুশলে থাককগৈ প্ৰিয়শিল্পী... প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু হৈ চিৰকাল আমাৰ হৃদয়ত থাকি যাব❤️
#RIP
#ZubeenGarg
Miss Hazarika~
@Pallavee25
about 1 year ago
অন্তৰত থাকিলে বুলিয়েই যে সকলো সময়তে আমি ভবাৰ দৰে ভাললগা অনুভৱেই দিব তেনেকুৱাটো কোনো ধৰা-বন্ধা নাই.. অন্তৰৰ একোণত স্থায়ীভাৱে থকাজনেও কেতিয়াবা জুই ছটিয়াব পাৰে, কেতিয়াবা কন্দুৱাবও পাৰে.. আনকি আমাৰ অন্তৰখন চিৰাচিৰ কৰি ভাঙি পেলাবও পাৰে📌
Miss Hazarika~
@Pallavee25
over 1 year ago
থাককচোন কিছুমান অনুভৱ গোপনেই.. নাই প্ৰাপ্তিৰ উলাহ, নাই হেৰুওৱাৰ ভয়🥀
Who to follow
Dr.Maini Chamuah
@MainiChamuah
#R/S #Author#Essayist#recipient of Syed Ab Malik fellowship 2020#All Assam A. Sharma Award 2021# pragjyotish Award2021#yuva Sahitya award2022 etc
প্ৰীয়াক্ষী প্ৰিয়দৰ্শিনী ❤️
@ruhipriyagogoi
পিয়লা ওপচাই যদিও পান কৰোঁ,বাস্তৱৰ গৰল। ভালপাব খোজো তোক জীৱন❤️ writer ✍️ professional Reiki and angel therapy healer 🧚 #স্বাভিমানী আহোম ছোৱালী 😊 (জয় আই অসম )
Deepsikha Moran
@morandeepsikha1
Dance and singing lover..proud to be an Assamese..Jai Aai Asom 🙏
Miss Hazarika~
@Pallavee25
almost 2 years ago
ভাললগা মানুহবোৰ সদায় ক্ষন্তেকীয়া🥀
Miss Hazarika~
@Pallavee25
over 2 years ago
বাৰে বাৰে নিজৰ কথা কাৰোবাক সোঁৱৰাই দি নাথাকিব.. আপুনি যদি তেওঁৰ বাবে গুৰুত্বপূৰ্ণ তেন্তে তেওঁ নিজেই মনত পেলাব❤️🩹
Miss Hazarika~
@Pallavee25
almost 3 years ago
গোটেই অধ্যায়টো নহলেওঁ, কেতিয়াবা কাৰোবাৰ কাহিনীৰ মাত্ৰ এক অংশ হোৱাটোতেই এক সুকীয়া মাদকতা থাকে❤🩹
Miss Hazarika~
@Pallavee25
about 3 years ago
·
Tezpur Rural
সকলো সপোন পূৰণ কৰিব পৰা সামৰ্থ্য সকলোৰে হাতত নাথাকে😇
Pallavee25
retweeted
Guinness World Records
@GWR
over 3 years ago
Congratulations to all those involved in the largest Bihu dance!
Miss Hazarika~
@Pallavee25
over 3 years ago
·
Tezpur Rural
Future ৰ কথানো কি কম.. ইমানেই bright যে মই বৰ্তমানলৈকে মনিবই পৰা নাই🫥👀
Miss Hazarika~
@Pallavee25
over 3 years ago
·
Tezpur Rural
Dear Girls, নিজৰ boyfriend কেইটাক মাৰ লগত কোনো কাৰণত চিনাকি কৰাই নিদিবা.. পিছত দুয়োটাই মিলি যিটো roast কৰে, জনপ্ৰিয় youtuber বোৰেও পাত্তা নাপাব🤧
Miss Hazarika~
@Pallavee25
over 3 years ago
·
Tezpur Rural
দিনটোৰ শেষত অলপ সময়ৰ বাবে মাৰ লগত হোৱা কথোপকথনে শৰীৰৰ লগতে মনৰ সমস্ত ভাগৰখিনি পাহৰাই দিয়ে😗💗
Miss Hazarika~
@Pallavee25
almost 4 years ago
·
Tezpur Rural
আচলতে জীৱনৰ বহুসময়ত মানুহক মানসিকভাৱে,আৱেগিকভাৱে সমৰ্থন কৰা এজনৰ যথেষ্ট প্ৰয়োজন হয় । আভ্যন্তৰীণ জগতখনৰ লগত কিদৰে যুঁজি গৈছে সেয়া বুজিব পৰা এজন বিশেষ মানুহ লাগে জীৱনত। মানুহক দেখাবৰ নিমিত্তে ৰখা অৰ্থহীন সম্পৰ্কবোৰতকৈ মাত্ৰ সেই এজন সঠিক ব্যক্তিৰ আৱৰণেই যথেষ্ট হয়।
Miss Hazarika~
@Pallavee25
almost 4 years ago
·
Tezpur Rural
চচিয়েল মেডিয়াৰ টেলেন্টেড মানুহবোৰৰ মাজত মই একোকে টেলেন্ট নোহোৱা এটা নিস্পাপ সাধাৰণ জীৱ🌚
#শুভৰাত্ৰী
😴
Miss Hazarika~
@Pallavee25
almost 4 years ago
@mahantasukanya3
Thank you ❤️🥰
Miss Hazarika~
@Pallavee25
almost 4 years ago
·
Tezpur Rural
আপোন বুলি মুখেৰে কোৱা আৰু সঁচাই আপোন মানুহ বুলি প্ৰাধান্য পোৱা.. দুয়োটা বেলেগ কথা🌻
Miss Hazarika~
@Pallavee25
almost 4 years ago
·
Tezpur Rural
কঁপালত আছেনে নাই নাজানো.. কিন্তু নেদেখাজনৰ ওচৰত নিজলৈ বুলি লোৱা সেৱাভাগত সদায় থাকে তেওঁ❤🌻
Miss Hazarika~
@Pallavee25
almost 4 years ago
·
Tezpur Rural
@JyotishnaBora10
Umm... Gass r bapek😌
Miss Hazarika~
@Pallavee25
almost 4 years ago
·
Tezpur Rural
In the era of ওৱাইন & বিয়েৰ, I still prefer "গাখীৰ চাহ"♥
Miss Hazarika~
@Pallavee25
almost 4 years ago
·
Tezpur Rural
@dr_abhijit96
একদম☺️
Miss Hazarika~
@Pallavee25
almost 4 years ago
·
Tezpur Rural
@djd_here
Yess☺️❣️
Last Seen Users on Sotwe
ꜰᴀꜱᴀᴋ ᴀᴄᴛʀᴇꜱꜱ™
Seen from
India
ÇITIR PREMİUM VİDEO
Seen from
Turkey
l
Seen from
Netherlands
ღⵣ𝕃'𝕧𝕒𝕫 𝕂𝕒𝕓𝕪𝕝𝕖ⵣღ
Seen from
Algeria
Agus nanda
Seen from
Indonesia
𓊪𓏏𓎛
Seen from
Thailand
ana 🐆
Seen from
Brazil
유나
Seen from
Korea
どく
Seen from
United States
A—A🎶🇦🇪
Trends for you
1
Ty Gibbs
Under 10K tweets
2
Kayla McBride
Under 10K tweets
3
#GreenWall
Under 10K tweets
4
Don Nelson
Under 10K tweets
5
Kmac
Under 10K tweets
6
Woke 1
Under 10K tweets
7
Michael Brennan
Under 10K tweets
8
Dylan Smith
Under 10K tweets
9
Trevor Richards
Under 10K tweets
10
Luis Lara
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.2M followers
2
Barack Obama
@barackobama
119.1M followers
3
Cristiano Ronaldo
@cristiano
112.9M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.1M followers
6
Rihanna
@rihanna
98.3M followers
7
NASA
@nasa
92.3M followers
8
Justin Bieber
@justinbieber
91.5M followers
9
KATY PERRY
@katyperry
89M followers
10
Taylor Swift
@taylorswift13
82.9M followers
11
Lady Gaga
@ladygaga
74.4M followers
12
Virat Kohli
@imvkohli
71.9M followers
13
Kim Kardashian
@kimkardashian
70.4M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
64.9M followers
16
Bill Gates
@billgates
64.6M followers
17
The Ellen Show
@theellenshow
62.4M followers
18
Selena Gomez
@selenagomez
62.1M followers
19
CNN
@cnn
61.8M followers
20
X
@x
60.8M followers
Olivia
Online
✨
⭐
💫