Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Parag Das
@ParagDa15628882
Self Employed
Joined February 2021
77
Following
12
Followers
20
Posts
Parag Das
@ParagDa15628882
about 1 month ago
অসমৰ সাংসদ,মন্ত্ৰী আৰু বিধায়ক সকলে তেওঁলোকৰ দৰমহাৰ এটা অংশ বানপানীত ক্ষতিগ্ৰস্ত লোকসকললৈ অনুদান হিচাপে আগবঢ়াব পাৰে। এনে সহমৰ্মিতাই বানপীড়িত লোকসকলৰ সাহায্য-পুনৰ্বাসন অভিযানত নতুন শক্তি যোগোৱা হ'ব।।
Parag Das
@ParagDa15628882
over 2 years ago
গোন্ধত আমোলমোল চৌপাশৰ পৰিৱেশ।
#ভোগালী
#লাড়ু
#পিঠা
-প��া
Parag Das
@ParagDa15628882
almost 3 years ago
যি হাত দুখনেৰে নিজৰ জন্ম দাতাক পূজা নকৰে সেই হাত দুখনেৰে অদৃশ্য ভগৱানক শ্ৰদ্ধা ভক্তি কৰাৰ কোনো অৰ্থ নাই কাৰণ পিতৃ-মাতৃৰ সেৱাৰ বাবে কৰ্ম কৰা হাত দুখন প্ৰাৰ্থনা কৰিব লোৱা হাততকৈ বেছি পবিত্ৰ।। 🙏🙏🙏
Parag Das
@ParagDa15628882
about 3 years ago
আমদানিকৃত সংস্কৃতি এতিয়া এই অসম মুলুকত বহুলভাৱে সমাদৃত কিন্তু অসমীয়াৰ সংস্কৃতি আজি যেন ক'ৰবাত উপেক্ষিত অনাদৃত।।
Who to follow
Raju Das
@RajuDas02098474
President, Howly Anchalik Students' Union || শিক্ষাৰ মাজেৰে সংগ্ৰামৰ যাত্ৰা সদৌ অসম ছাত্ৰ সন্থা এক অবিৰত শোভাযাত্ৰা ।।
Parag Das
@ParagDa15628882
over 3 years ago
@yogi_ji_09876 অতুলনীয় ভিডিঅ'টো কেনেকৈ সংগ্ৰহ কৰিব পাৰিম জনাব নেকি...!
Parag Das
@ParagDa15628882
over 3 years ago
@taralisarma
মহানগৰীৰ এখন ঠাইত সুন্দৰ সন্ধিয়াৰ এটি ক্ষণত আপোনাক দেখা পোৱাৰ সৌভাগ্য হৈছিল। ভাবিছিলো আপোনাক এবাৰ লগ কৰিম একপি ফটো উঠি স্মৃতিৰ দলিচাত নজোহা নপমাকৈ চিৰসেউজ কৰি ৰাখিম কিন্তু মনত লাজে ভয়ে আগুৰি ধৰিলে.....!!মোৰ অতিকৈ প্ৰিয় শিল্পী গৰাকীক এবাৰ ওচৰৰ পৰা লগ পোৱাৰ হেঁপাহ এটি সদায়।
See More
Parag Das
@ParagDa15628882
over 3 years ago
ভিতৰখন যদি হিংসা আৰু ঘৃণাৰে ভৰি থাকে...!!! কেৱল মাংস খাব এৰি দিলেই অহিংসক হ'ব নোৱাৰে।।
Parag Das
@ParagDa15628882
over 3 years ago
@yogi_ji_09876 Adorable pic
Parag Das
@ParagDa15628882
over 3 years ago
ভিতৰখন যদি হিংসা আৰু ঘৃণাৰে ভৰি থাকে... কেৱল মাংস খাব এৰি দিলেই অহিংসক হ'ব নোৱাৰে।।
Parag Das
@ParagDa15628882
over 3 years ago
#হাইস্কুলীয়া
দিনৰ স্মৃতি সুৱৰি।। প্ৰতিখন কিতাপৰ স্মৃতি জড়িত একো একোটি পৃষ্ঠাৰ মাজত যেতিয়া স্থান পাইছিল ত্ৰিসদ্ধা ৰক্ত গোলাপৰ কলি নতুবা পদুমফুলৰ পাহিয়ে।।
Parag Das
@ParagDa15628882
over 3 years ago
#কংক্ৰিটৰ
মহানগৰীক প্ৰকৃতিৰ জীপাল পৰশে আকৌ এবাৰ আগজাননী দিলে...! আহিছোঁ বছৰদিয়েক তৃষ্ণা নিবাৰণ কৰিম বুলি।।
Parag Das
@ParagDa15628882
over 3 years ago
@JyotikaDevi12
হ'ব পাৰে দেই 😊😊
Parag Das
@ParagDa15628882
over 3 years ago
@mitalee05
একেই আছিলোঁ।। বিশেষকৈ বিস্ময়ৰ,বিদুষকদা....! তেওঁৰ সংক্ষিপ্ত উত্তৰবোৰ।
Parag Das
@ParagDa15628882
over 3 years ago
জীৱনটোৰ আটাইতকৈ দামী বস্তুটোৱে হৈছে
#আমাৰ
বৰ্তমান...!!! যি এবাৰ গুচি যোৱাৰ পিছত পৃথিৱীৰ সমস্ত সম্পত্তিৰেও আমি তাক কিনিব নোৱাৰিম।।।
Parag Das
@ParagDa15628882
over 3 years ago
@Jitin_IAS
Gateway of North East
Parag Das
@ParagDa15628882
over 3 years ago
#বহুদিন
বিৰতিৰ অন্তত পুনৰ টুইটাৰৰ জগতখনলৈ ঘুৰি আহিলো।। সকলোৰে ভাল নে...!!!
Parag Das
@ParagDa15628882
over 5 years ago
#কথা
বাৰ্তাই কিছু আবেগিক কৰিব। হোমেন বৰগোহাঞি ছাৰৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো। 🙏🙏🙏
Parag Das
@ParagDa15628882
over 5 years ago
চʼতে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈনো কৈ থাকিলে ওৰকে নপৰে বহাগৰ বিহুৰে কথা। প্ৰতিজন থলগিৰি অসমীয়ালৈ বাপতি সাহোন ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভকামনা জনাইছোঁ।বহাগে কুহিপাতেৰে নতুনকৈ আদৰণী জনোৱাৰ দৰে ন সময়ে আদৰক নতুন সম্ভাৱ��া।🙏🙏🙏
Parag Das
@ParagDa15628882
over 5 years ago
#দুৰ্নীতি
, ভ্ৰষ্টাচাৰৰ সাগৰত ডুব যোৱা মানুহে,বচাওক বচাওক বুলি কেতিয়াও নি��িঞৰে 🤔🤔🤔? 🙏🙏🙏
Parag Das
@ParagDa15628882
over 5 years ago
"ৰজাই ভাল পাই যাক হাতী ঘোৰাও নালাগে তাক"
Last Seen Users on Sotwe
Rukumani
Seen from
India
BU WIJAYA
Seen from
United States
Daily XXX Updates (100K)
somethingtoinkabout
Seen from
United States
nats
Seen from
United Kingdom
Indonesian bokep
Seen from
Netherlands
𝐒𝐢𝐧𝐠𝐥𝐞 𝐌𝐨𝐦𝐬 💦
Seen from
Vietnam
࿖
Seen from
Oman
DARKO
Seen from
Jordan
Ensest Hikayeler
Seen from
Turkey
Trends for you
1
Cal Raleigh
Under 10K tweets
2
Jesse
Under 10K tweets
3
Wheeler
Under 10K tweets
4
#WWERaw
Under 10K tweets
5
#mcrminneapolis
Under 10K tweets
6
#kroniisekai
Under 10K tweets
7
Supreme Court
Under 10K tweets
8
Brink
Under 10K tweets
9
Durk
Under 10K tweets
10
USPS
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.5M followers
2
Barack Obama
@barackobama
119.1M followers
3
Cristiano Ronaldo
@cristiano
113.7M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.2M followers
6
Rihanna
@rihanna
98.5M followers
7
NASA
@nasa
92.4M followers
8
Justin Bieber
@justinbieber
91.7M followers
9
KATY PERRY
@katyperry
89.6M followers
10
Taylor Swift
@taylorswift13
83.5M followers
11
Lady Gaga
@ladygaga
75M followers
12
Virat Kohli
@imvkohli
72.7M followers
13
Kim Kardashian
@kimkardashian
70.7M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
65.7M followers
16
Bill Gates
@billgates
64.9M followers
17
Selena Gomez
@selenagomez
62.6M followers
18
The Ellen Show
@theellenshow
62.3M followers
19
CNN
@cnn
61.8M followers
20
X
@x
60.8M followers
Olivia
Online
✨
⭐
💫