Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Prime 8 TV
@Prime8TVAssam
Prime8 Media & Entertainment
Joined August 2026
3
Following
3
Followers
441
Posts
Prime 8 TV
@Prime8TVAssam
2 minutes ago
নাজিৰাৰ অ’এনজিচি মুখ্য কাৰ্যালয়ত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ
#ONGC
#prime8tv
#NewsUpdate
Prime8TVAssam's tweet video.
Prime 8 TV
@Prime8TVAssam
10 minutes ago
৭২ সংখ্যক চলচ্চিত্ৰ বঁটা ঘোষণা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিলে বঁটা
#NationalFilmAwards
#prime8tv
#NewsUpdate
Prime8TVAssam's tweet video.
Prime 8 TV
@Prime8TVAssam
29 minutes ago
শুৱালকুছিত মানৱ সৰবৰাহ ঘটনা আৰক্ষীয়ে উদ্ধাৰ কৰিলে ১০ জনকৈ লোক
#prime8tv
#NewsUpdate
#AssamNews
Prime8TVAssam's tweet video.
Prime 8 TV
@Prime8TVAssam
41 minutes ago
মহানগৰীৰ চচলত ৰাইজৰ দলৰ উদ্যোগত গণবিক্ষোভ কাৰ্যসূচী উজনিৰ তিনি জিলাৰ বানপীড়িতৰ ন্যায়ৰ দাবীত গণ ধৰ্ণা
#AkhilGogoi
#prime8tv
#NewsUpdate
Prime8TVAssam's tweet video.
Prime 8 TV
@Prime8TVAssam
about 2 hours ago
পুনৰ আৰক্ষীৰ জালত চাইবাৰ অপৰাধী নগৰবেৰাত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
#cybercrime
#prime8tv
#NewsUpdate
Prime8TVAssam's tweet video.
Prime 8 TV
@Prime8TVAssam
about 2 hours ago
বিশ্ব গঁড় দিৱসত জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানত ১০৫টাকৈ গঁড়ৰ খৰ্গ ধ্বংস
#WorldRhinoDay
#prime8tv
#NewsUpdate
Prime8TVAssam's tweet video.
Prime 8 TV
@Prime8TVAssam
about 2 hours ago
প্ৰথমবাৰৰ বাবে ডিমা হাছাও জিলাত অনুষ্ঠিত হ’ব ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱস ২৭ ছেপ্টেম্বৰত উমৰাংশুত অনুষ্ঠিত এই অনুষ্ঠান
#prime8tv
#WorldTourismDay
#NewsUpdate
Prime8TVAssam's tweet video.
Prime 8 TV
@Prime8TVAssam
about 3 hours ago
দক্ষিণ কামৰূপত ভয়ংকৰ অগ্নিকাণ্ড অগ্নিকাণ্ডত ৩টা ঘৰসহ নষ্ট হয় ৮ লক্ষাধিক টকাৰ সম্পত্তি
#prime8tv
#NewsUpdate
#AssamNews
Prime8TVAssam's tweet video.
Prime 8 TV
@Prime8TVAssam
about 3 hours ago
টেলিকম কোম্পানীসমূহলৈ TRAI কঠোৰ নিৰ্দেশনা ডাটা ব্যৱহাৰ নকৰা গ্ৰাহকৰ বাবে কেৱল Voice আৰু SMS থকা ৰিচাৰ্জ পেক আগবঢ়াবলৈ নিৰ্দেশ ইণ্টাৰনেটৰ প্ৰয়োজন নথকা গ্ৰাহকক ভৰিবলৈ দিয়া নহ'ব অতিৰিক্ত ধন ৰিচাৰ্জ প্লেনৰ বৈধতা ৩০ দিন কৰাৰো নিৰ্দেশনা
#MobileRecharge
#NewsUpdate
#prime8tv
See More
Prime 8 TV
@Prime8TVAssam
about 4 hours ago
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধক লৈ উদ্বিগ্নতা প্রকাশ ড'নাল্ড ট্রাম্পৰ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰা পুটিনক যুদ্ধ সমাপ্তিৰ আহ্বান ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিকো আহ্বান ড'নাল্ড ট্ৰাম্পৰ
#DonaldTrump
#NewsUpdate
#prime8tv
See More
Prime 8 TV
@Prime8TVAssam
about 4 hours ago
এবছৰ পূৰ্বে আজিৰ দিনটোতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ জনসুমদ্ৰৰ মাজেৰে চিৰদিনৰ বাবে সোণাপুৰৰ স্থায়ী ঠিকনালৈ গুচি গৈছিল
#ZubeenGarg
#prime8tv
#NewsUpdate
Prime 8 TV
@Prime8TVAssam
about 4 hours ago
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ জুৰী হিচাপে নিৰ্বাচিত ৰীমা দাস অহা ৬ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ অনুষ্ঠিত হ’ব ৩১ সংখ্যক BIFF
#BusanInternationalFilmFestival
#RimaDas
#prime8tv
Prime 8 TV
@Prime8TVAssam
about 5 hours ago
আজি ২৩ ছেপ্টেম্বৰ আজিৰ দিনটোতেই পঞ্চভূতত বিলীন হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ
#ZubeenGarg
#GarimaSaikiaGarg
#prime8tv
Prime 8 TV
@Prime8TVAssam
about 5 hours ago
পুনৰ চৰ্চালৈ আমিনগাৱৰ তোলাৰাম বাফনা কৃত্ৰিম ভৰি সংস্থাপন কেন্দ্ৰ একেদিনাই ৩০ জন ব্যক্তিৰ শৰীৰত কৃত্ৰিম ভৰি সংস্থাপন
#tolarambafnahospital
#prime8tv
#NewsUpdate
Prime8TVAssam's tweet video.
Prime 8 TV
@Prime8TVAssam
about 20 hours ago
"ব্যক্তিগত বিশ্ববিদ্যালয় লাভৰ বাবে চলাব নোৱাৰিব" উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
#SupremeCourt
#prime8tv
#NewsUpdate
Prime8TVAssam's tweet video.
Prime 8 TV
@Prime8TVAssam
about 21 hours ago
এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক ভাৰতীয় মহিলা ক্ৰিকেট দলৰ স্বৰ্ণপদক জয়
#AsianGames
#IndianWomensCricket
#prime8tv
Prime8TVAssam's tweet video.
Prime 8 TV
@Prime8TVAssam
about 21 hours ago
"নগাঁও নিৰ্বাচনত আমি জয়লাভ কৰিম" "এমুঠি মানুহহে বিজেপিৰ লগত আছে" নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ মন্তব্য ৰিপুণ বৰাৰ
#RipunBora
#nagaonbyelection
#prime8tv
Prime8TVAssam's tweet video.
Prime 8 TV
@Prime8TVAssam
about 21 hours ago
“নগাঁও লোকসভাত যি হৈছে সেয়া গণতন্ত্ৰৰ বাবে দুৰ্ভাগ্যজনক” "নগাঁৱত বিজেপিয়ে অগতান্ত্ৰিক কাম কৰিছে" নগাঁৱৰ প্ৰাক নিৰ্বাচনী হিংসাক লৈ মন্তব্য অখিল গগৈৰ
#AkhilGogoi
#nagaonbyelection
#prime8tv
Prime8TVAssam's tweet video.
Prime 8 TV
@Prime8TVAssam
about 23 hours ago
পুনৰ এনকাউণ্টাৰ ঘটনা সংঘটিত হৈছে উজনি অসমত শিৱসাগৰৰ বিহুবৰত সংঘটিত হৈছে এই ঘটনা
#sivsagar
#prime8tv
#NewsUpdate
Prime8TVAssam's tweet video.
Prime 8 TV
@Prime8TVAssam
about 23 hours ago
বঙাইগাঁৱত উদ্ধাৰ আৱদ্ধ মহিলা স্বামী অংশুমান কলিতাৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ মহিলাগৰাকীৰ দণ্ডাধীশৰ উপস্থিতিত গে’টৰ তলা ভাঙি উদ্ধাৰ মহিলাক
#prime8tv
#NewsUpdate
#AssamNews
Prime8TVAssam's tweet video.
Last Seen Users on Sotwe
🇮🇹Cashmaster ITA🇮🇹
Seen from
Poland
Jager Bombs
Seen from
United States
girlstar_AI
Seen from
Vietnam
Aasma
Seen from
Netherlands
ぐみ
Seen from
United States
Cá Chà Bặc
Seen from
Vietnam
ℚ𝕃'𝕤 𝕙𝕒𝕣𝕕𝕔𝕠𝕣𝕖 𝕗𝕒𝕟
Seen from
Japan
🇦🇷🤍🇦🇷javier stan account
Seen from
Italy
Ancient Nutrition
Seen from
United States
ToPuk_
Seen from
United States
Trends for you
1
Halo
Under 10K tweets
2
Opus 5.5
Under 10K tweets
3
Activision
Under 10K tweets
4
Trump TV
Under 10K tweets
5
Dart
Under 10K tweets
6
Giants
Under 10K tweets
7
#dwts
Under 10K tweets
8
#PPxSHUFFLE
Under 10K tweets
9
#ErdoganTheVoiceOfJustice
Under 10K tweets
10
Mamdani
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.7M followers
2
Barack Obama
@barackobama
119M followers
3
Cristiano Ronaldo
@cristiano
114.4M followers
4
Donald J. Trump
@realdonaldtrump
111.9M followers
5
Narendra Modi
@narendramodi
107.2M followers
6
Rihanna
@rihanna
98.7M followers
7
NASA
@nasa
92.4M followers
8
Justin Bieber
@justinbieber
91.8M followers
9
KATY PERRY
@katyperry
90M followers
10
Taylor Swift
@taylorswift13
83.9M followers
11
Lady Gaga
@ladygaga
75.4M followers
12
Virat Kohli
@imvkohli
73.3M followers
13
Kim Kardashian
@kimkardashian
70.9M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
66.3M followers
16
Bill Gates
@billgates
65.1M followers
17
Selena Gomez
@selenagomez
63M followers
18
The Ellen Show
@theellenshow
62.3M followers
19
CNN
@cnn
61.8M followers
20
X
@x
60.7M followers
Olivia
Online
✨
⭐
💫