@ranojpeguassam@himantabiswa নমস্কাৰ ছাৰ, অতি দুখেৰে জনাওঁ যে Mutual order পালো কিন্তু Census ৰ বাৱে আমি যাৱ নোৱাৰিলো ৷ সেয়ে প্ৰথম পৰ্যায়ৰ census শেষ হোৱাৰ পাছতে আমাক release দি নতুন বিদ্যালয়ত join কৰাৰ সুবিধা কৰি দিয়ক যিহেতু আমাৰ census নিযুক্তি পত্ৰ প্ৰথম পৰ্যায়ৰ বাৱে দিয়া হৈছে ৷