‘কৃষ্ণ-বীক্ষা’ আজি ছপাশালৰ পৰা আহিল।
‘কৃষ্ণ’ক
এটি বিষয় হিচাপে যদি পঢ়িব বিচাৰে
এক ধাৰণা হিচাপে যদি বিশ্লেষণ কৰিব বিচাৰে
ঈশ্বৰ হিচাপে যদি পূজিব বিচাৰে
মানুহ হিচাপে যদি সমালোচনা কৰিব বিচাৰে
এক অনুভৱ হিচাপে যদি উপলব্ধি কৰিব বিচাৰে
তেন্তে ‘কৃষ্ণ-বীক্ষা’ আপোনাৰ বাবে ।
শ্ৰীলংকাৰ মাউণ্ট লাভিনিয়া বীচ্চত যিদিনা মই লীজেলক লগ পাইছিলোঁ; ঠিক সেই দিন ধৰি পাহৰিব নোৱৰা এটা চৰিত্ৰ অথবা কাহিনী হৈ তাই মোৰ বুকুত উকমুকাই আছিল।
দৈনিক অসমৰ ‘বসন্ত বৈভৱ’ত তাকেই লিখিছিলোঁ ….
‘কৃষ্ণ-বীক্ষা’ আজি ছপাশালৰ পৰা আহিল।
‘কৃষ্ণ’ক
এটি বিষয় হিচাপে যদি পঢ়িব বিচাৰে
এক ধাৰণা হিচাপে যদি বিশ্লেষণ কৰিব বিচাৰে
ঈশ্বৰ হিচাপে যদি পূজিব বিচাৰে
মানুহ হিচাপে যদি সমালোচনা কৰিব বিচাৰে
এক অনুভৱ হিচাপে যদি উপলব্ধি কৰিব বিচাৰে
তেন্তে ‘কৃষ্ণ-বীক্ষা’ আপোনাৰ বাবে ।