@himantabiswa ছাৰ নমস্কাৰ,
শিক্ষকৰ বদলিকৰনৰ ক্ষেত্ৰত দেখা দিয়া TET Category সমস্যা সমাধান কৰিবলৈ অনুৰোধ জনালোঁ।
(Regular to Regular)
(Ssa to Ssa)
(State pool to State pool)
শিক্ষকৰ Category, language and medium চাই দিবলৈ অনুৰোধ কৰিলোঁ ।
তেতিয়া হ'লে সকলোৱে ফলপ্ৰসূ হ'ব ।
@ranojpeguassam ছাৰ নমস্কাৰ,
শিক্ষকৰ বদলিকৰনৰ ক্ষেত্ৰত দেখা দিয়া TET Category সমস্যা সমাধান কৰিবলৈ অনুৰোধ জনালোঁ ।।
(Regular to Regular)
(Ssa to Ssa)
(State pool to State pool)
শিক্ষকৰ Category, language and medium চাই দিবলৈ অনুৰোধ কৰিলোঁ ।
তেতিয়া হ'লে সকলোৱে ফলপ্ৰসূ হ'ব ।