Dear departments of Assam participating in the ADRE Recruitment, এই Youtuber কিছুমান নথকা হলে এই Document Verification বুলি যে কিবা এটা আপোনালোকে পাতিছে সেইয়া গমেই নাপালে হয়। আপোনালোকে নিজে নিজৰ documents চাই থাকিব লগা হল হয়।
সকলোৱে paper কিনি পঢ়ে ভাবিছে নেকি?
@mygovassam