The Mid Day Meal programme in Lakhimpur is set for a complete overhaul with the beginning of Central Kitchen in association with @AkshayaPatra and @HKM_Guwahati https://t.co/ALqd9Qau4b
@himantabiswa Sir ৩ বছৰ ধৰি প্ৰভাতী সুৰুজ প্ৰাথমিক বিদ্যালয়ত ১০০ৰ অধিক ছাত্ৰ ছাত্ৰী থকাৰ পিছতো এজন শিক্ষকৰ দ্বাৰা পাঠদান চলি আছে বিভাগে কোনো গুৰুত্ব দিয়া নাই। Chirang ,Dise 18250111003
@PramodBoroBTR ছাৰ অলপ শিক্ষা বিভাগৰ ফালে চাওক এজন শিক্ষকৰ দ্বাৰা ১০০ৰ অধিক ছাত্ৰ ছাত্ৰী থকাৰ পিছতো আজি ৩ বছৰ ধৰি প্ৰভাতী সুৰুজ প্ৰাথমিক বিদ্যালয়ত (চিৰাং) পাঠদান চলি আছে। য'ত শিক্ষক প্ৰয়োজন ৩ জন বিভাগে দেখিও চকু মুদি আছে
@bijni_sdo I respectfully submit that the headmaster of Probati Suruj Primary School in Chirang District informs you that despite having more than 100 students for nearly three years, there is only one teacher.