Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Anjan Supriyam
@SupriyamAnjan
India
Joined January 2020
95
Following
658
Followers
2K
Posts
Anjan Supriyam
@SupriyamAnjan
about 2 years ago
সূদ খোৰৰ বাবে মানুহে আত্মহত্যা কৰা টো অপৰাধ ৷৷ টকা দিয়া জনে যদি নিজৰ টকা ঘোৰাই নাপায় আত্মহত্যা কৰে, সেইটো ? টকা লৈ উভতাই নিদিয়া সকলৰ বিৰুদ্ধেও কঠোৰ হওক চৰকাৰ, প্ৰশাসন ৷
@himantabiswa
@gpsinghips
Anjan Supriyam
@SupriyamAnjan
about 2 years ago
ৰাজনৈতিক নেতা হ’লে আৰক্ষী কনিষ্টবল এগৰাকীক পুলিচ ৰিজাৰ্ভত মাৰপিট কৰি ICU ত ভৰ্তি কৰালেও কোনো অপৰাধ নহয় নেকি ?
@gpsinghips
সম্পূৰ্ণ Post Facebook ত কৰিছোঁ :- https://t.co/3yQShMpgKx
Anjan Supriyam
@SupriyamAnjan
about 2 years ago
মদ নোখোৱা মানুহক ফাইন লগাই দিয়াৰ ব্যবস্থা কৰিব লাগে। কিহৰ মদ নাখায় তাৰ কাৰণে দে ফাইন, আকৌ মদ খালে কিয় মদ খাই আহিছ বুলিও ফাইন লগাব লাগে। Please pay attention to my suggestion 😝😜
SupriyamAnjan
retweeted
Supriya Shrinate
@SupriyaShrinate
over 2 years ago
संविधान क्यों बदलाव चाहते हैं भाजपाई? तो चलिए सच सुनिये👇
SupriyaShrinate's tweet video.
Who to follow
Umakanta Gohain
@gohainumakanta
Jayanta Hazarika
@jayanta_0pcl
Trying to Live a Life which is a Dream of Millions____ 🔱 জয় আই অসম 🔱 ____🇮🇳____
Bikash Boruah Bikash
@BikashBoruahBi2
দুদিনীয়া জীৱন ,এশটা সপোন প্ৰতিদিন পাৰ হয় ভাৱি ভাৱি কোন পৰ কোন আপোন 🤔My LïFê ..My sTyLe..My RoLê..
Anjan Supriyam
@SupriyamAnjan
over 2 years ago
Please Take Action
@SEBI_India
@nsitharaman
@nsitharamanoffc
https://t.co/wp46lvtvyP
Anjan Supriyam
@SupriyamAnjan
over 2 years ago
What the hell ! I haven't taken any service as of now BSNL! On what basis did BSNL send the bill in my name? On what basis will the Lok Adalat file a case against me ?
@BSNLCorporate
@BSNL_AS
Anjan Supriyam
@SupriyamAnjan
almost 4 years ago
I have not taken any services of BSNL till date. What is the reason for sending this bill ? Is Bsnl a company of robbers?
@BSNL_AS
@BSNLCorporate
Anjan Supriyam
@SupriyamAnjan
over 2 years ago
যদিহে আপুনি ডাক্টৰ, উকিল বিচাৰিব লগা হোৱা নাই আৰু পুলিচে আপোনাক বিচাৰিব লগা হোৱা নাই, তেন্তে আপুনি পৃথিৱীৰ আটাইতকৈ সুখী মানুহ ৷৷
Anjan Supriyam
@SupriyamAnjan
over 2 years ago
মদ খাই গাড়ী চলোৱাৰ বাবে পুলিচে ফাইন কাটে, ফাইন টো দিয়াৰ পাছত আকৌ সেইজনকেই গাড়ী খন চলাই যাবলৈ দিয়ে, মানে ফাইন দিয়াৰ পিছত নিচা এৰি যায় নেকি ?
Anjan Supriyam
@SupriyamAnjan
over 2 years ago
বিনামূলীয়া চাউল টো বন্ধ কৰি দিব লাগে তেতিয়া পথাৰ থাকিও খেতি নকৰা মানুহে বাধ্যত পৰি খেতি কৰিলেহেতেন। বিনামূলীয়া চাউল তেওঁ লোকক দিয়ক যাৰ পথাৰ নাই যি দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিছে।
@himantabiswa
Anjan Supriyam
@SupriyamAnjan
over 2 years ago
@BhagawatiKr
যি হে নাটক লিখে, কোনে চাব ৷ শিকিব লগা, জানিব লগা একোৱেই নাথাকে ৷ দুজনমানৰ কাৰনে ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগ টোৱেই ধ্বংস হৈ যাব। যদিহে সময় থাকোতেই নতুন নাট্যকাৰ অভিনেতা অভিনেত্ৰীক মঞ্চ এৰি নিদিয়ে ৷
Anjan Supriyam
@SupriyamAnjan
almost 3 years ago
The past and the future in one frame 🥰🥰🥰
Anjan Supriyam
@SupriyamAnjan
almost 3 years ago
প্রকৃত পুৰুষ তেৱেঁই, যাৰ ওচৰত অন্ধকাৰ পথটো এজনী অকলশৰীয়া সুন্দৰী যুৱতী সুযোগ নহয়, দায়িত্ব হৈ উঠে 💐
Anjan Supriyam
@SupriyamAnjan
almost 3 years ago
যেতিয়া কোনোবাই কাৰোবাৰ বাবে কান্দে, সেইটো হ’ল আবেগ৷ যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই, সেয়া হ’ল প্ৰতাৰণা আৰু যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই নিজেও কান্দে, সেয়াই হ’ল প্ৰকৃত ভালপোৱা আৰু প্ৰেম ❤️
Anjan Supriyam
@SupriyamAnjan
almost 3 years ago
কথা কোৱা কমাই দিয়ক, খং কৰা কমাই দিয়ক, নিজৰ ব্যক্তিত্ব বজায় ৰাখক আৰু নিজকে সস্তীয়া বুলি ভবা বন্ধ কৰি দিয়ক৷ কোনোবা আতৰি যাব বিচাৰিলে আতৰি যাব দিয়ক, ঝামেলা হ’লে এৰি দিয়ক, অপমান কৰিলে হাঁহিহাঁহি গুচি আহক৷ মানুহক যিমানেই কম আপোন বুলি ভাবিব, জীৱনটো সিমানেই সুন্দৰ হৈ থাকিব৷
Anjan Supriyam
@SupriyamAnjan
almost 3 years ago
কিন্তু বন বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা সেৱা যথেষ্ট নোহোৱাৰ বাবে গজৰাজটো মৃত্যুৰ মূখলৈ আগবাঢ়িছে। এনেকৈয়ে এদিন শেষ হব প্ৰকৃতি আৰু প্ৰকৃতিৰ সন্তান। অনুগ্ৰহ কৰি হাতীটোৰ সু চিকিৎসাৰ ব্যৱস্হা কৰে যেন ৷
@himantabiswa
@mygovassam
@parimalsukla
@ParimalSuklaba1
Anjan Supriyam
@SupriyamAnjan
almost 3 years ago
#HELP
#help
#HELP
শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ অন্তৰ্গত ৪নং বগীজুলীৰ ৰিংখাংপুৰত আজিৰ পৰা ৩/৪ দিন ধৰি হাতীটো অসুস্থহৈ ভোকে পিঁয়াহে পৰি আছে। হাতীটোৱে পৰ্য্যাপ্ত চিকিৎসা পালে নিশ্চয়কৈ বচাৰ সম্ভাৱনা আছে কিন্তু.... (Retweet)
Anjan Supriyam
@SupriyamAnjan
almost 3 years ago
অসমৰ ফ্লাইঅভাৰৰ বোৰত এনেকৈ ভগৱানৰ ছৱিৰ হে প্ৰয়োজন, ভগৱানৰ সাজসজ্জা বোৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৰি দিয়ক ৷ পিক পেলোৱাৰ সংখ্যাও কমিব, ভগৱানৰ ভক্তও বাঢ়িব, জাতীয় সাজ পোচাকৰো প্ৰচাৰ হ’ব ৷
@himantabiswa
Anjan Supriyam
@SupriyamAnjan
almost 3 years ago
নৈতিকতা পাহৰি কেৱল টকাৰ বাবে শিক্ষিত হোৱাতকৈ অশিক্ষিত হৈ থকাই বেচি ভাল ৷৷
Anjan Supriyam
@SupriyamAnjan
almost 3 years ago
জোনবাইৰ বুকুৰ পৰা বিক্ৰম লেণ্ডাৰে
#ISROMissions
লৈ প্ৰেৰণ কৰা পৃথিৱী নামৰ গ্ৰহটোৰ মনোমোহা ফটো ❤️❤️❤️💫💫💫💫🌟✨✨✨
Anjan Supriyam
@SupriyamAnjan
almost 3 years ago
“শিক্ষিতই আজি ৰিক্সা চলাই মূৰ্খই কৰে শাসন ৷ মূৰ্খই জ্ঞানীক ভাষন শুনাই অনিবাৰ্য্য সমাজৰ পতন ৷৷”
Last Seen Users on Sotwe
pazar sevisgeni
Seen from
Algeria
kokain sex boy
Seen from
Turkey
adinda
Seen from
Indonesia
คนขับรถ
Seen from
India
ruanyf
Seen from
United States
HD VIDEOS
Seen from
Turkey
ünlü ifşa
Seen from
Turkey
G.
Seen from
France
lcoutdoor
Seen from
Thailand
Donghua 18+
Seen from
Indonesia
Trends for you
1
Ryan Clark
Under 10K tweets
2
#WWERaw
Under 10K tweets
3
Bregman
Under 10K tweets
4
Riley O’Brien
Under 10K tweets
5
#wildcardclub
Under 10K tweets
6
Cal Raleigh
Under 10K tweets
7
#Cubs
Under 10K tweets
8
Kaitlyn Chen
Under 10K tweets
9
Kenley Jansen
Under 10K tweets
10
ChatGPT Work
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241M followers
2
Barack Obama
@barackobama
119.2M followers
3
Cristiano Ronaldo
@cristiano
111.8M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107M followers
6
Rihanna
@rihanna
98M followers
7
NASA
@nasa
92.2M followers
8
Justin Bieber
@justinbieber
91.2M followers
9
KATY PERRY
@katyperry
88.3M followers
10
Taylor Swift
@taylorswift13
82.2M followers
11
Lady Gaga
@ladygaga
73.7M followers
12
Virat Kohli
@imvkohli
71M followers
13
Kim Kardashian
@kimkardashian
70.1M followers
14
YouTube
@youtube
68.7M followers
15
Bill Gates
@billgates
64.3M followers
16
Neymar Jr
@neymarjr
63.8M followers
17
The Ellen Show
@theellenshow
62.4M followers
18
CNN
@cnn
61.8M followers
19
Selena Gomez
@selenagomez
61.4M followers
20
X
@x
60.8M followers
Olivia
Online
✨
⭐
💫