@MadhusmitaBG দামি কাপোৰ পিন্ধিলে কি পেটৰ ভোক কমি যায় নেকি ? নিজৰ সামৰ্থ্য অনুযায়ী কাপোৰ পিন্ধা জন হে শুদ্ধ আৰু প্ৰকৃত মানুহ । পুৰুষ আৰু মহিলা দুয়োৰে বাবে এই কথা খিনি গুৰুত্বপূৰ্ণ। আনক দেখুৱাই বহুত দামি কাপোৰ পিন্ধি কি লাভ যদি ৰাস্তাৰ কাষেৰে গৈ থাকোঁতে ভিক্ষাৰী এজনক এটকা দিবলৈ সক্ষম নহয়