Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Untangling the Truth- মিছা কথাৰ ঠেং চুটি
@UntanglingT
Let's debunk the health related misinformations and fake news.
Joined June 2020
5
Following
11
Followers
17
Posts
Untangling the Truth- মিছা কথাৰ ঠেং চুটি
@UntanglingT
over 5 years ago
ক'ভিডৰ পুনৰ্সংক্ৰমণ, ক'ভিডোত্তৰ জটিলতা,অসমৰ স্থিতি আদি। https://t.co/LzanGNqm2T
#FAQCOVID19
#UTT
Untangling the Truth- মিছা কথাৰ ঠেং চুটি
@UntanglingT
almost 6 years ago
শৰীৰত কাটিলে-ছিঙিলে টেঙা খাব পাৰিনে নোৱাৰি? https://t.co/nwS8FbfxJ7
#UTT
#untanglingMYTHS
Untangling the Truth- মিছা কথাৰ ঠেং চুটি
@UntanglingT
almost 6 years ago
কৰ'নাভাইৰাছ ৰোগ এক সাধাৰণ বেমাৰহে নেকি? ইয়াৰ প্ৰতিৰোধ সম্পৰ্কীয় প্ৰচাৰবোৰৰ একো বৈজ্ঞানিক ভিত্তি নাই নেকি? ৰোগ সম্বন্ধীয় বাতৰি ভাগ-বতৰা কৰাৰ সামাজিক দায়িত্ব কেনে হোৱা উচিত? https://t.co/L58LIoP97L
#faqcovid19
#UTT
#beresponsible
Untangling the Truth- মিছা কথাৰ ঠেং চুটি
@UntanglingT
almost 6 years ago
গৃহ অন্তৰণ (home isolation)ত ক'ভিড-১৯ ৰোগী আৰু শুশ্ৰূষাকাৰীয়ে ল'বলগীয়া সাৱধানতা। https://t.co/xA9ppa46rg
Who to follow
Samagra Shiksha Assam
@Samagra_Assam
Official handle of Samagra Shiksha Assam. Follow us for latest updates and happenings.
National Biodiversity Authority
@NationalBiodiv
This is the official Twitter handle of the National #Biodiversity Authority, India. Established in 2003 by the Government of India to implement the BD Act, 2002
NEDFi
@NEDFi_Official
Premier Financial Institution of North East India
Untangling the Truth- মিছা কথাৰ ঠেং চুটি
@UntanglingT
almost 6 years ago
ৰাতি বুকুত হাত থৈ শুব নাপায় নেকি? বহু লোকক ৰাতি ভূতে বুকুত হেঁচা মাৰি ধৰা আৰু তেওঁলোকে চিঞৰিব বা লৰচৰ কৰিব নোৱৰাৰ ৰহস্য কি? https://t.co/LDWxrbrGqK
#UTT
#untanglingMYTHS
#nofactfabrication
Untangling the Truth- মিছা কথাৰ ঠেং চুটি
@UntanglingT
almost 6 years ago
অসমৰ গ্ৰাম্যাঞ্চলৰ একাংশ লোকে "বন্ধ্যাত্ব" হোৱাৰ সন্দেহত জাপানীজ এনকেফেলাইটিছ ছিটাকৰণৰ পৰা আঁতৰি থাকি ৰোগ নিৰ্মূল অভিযানত বাধা জন্মায়। এই বিষয়ে চিকিৎসা বিজ্ঞানে কি কয়? https://t.co/FEgUKytJqj
#UTT
#untanglingMYTHS
#nofactfabrication
Untangling the Truth- মিছা কথাৰ ঠেং চুটি
@UntanglingT
almost 6 years ago
"𝘾𝙖𝙣 𝒘𝒆 𝙩𝙖𝙠𝙚/𝙣𝙤𝙩 𝙩𝙖𝙠𝙚 𝙗𝙖𝙩𝙝 𝙧𝙞𝙜𝙝𝙩 𝙖𝙛𝙩𝙚𝙧 𝙩𝙖𝙠𝙞𝙣𝙜 𝙛𝙤𝙤𝙙 OR 𝙙𝙧𝙞𝙣𝙠 𝙬𝙖𝙩𝙚𝙧 𝙬𝙞𝙩𝙝 𝙛𝙤𝙤𝙙." https://t.co/IHpJ3uDw1N
#UntanglingMYTHS
#NoFactFabrication
#Part5
Untangling the Truth- মিছা কথাৰ ঠেং চুটি
@UntanglingT
almost 6 years ago
https://t.co/12PrPm57tE এইবাৰৰ টোকা প্লাজমা থেৰাপী সম্পৰ্কে।
#UTT
#FAQCOVID19
Untangling the Truth- মিছা কথাৰ ঠেং চুটি
@UntanglingT
almost 6 years ago
গ্ৰহ-ৰত্ন: জ্যোতিষবিদ্যা বনাম বৈজ্ঞানিক বিশ্লেষণ। https://t.co/jJmf6fRyut
#untanglingMYTHS
#nofactfabrication
#UTT
Untangling the Truth- মিছা কথাৰ ঠেং চুটি
@UntanglingT
almost 6 years ago
শিৰত আৰু কপালত লগোৱা সেন্দূৰে পিটুইটেৰী গ্ৰন্থি উত্তেজিত কৰিব নোৱাৰে। বিকৃত আৰু ভুৱা তথ্যৰে "তৈয়াৰ" কৰা এনে বাৰ্তাৰ পৰা সাৱধানে থাকক। https://t.co/reUNJxWvji
#UntanglingMYTHS
#NoFactFabrication
#Part3
Untangling the Truth- মিছা কথাৰ ঠেং চুটি
@UntanglingT
about 6 years ago
পথৰ কাষত বিক্ৰী কৰা আহাৰ এই সময়ত সুৰক্ষিত নে? বন্ধু বা আন যিকোনো লোকৰ লগত চিগাৰেট, আহাৰ আদি ভগাই ল'ব পাৰিনে? গণ সংক্ৰমণ মানে কি? বিয়া, সবাহলৈ যাব পাৰিবনে? কোনো মানুহৰ সংস্পৰ্শলৈ নহাকৈ জ্বৰ উঠিলে সাৱধান হ'ব লাগিব নে? https://t.co/iK9hI9c4RY
#UTT
#faqcovid19
Untangling the Truth- মিছা কথাৰ ঠেং চুটি
@UntanglingT
about 6 years ago
সূৰ্যগ্ৰহণৰ সময়ত মহাকৰ্ষণ বলে পৃথিৱীত অস্বাভাৱিক প্ৰভাৱ পেলায় নেকি? চন্দ্ৰগ্ৰহণৰ সময়ত জোৱাৰ শক্তিয়ে মহাসাগৰত কৰাৰ দৰে পানীৰে ভৰা আমাৰ দেহতো ক্ৰিয়া কৰে নেকি? https://t.co/jzLnl0ZRVg
#UTT
#nosuperstition
Untangling the Truth- মিছা কথাৰ ঠেং চুটি
@UntanglingT
about 6 years ago
চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণৰ সময়ত আহাৰ নোখোৱাৰ একো বৈজ্ঞানিক ভিত্তি নাই। এই সময়ত ঘৰৰ বাহিৰলৈও ওলাব পাৰি। সূৰ্যগ্ৰহণে গৰ্ভৱতী মহিলাৰ একো অনিষ্ট নকৰে। https://t.co/kdhBhtfoEL
#UTT
#saynotosuperstition
Untangling the Truth- মিছা কথাৰ ঠেং চুটি
@UntanglingT
about 6 years ago
অশুদ্ধ তথ্য, বিকৃত তথ্য আৰু ভুৱা বাতৰি কি? এইবোৰ ক'ৰ পৰা আহে? যিকোনো কথা বিশ্বাস নকৰি আমি কিয় সন্দেহ আৰু সন্ধান কৰিব লাগে? সমালোচনাত্মক বিবেচনা প্ৰক্ৰিয়া কি? https://t.co/0oPJPWZxtg
#FAQCOVID19
#UTT
Untangling the Truth- মিছা কথাৰ ঠেং চুটি
@UntanglingT
about 6 years ago
শেহতীয়াকৈ অসমকে ধৰি ভাৰতত ক'ভিড-১৯ ৰোগত মৃত্যু হোৱা লোকৰ সৎকাৰ/সমাধিক লৈ কেইবাটাও অবাঞ্চিত ঘটনা সংঘটিত হৈছে। কিন্তু মৃতদেহৰ পৰা ৰোগ বিয়পিব পাৰে জানো? ঘৰৰ লোকসকলে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে? https://t.co/gGF90vCxtY
#UTT
#FAQCOVID19
Untangling the Truth- মিছা কথাৰ ঠেং চুটি
@UntanglingT
about 6 years ago
COVID-19, SARS আৰু MERS একে নেকি? ক'ভিড-১৯ এণ্ডেমিক (স্থানীয় সাৰ্বজনীন ৰোগ) হৈ পৰিব নেকি? এই ৰোগৰ বিৰুদ্ধে আমাৰ দেহত প্ৰতিৰোধ ক্ষমতা গঢ় লৈ উঠিব নেকি? ভাইৰাছটো ছালৰ ছিদ্ৰ আৰু কটা ঘাঁৰে দেহত প্ৰৱেশ কৰিব পাৰে নেকি ? https://t.co/n3IZQkvSpg
#FAQCOVID19
#UTT
Untangling the Truth- মিছা কথাৰ ঠেং চুটি
@UntanglingT
about 6 years ago
ক'ভিড-১৯ত আক্ৰান্ত সকলো লোকৰে নিম'নিয়া হয়নে? কেৱল বয়সীয়াল লোকেহে চিন্তা কৰিব লাগে নেকি? ৰোগ হ'লে মৃত্যু অৱশ্যম্ভাৱী নেকি? কোনো এক ৰক্তদলৰ মানুহৰ সংক্ৰমণৰ আশংকা বেছি নেকি? https://t.co/DaN0xI3NjA
#UTT
#FAQCOVID19
Last Seen Users on Sotwe
Manny
Seen from
United States
Reine beurette
Seen from
Belgium
Amatör Türk | Canlı Yayın
Seen from
Netherlands
Donquixote
Seen from
Singapore
KOLEKSI MELAYU
Seen from
Indonesia
Felipe
Seen from
Kuwait
Tante Erna
Seen from
Germany
SEXOMANIA PTY
Seen from
Panama
pecinta vcs tante
Seen from
Germany
Aunty lover
Seen from
Pakistan
Trends for you
1
Harry Kane
Under 10K tweets
2
Empire State Building
Under 10K tweets
3
Sony
Under 10K tweets
4
#CFB27
Under 10K tweets
5
Lakers
Under 10K tweets
6
PlayStation
Under 10K tweets
7
Mitch
Under 10K tweets
8
Tuchel
Under 10K tweets
9
Nintendo
Under 10K tweets
10
Azteca
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
240.6M followers
2
Barack Obama
@barackobama
119.2M followers
3
Donald J. Trump
@realdonaldtrump
111.7M followers
4
Cristiano Ronaldo
@cristiano
110.6M followers
5
Narendra Modi
@narendramodi
107M followers
6
Rihanna
@rihanna
97.7M followers
7
NASA
@nasa
92.2M followers
8
Justin Bieber
@justinbieber
90.9M followers
9
KATY PERRY
@katyperry
87.7M followers
10
Taylor Swift
@taylorswift13
81.5M followers
11
Lady Gaga
@ladygaga
73.1M followers
12
Virat Kohli
@imvkohli
69.9M followers
13
Kim Kardashian
@kimkardashian
69.8M followers
14
YouTube
@youtube
68.7M followers
15
Bill Gates
@billgates
63.9M followers
16
Neymar Jr
@neymarjr
62.7M followers
17
The Ellen Show
@theellenshow
62.4M followers
18
CNN
@cnn
61.9M followers
19
X
@x
60.8M followers
20
Selena Gomez
@selenagomez
60.8M followers
Olivia
Online
✨
⭐
💫