alphabet টোৰ পজিছনেল নাম্বাৰ ইত্যাদি। বিভিন্ন প্ৰক্ৰিয়াৰে alphabet ক সংখ্যাৰে বুজায়।
এতিয়া ভালকৈ চালে দেখিব, প্ৰশ্নটোতে উত্তৰ সোমাই আছে। প্ৰশ্নটোত সোধা প্ৰতিটো word ত কিমানটাকৈ alphabet আছে সেয়াই হৈছে এই সংখ্যা sequence টো।
যেনে, In 2, this 4 sequence 8 এইদৰে গৈ থাকিলে খালী
@ranojpeguassam ফেচবুকত এটা প'ষ্ট পোৱা অনুসৰি, প্ৰায় আধা ঘণ্টাৰ আগত নখন জিলাত কাইলৈ ৰেমালৰ কাৰণে স্কুল বন্ধ থাকিব বুলি ঘোষণা কৰিছে। আপুনি গম পায়নে?
বা এয়া আনুষ্ঠানিক ঘোষণা হ'বনে?
@pankajbhatta "in order of merit" কোৱাৰ বাবে ভুল হ'ল।শেষৰ তিনিটা স্থান "in order of merit" নাই হোৱা। Top 5 এয়া নহয়। এয়া top 3 হে।হয়তো top 5 বাচনি কৰিবলৈ লৈছিল। চতুৰ্থ আৰু পঞ্চম স্থান দিয়াৰ কথা আছিল ইংৰাজী বাক্যতো চাই তেনেকুৱাই ভাৱ হয়। আৰু কেইজনমান ছাত্র স্থান লাভৰ পৰা বঞ্চিত হোৱা নাইতো।
@ranojpeguassam "in order of merit" কোৱাৰ বাবে ভুল হ'ল।শেষৰ তিনিটা স্থান "in order of merit" নাই হোৱা। Top 5 এয়া নহয়। এয়া top 3 হে।হয়তো top 5 বাচনি কৰিবলৈ লৈছিল। চতুৰ্থ আৰু পঞ্চম স্থান দিয়াৰ কথা আছিল ইংৰাজী বাক্যতো চাই তেনেকুৱাই ভাৱ হয়। আৰু কেইজনমান ছাত্র স্থান লাভৰ পৰা বঞ্চিত হোৱা নাইতো।