Concern over the situation at Peer-e-Kamil Shahabuddin Auliya’s shrine in Rangamati Koborstan, Alamganj, Dhubri. We appeal for the peaceful protection and preservation of this historic site.
#Dhubri#Assam#RangamatiKoborstan
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজকে এক শক্তিশালী মুখ্যমন্ত্ৰী হিচাপে পৰিচয় দিয়ে কিন্তু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কত ইমান দুৰ্বল কিয়?
#JusticeForZubeenGarg